৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

সূৰ্যক গ্ৰহৰাজ বুলি কোৱা হয় আৰু চন্দ্ৰক মন আৰু আৱেগৰ কাৰক গ্ৰহ হিচাপে ধৰা হয়৷ সূৰ্য অগ্নি তত্ত্বৰ গ্ৰহ, আৰু চন্দ্ৰ পানী তত্ত্বৰ, যিয়ে শীতলতা প্ৰদান কৰে৷ যেতিয়া এই দুই গ্ৰহই আকাশত এক বিশেষ দূৰত্বত অৱস্থান কৰে৷ তেতিয়া এক অত্যন্ত অশুভ যোগ তৈয়াৰ হয়, যাক ব্যতিপাত যোগ বুলি কোৱা হয়৷

ব্যতিপাত যোগে মাতি আনে নানান সমস্যা

১৩ জানুৱাৰী এই ব্যতিপাত যোগ গঠিত হৈছে৷ সাধাৰণভাৱে এই যোগ মানসিক চাপ, অসুস্থতা, দুঃখ আৰু ক্ষতিৰ কাৰণ হৈ পৰে৷ জ্যোতিষশাস্ত্ৰ মতে, কিছু বিশেষ পৰিস্থিতিত এই যোগে শুভ ফল দিব পাৰে৷ চলিত বছৰত ১৩ জানুৱাৰীত তৈয়াৰ হোৱা এই ব্যতিপাত যোগ তিনি ৰাশিৰ বাবে অত্যন্ত শুভ বুলি বিবেচিত হৈছে৷

বৃষ ৰাশি

সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগ বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হব৷ অবিবাহিতসকলৰ জীৱনত প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে৷ ইয়াৰোপৰি বিবাহিতসকলৰ দাম্পত্য জীৱনলৈ সুখ আৰু আনন্দৰ আগমন ঘটিব৷ ব্যৱসায়-বাণিজ্যৰ বাবে এই সময় অনুকূল আৰু লাভৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য, আৰু এই ব্যতিপাত যোগ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ দীৰ্ঘদিনৰ মানসিক চাপ দূৰ হব পাৰে৷ কাৰোবাৰ পৰা হঠাৎ কোনো সুখবৰ বা উপহাৰ পাব পাৰে৷ ডাঙৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কোনো চুক্তি চূড়ান্ত হব পাৰে৷

কুম্ভ ৰাশি

সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগে কুম্ভ ৰাশিৰ জাতকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ চাকৰিয়ালে পদোন্নতিৰ সুযোগ পাব পাৰে৷ আৰ্থিক লাভৰ যোগ আছে আৰু বিনিয়োগৰ পৰাও সুফল পাব পাৰে৷ ব্যৱসায়ত লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে৷

১৩ জানুৱাৰীত তৈয়াৰ হোৱা সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগ এফালে যেনেকৈ সাধাৰণভাৱে সতৰ্কতাৰ ইংগিত দিয়ে৷  অন্য কিছু ৰাশিৰ জাতকৰ বাবেও এই যোগে আশাৰ খবৰ কঢ়িয়াই আনিব পাৰে৷ গ্ৰহগত আৰু বিৰল অৱস্থানে জীৱনৰ নানান ক্ষেত্ৰত নতুন মোড় আনিব পাৰে৷ মানসিক অশান্তি ধীৰে ধীৰে প্ৰশমিত হব আৰু ৰৈ থকা কামে আকৌ গতি পাব পাৰে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *