কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

আৰু মাত্ৰ ২৪ ঘণ্টা! সূৰ্য-চন্দ্ৰৰ ব্যতিপাত যোগত সলনি হ’ব ৩ৰাশিৰ জীৱন

সূৰ্যক গ্ৰহৰাজ বুলি কোৱা হয় আৰু চন্দ্ৰক মন আৰু আৱেগৰ কাৰক গ্ৰহ হিচাপে ধৰা হয়৷ সূৰ্য অগ্নি তত্ত্বৰ গ্ৰহ, আৰু চন্দ্ৰ পানী তত্ত্বৰ, যিয়ে শীতলতা প্ৰদান কৰে৷ যেতিয়া এই দুই গ্ৰহই আকাশত এক বিশেষ দূৰত্বত অৱস্থান কৰে৷ তেতিয়া এক অত্যন্ত অশুভ যোগ তৈয়াৰ হয়, যাক ব্যতিপাত যোগ বুলি কোৱা হয়৷

ব্যতিপাত যোগে মাতি আনে নানান সমস্যা

১৩ জানুৱাৰী এই ব্যতিপাত যোগ গঠিত হৈছে৷ সাধাৰণভাৱে এই যোগ মানসিক চাপ, অসুস্থতা, দুঃখ আৰু ক্ষতিৰ কাৰণ হৈ পৰে৷ জ্যোতিষশাস্ত্ৰ মতে, কিছু বিশেষ পৰিস্থিতিত এই যোগে শুভ ফল দিব পাৰে৷ চলিত বছৰত ১৩ জানুৱাৰীত তৈয়াৰ হোৱা এই ব্যতিপাত যোগ তিনি ৰাশিৰ বাবে অত্যন্ত শুভ বুলি বিবেচিত হৈছে৷

বৃষ ৰাশি

সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগ বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হব৷ অবিবাহিতসকলৰ জীৱনত প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে৷ ইয়াৰোপৰি বিবাহিতসকলৰ দাম্পত্য জীৱনলৈ সুখ আৰু আনন্দৰ আগমন ঘটিব৷ ব্যৱসায়-বাণিজ্যৰ বাবে এই সময় অনুকূল আৰু লাভৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি হৈছে সূৰ্য, আৰু এই ব্যতিপাত যোগ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব৷ দীৰ্ঘদিনৰ মানসিক চাপ দূৰ হব পাৰে৷ কাৰোবাৰ পৰা হঠাৎ কোনো সুখবৰ বা উপহাৰ পাব পাৰে৷ ডাঙৰ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কোনো চুক্তি চূড়ান্ত হব পাৰে৷

কুম্ভ ৰাশি

সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগে কুম্ভ ৰাশিৰ জাতকৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ চাকৰিয়ালে পদোন্নতিৰ সুযোগ পাব পাৰে৷ আৰ্থিক লাভৰ যোগ আছে আৰু বিনিয়োগৰ পৰাও সুফল পাব পাৰে৷ ব্যৱসায়ত লাভ আৰু অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে৷

১৩ জানুৱাৰীত তৈয়াৰ হোৱা সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপাত যোগ এফালে যেনেকৈ সাধাৰণভাৱে সতৰ্কতাৰ ইংগিত দিয়ে৷  অন্য কিছু ৰাশিৰ জাতকৰ বাবেও এই যোগে আশাৰ খবৰ কঢ়িয়াই আনিব পাৰে৷ গ্ৰহগত আৰু বিৰল অৱস্থানে জীৱনৰ নানান ক্ষেত্ৰত নতুন মোড় আনিব পাৰে৷ মানসিক অশান্তি ধীৰে ধীৰে প্ৰশমিত হব আৰু ৰৈ থকা কামে আকৌ গতি পাব পাৰে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *