• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

4 months ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

14 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

44 minutes ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

1 hour ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

2 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

2 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

3 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

4 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

5 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

6 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

6 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

7 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

editor by editor
January 5, 2026
in জীৱনশৈলী
0
হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষমতে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কিছু গ্ৰহই গোচৰ কৰি শুভ আৰু অদ্ভুত সংযোগ তৈয়াৰ কৰিব৷ যাৰ প্ৰতিফলন দেখা যাব মানৱজীৱনত৷ কেৱল সেয়াই নহয় পৃথিৱীতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব৷ প্ৰকৃততে জ্যোতিষগণনা অনুসৰি কুম্ভ ৰাশিত সূৰ্য, বুধ, মঙ্গল আৰু শুক্ৰই একেলগে অৱস্থান কৰিব৷ যাৰ ফলত তৈয়াৰ হ’ব শক্তিশালী চতুৰ্গ্ৰহীযোগ৷ আৰু এই যোগৰ কাৰণে কিছু ৰাশিৰ জীৱনলৈ ভাল সময় আহিব৷ নতুন চাকৰি লাভ কৰিব পাৰে এই সময়ত৷ ইয়াৰোপৰি আয় বৃদ্ধি পাব৷ আৰু সময় নষ্ট নকৰি সেই সকলো লাকী ৰাশি সম্পৰ্কে জানি থওক সবিশেষ৷

কুম্ভ ৰাশি

এই যোগৰ প্ৰভাৱত শুভ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি সলনি হ’ব৷ মান সন্মান আৰু প্ৰতিষ্ঠা বাঢ়িব এই সময়ত৷ আপোনাৰ দীৰ্ঘদিনৰ প্ৰচেষ্টাই এইবাৰ ভাল ফল পাব৷ কামৰ স্থানত উন্নতি হব৷ কেৱল সেয়াই নহয় এই সময়ত নতুন কিছু কথা শিকিব পাৰিব৷ পাব পাৰে নতুন চাকৰিও৷ এই সময়ত বিবাহিত মানুহৰ জীৱন ভালকৈয়ে পাৰ হ’ব৷

মিথুন ৰাশি

চতুৰ্গ্ৰহী যোগৰ বাবে ভাল সময় কটাব মিথুন ৰাশিয়ে৷ এই সময়ত কোনো ধৰ্মীয় কামত অংশ ল’ব পাৰে৷ কেৱল সেয়াই নহয় কামত আৰু আগুৱাই যাব৷ এই সময় সৰু সৰু বিনিয়োগৰ বাবে শুভ৷ ভাল লাভ পাব পাৰে৷ আপোনাৰ বহু দিনৰ পৰিকল্পনা এই সময়ত বাস্তবায়িত হব৷ ইয়াৰোপৰি প্ৰতিযোগিতামূলক পৰীক্ষাতো আগুৱাই যাব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জীৱনলৈ ভাল সময় কঢ়িয়াই আনিব চতুৰ্গ্ৰহী যোগে৷ এই সময়ত আপুনি সুখৰ সন্ধান কৰিব পাৰে৷ ইয়াৰোপৰি বাঢ়িব সম্পত্তি৷ যিসকলে ৰিয়েল এষ্টেটৰ বাবে কাম কৰি আছে তেওঁলোকৰ বাবেও এই সময় শুভ৷ যিসকলে বহু দিন কৰি কাম কৰি আছে তেওঁলোকে সাফল্য লাভ কৰিব৷ আত্মবিশ্বাস বাঢ়িব৷ জীৱনলৈ সুখময় আহিব৷ বিবাহিত জীৱনো মসৃণ গতিত আগুৱাব৷ চিন্তাৰ কোনো কাৰণ নাই৷ ভাল সময় চলি আছে বৃশ্চিকৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!
জীৱনশৈলী

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

May 20, 2026
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!
জীৱনশৈলী

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

May 20, 2026
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!
জীৱনশৈলী

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

May 20, 2026
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়
জীৱনশৈলী

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

May 20, 2026
Next Post
দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.