• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ

৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ

4 months ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

15 minutes ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

1 hour ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

1 hour ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

2 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

2 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

16 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

17 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

18 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

18 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

19 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

19 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ

৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ

editor by editor
January 12, 2026
in জীৱনশৈলী
0
৫ৰাশিৰ কঁপালত জেকপট, ভাৱিব নোৱৰা আৰ্থিক লাভ এইকেইটা ৰাশিৰ জাতকৰ
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনত মঙল, শনি আৰু বৃহস্পতি একেলগে অস্ত যোৱাৰ পাছত আকাশত গ্ৰহৰ অৱস্থানে ডাঙৰ সাল সলনি আহিব৷ জ্যোতিষ গণনাত দেখা গৈছে যে বছৰৰ আৰম্ভণিতে এই গ্ৰহ পৰিবৰ্তনৰ প্ৰভাৱ পৰিব পাঁচ ৰাশিৰ জীৱনত৷ বিশেষকৈ আৰ্থিক সিদ্ধান্ত, আয়, সঞ্চয় আৰু বিনিয়োগত বিশেষ সুযোগ লাভ কৰিব৷ ফলত গ্ৰহগত সাল সলনিক লৈ কি কৈছে জ্যোতিষীয়ে?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে গ্ৰহৰ নতুন অৱস্থানে আৰ্থিক স্বস্তিৰ পথ খুলি দিব৷ বছৰৰ প্ৰথমৰ পৰাই আয় ধীৰে ধীৰে বাঢ়িবলৈ আৰম্ভ কৰিব পাৰে৷ ইয়াৰোপৰি দীৰ্ঘদিন ধৰি চলি থকা অপ্ৰয়োজনীয় খৰচৰ চাপ কমিব৷ পূৰ্বে কৰা বিনিয়োগে লাভ দিব৷ পৰিয়ালৰ আৰ্থিক দুশ্চিন্তাও পূৰ্বতকৈ বহু পৰিমাণে কমিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থাৰ উন্নতি সম্ভৱ৷ ৰৈ থকা অৰ্থ উভতাই পাব৷ হঠাৎ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা প্ৰৱল৷ পাৰিবাৰিক পৰিবেশো শান্ত আৰু স্থিতিশীল থাকিব৷ শ্বেয়াৰ বজাৰ বা দীৰ্ঘম্যাদি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ আহিব৷ সঞ্চয় বঢ়োৱাৰ বাবে এই সময় আদৰ্শ বুলি কৈছে জ্যোতিষীয়ে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ বাবে এই সময়ে মূলত সম্পদ সঞ্চয়ৰ সুযোগ আনি দিব৷ আয় বৃদ্ধিৰ সৈতে সঞ্চয়ো বাঢ়িব৷ প্ৰয়োজনত পৰিয়ালৰ পৰাও আৰ্থিক সহায় লাভ কৰিব পাৰে৷ ভাৱিচিন্তি কৰা বিনিয়োগত ভৱিষ্যতে স্থায়ী লাভ আহিব৷ স্থিতিশীল ৰিটাৰ্ণ লাভৰ সুযোগ আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে আহিছে স্থিতিশীলতাৰ সময়৷ দৰমহা বৃদ্ধি বা নতুন আয়ৰ উৎস বিচাৰি পোৱাৰ সম্ভাৱনা খুবেই উজ্জ্বল৷ পৰিয়ালৰ আৰ্থিক সিদ্ধান্তত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠিব৷ পূৰ্বে কৰা পৰিকল্পনাৰ পৰা ভৱিষ্যতে সুফল পাব৷ আৰ্থিক অৱস্থান সলনিয়ে আপোনাক নিৰাপত্তা দিব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ এই সময়ত পেছাগত উন্নতিৰ ওপৰিও আৰ্থিকভাৱেও আগুৱাই যাব পাৰে৷ পৰিয়ালৰ সহযোগিতাই আৰ্থিক চাপ কমাই দিব৷ দীৰ্ঘম্যাদি বিনিয়োগত লাভ পোৱাৰ সুযোগ বাঢ়িব৷ শ্বেয়াৰ বজাৰতো স্থায়ী লাভ আহিব পাৰে৷ গ্ৰহৰ অৱস্থান সলনিৰ প্ৰভাৱত নতুন কাম বা নতুন প্ৰকল্প আৰম্ভ কৰাৰো সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?
জীৱনশৈলী

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

May 14, 2026
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?
জীৱনশৈলী

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

May 14, 2026
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?
জীৱনশৈলী

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

May 14, 2026
Next Post
৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.