• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

8 months ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

2 minutes ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

4 minutes ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

36 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

45 minutes ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

1 hour ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

3 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

9 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

9 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?

editor by editor
January 13, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৪৬মাহৰ পাছত মকৰ ৰাশিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, ৩ গুণ উন্নতিৰে ভাগ্য চমকিব কাৰ কাৰ?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ ৪দিনৰ অপেক্ষা৷ তাৰপিছতেই ৪৬ বছৰৰ পাছত মকৰ ৰাশিত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ মকৰ ৰাশিত বুধ আৰু শুক্ৰই বহি অত্যন্ত শুভ এই ৰাজযোগ গঠন কৰিব৷ আজি ১৩ জানুৱাৰীত শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত আগন্তুক ১৭ জানুৱাৰীত বুধে মকৰ ৰাশিলৈ আহিব৷ বুধ আৰু শুক্ৰই একে ঘৰলৈ আহি গঠন কৰিব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ইয়াৰ ফলত কেৰিয়াৰত উন্নতি হ’ব, প্ৰচুৰ অৰ্থ উপাৰ্জন হ’ব কোন কোন ৰাশিৰ?

বৃষ ৰাশি

বৃষ ৰাশিৰ সৌভাগ্যৰ ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই সময়ত ভাগ্য মজবুত থাকিব৷ পৰিয়ালৰ সৈতে ধৰ্মীয় যাত্ৰালৈ যাব পাৰে৷ পিতৃৰ সহায়ত লাভৱান হব৷ নতুন কোনো প্ৰকল্প আৰম্ভ কৰাৰ বাবে বা নতুন চুক্তিত ছহী কৰাৰ বাবে এই সময় আপোনাৰ বাবে লাভজনক৷ বিদেশত কৰ্মৰতসকলে সাফল্য পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ সহকৰ্মীসকলে সমৰ্থন আপোনাৰ সৈতে থাকিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ সপ্তম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ বুধ আৰু শুক্ৰৰ যুঁটিত সাংসৰিক আৰু দাম্পত্য জীৱনত সুখ থাকিব৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হব পাৰে৷ বিবাহত ভাল প্ৰস্তাৱ পাব পাৰে৷ ঘৰৰ কোনো শুভ অনুষ্ঠান আয়োজন হব পাৰে৷ অফিচত প্ৰমোছন পোৱাৰ সম্ভাৱনা আছে৷ অংশীদাৰিৰ ব্যৱসায়ত লাভ বাঢ়িব৷

তুলা ৰাশি

তুলা ৰাশিৰ চতুৰ্থ ঘৰত গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ বুধ আৰু শুক্ৰৰ ওপৰিও অৱস্থানৰ ফলত সমৃদ্ধি আৰু বিলাসিতা বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ পৰা আৰ্থিক লাভ হব পাৰে৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হব৷ নতুন ঘৰ বা বাহন কিনাৰ ইচ্ছা পূৰণ হব পাৰে৷ ব্যৱসায়ৰ কামত ভ্ৰমণ কৰিব পাৰে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷

মকৰ ৰাশি

মকৰ ৰাশিত ৪৬ মাহৰ পাছত লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হব৷ বুধ শুক্ৰৰ যুঁটি অত্যন্ত কাৰ্যকৰ আৰু লাভজনক হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত সকলো কামত আপুনি ভাগ্যৰ সহায়তা পাব৷ প্ৰচুৰ সাফল্য আৰু আৰ্থিক লাভে অপেক্ষা কৰিছে আপোনাৰ বাবে৷ পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি প্ৰাপ্তিৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
Next Post
আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, মকৰ সংক্ৰান্তিৰ পাছতেই মালামাল হ’ব এই ৪ৰাশি

তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, মকৰ সংক্ৰান্তিৰ পাছতেই মালামাল হ’ব এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.