• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ বুধাদিত্য ৰাজযোগত বিশাখা নক্ষত্ৰ, বজৰংবলীৰ কৃপাত মঙলবাৰে সাফল্য লাভ ৫ৰাশিৰ জাতকৰ

কাইলৈৰ ৰাশিফলঃ বুধাদিত্য ৰাজযোগত বিশাখা নক্ষত্ৰ, বজৰংবলীৰ কৃপাত মঙলবাৰে সাফল্য লাভ ৫ৰাশিৰ জাতকৰ

10 months ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

26 minutes ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

49 minutes ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

1 hour ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

2 hours ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

2 hours ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

5 hours ago
মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

5 hours ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

6 hours ago
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

7 hours ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

7 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

8 hours ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বুধাদিত্য ৰাজযোগত বিশাখা নক্ষত্ৰ, বজৰংবলীৰ কৃপাত মঙলবাৰে সাফল্য লাভ ৫ৰাশিৰ জাতকৰ

কাইলৈৰ ৰাশিফলঃ বুধাদিত্য ৰাজযোগত বিশাখা নক্ষত্ৰ, বজৰংবলীৰ কৃপাত মঙলবাৰে সাফল্য লাভ ৫ৰাশিৰ জাতকৰ

editor by editor
January 12, 2026
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ বুধাদিত্য ৰাজযোগত বিশাখা নক্ষত্ৰ, বজৰংবলীৰ কৃপাত মঙলবাৰে সাফল্য লাভ ৫ৰাশিৰ জাতকৰ
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১২ জানুৱাৰী ২০২৬ মঙ্গলবাৰে চন্দ্ৰই তুলা ৰাশি এৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শূল যোগ আৰু গণ্ড যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব বিশাখা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ এই সকৰো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব পাৰে৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ শূল যোগৰ প্ৰভাৱত জীৱনত চকুত লগা উন্নতি কৰিব মেষ ৰাশিৰ জাতকে৷ বজৰংবলীৰ কৃপাত অৰ্থলাভ হব পাৰে আপোনাৰ৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰপৰা মুক্তি পাব মেষ ৰাশিৰ জাতকে৷ হনুমানৰ আশীৰ্বাদত নিজৰ লক্ষ্যৰ দিশত আৰু এঢাপ আগুৱাই যাব পাৰে৷

মিথুন ৰাশি

কাইলৈ থাকিব বুধাদিত্য যোগ৷ এই যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ মঙ্গলবাৰে আপোনাৰ পৰিয়ালত বিশেষ কোনো সুখৰ খবৰ আহিব৷ শহুৰৰ ঘৰৰ দিশৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত ৰৈ থকা ধন উভতাই পাব পাৰে৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷

তুলা ৰাশি

১৩ জানুৱাৰীত পুহৰ কৃষ্ণা দশমী দুৰ্দান্ত হব তুলা ৰাশিৰ জাতকৰ৷ কাইলৈ সকলো কামতেই সৌভাগ্যক কাষত পাব৷ আৰ্থিকভাৱেও কিছু উন্নতি কৰিব পাৰিব৷ ইয়াৰ ফলত কাইলৈ আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ বৰ্তি থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতেও কাইলৈ সুখৰ সময় কটাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷

বৃশ্চিক ৰাশি

কাইলৈ মঙ্গলবাৰে বুধাদিত্য যোগৰ সম্পূৰ্ণ ফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা কাইলৈ কোনো সুখবৰ পাব পাৰে৷ কাইলৈ সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতকৰ৷ বন্ধুৰ সৈতে হাঁহি ধেমালী কৰি কাইলৈ সন্ধিয়াটো কটাব৷ যি কামত হাত দিব তাতেই ভৰপূৰ সাফল্য পাব৷

মকৰ ৰাশি

কাইলৈ বিশাখা নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ প্ৰতিভাৰ বিকাশ ঘটিব মকৰ ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে বজৰংবলীৰ দয়াত সুফল অৱশ্যেই লাভ কৰিব৷ অফিচত চিনিয়ৰসকলৰ পৰা নিজৰ কামৰ প্ৰশংসা লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

October 31, 2026
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

October 31, 2026
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!
বাণিজ্য

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

October 31, 2026
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো
জীৱনশৈলী

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

October 31, 2026
Next Post
৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ

৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ

৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.