থাইলেণ্ডত ভয়াৱহ ট্ৰেইন দুৰ্ঘটনা৷
এলিভেটেড ৰে’ল প্ৰকল্পৰ কামত ব্যৱহৃত বিশাল ক্ৰেইন ভাঙি পৰিছে যাত্ৰীবাহী ট্ৰেইনৰ ওপৰত৷
ভাঙি পৰা ক্ৰেনৰ ধাক্কাতেই লাইনৰ পৰা ছিটিকি পৰিছে ট্ৰেইনখন৷
তাৰপিছতেই লগে লগে অগ্নিকাণ্ডৰো সূত্ৰপাত হয় ট্ৰেইনখনত৷
দুৰ্ঘটনাগ্ৰস্থ ট্ৰেইনৰ বাগীত আৱদ্ধ হৈ পৰিছে যাত্ৰীসকল৷
ঘটনাত মৃতকৰ সংখ্যা কমেও ২২ আৰু আহতৰ সংখ্যা ৮০ বুলি জানিব পৰা গৈছে৷
ঘটনাৰ ভয়াৱহতাত দেখি মৃতকৰ সংখ্যা আৰু বঢ়াৰ আশংকা কৰিছে বিভিন্ন ৰিপৰ্টে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















