• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

2 months ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

12 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

60 minutes ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

2 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

3 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

20 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

22 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

23 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

24 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

24 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

editor by editor
January 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুলগেৰিয়াবাসী বাবা ভাঙ্গাৰ নাম নুশুনা মানুহ হয়তো নাই৷ দৃষ্টিশক্তি নাথাকিলেও নিজৰ অন্তৰ্দৃষ্টিয়ে আগন্তুক কেইবাহাজাৰ বছৰত পৃথিৱীত কি কি ঘটিত তেওঁ দেখিছিল৷ আৰু এটাৰ পাছত আনটো ভৱিষ্যদ্বাণী তাৰ ওপৰত ভিত্তি কৰিয়েই তেওঁ কৰি গৈছে৷ তেওঁ কৰা বহু ভৱিষ্যদ্বাণী হুবহু মিলিও গৈছে৷ বৰ্তমান বিশ্বই অনিশ্চয়তাৰ সৈতে যুঁজ কৰি আছে আৰু তেতিয়াই বাবা ভাঙ্গাই কৰি যোৱা কিছু ভৱিষ্যদ্বাণী আকৌ চৰ্চালৈ আহিছে৷ এই পৃথিৱাত মানৱজাতিৰ আয়ু কিমান দিন, সেয়াও কৈ গৈছে বাবা ভাঙ্গাই৷

বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী অনুসৰি ৫০৭৯ চনত ধ্বংস হ’ব মানৱ সভ্যতা৷ অকল্পনীয় কোনো মহাজাগতিক ঘটনা এই মহাবিশ্বৰ সম্পূৰ্ণ ধ্বংস মাতি আনিব৷ তাৰ পূৰ্বে নানান ঘটনা ঘটিব পাৰে৷ পৰিচয় ঘটিব পাৰে নানান মহাজাগতিক শক্তিৰ সৈতে৷

বাবা ভাঙ্গাৰ মতে ৩০০৫ চনত মঙ্গল গ্ৰহই কোনো এক মহাজাগতিক শক্তিৰ সৈতে ব্যাপক যুদ্ধ হব মানৱ সভ্যতাৰ৷ ৩০১০ চনত চন্দ্ৰতো সাংঘাতিক কোনো সংঘৰ্ষ হব পাৰে৷ ৩৭৯৭চনৰ পৰা পৃথিৱীত বিভিন্ন প্ৰাণীৰ বিলুপ্তি ঘটিব৷ একেলগে প্ৰযুক্তিৰ ব্যাপক উন্নতি হব৷ তেওঁৰ মতে ৪৩০০ চনৰ মাজত মানুহে প্ৰযুক্তিসৰ্বস্ব পৃথিৱীত বাস কৰিবলৈ আৰম্ভ কৰিব৷ চিকিৎসাশাস্ত্ৰ ইমানেই উন্নত হব যে প্ৰায় সকলো নিৰায়মে সম্ভৱ হৈ পৰিব৷ ৪৬৭৪ চনত মানৱ সভ্যতা শীৰ্ষলৈ যাব৷ সেই সময়ত পৃথিৱীজুৰি প্ৰায় ৩৪০ বিলিয়ন মানুহে বাস কৰিব৷

সভ্যতাৰ শেষ দিশত মানুহে মহাবিশ্বৰ সীমানা আৱিষ্কাৰ কৰিবলৈ সক্ষম হব৷ লেই সীমনা পাৰ হৈ নতুন জগত আৱিষ্কাৰৰো চেষ্টা কৰিব মানুহে৷ তেতিয়াই ভয়ানক মতবিৰোধ ঘটিব৷ ৫০৭৯ চনৰ মাজত সেই সংক্ৰান্তত লোৱা কোনো সিদ্ধান্তই চৰম বিপৰ্যয় মাতি আনিব৷ সেই দিনাই হ’ব ধ্বংসৰ আৰম্ভণি৷ মানৱ সভ্যতা আৰু মহাবিশ্বৰ অৱসান ঘটিব৷

২০২৬ চনৰ বাবে কি কি ভৱিষ্যদ্বাণী কৰিছে বাবা ভাঙ্গাই?

ভাঙ্গাৰ সকলোতকৈ ভয়ানক ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত এটা হৈছে যুদ্ধ৷ ২০২৬ চনত বিশ্বব্যাপী উত্তেজনা বৃদ্ধিৰ বিষয়ে সতৰ্ক কৰিছিল তেওঁ৷ টাইৱান দখল কৰিব পাৰে চীনে৷ ৰাছিয়া আৰু আমেৰিকাৰ মাজত পোনপটীয়াকৈ সংঘৰ্ষ আৰম্ভ হব পাৰে যিয়ে তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনাকো উচটাব পাৰে৷

২০২৬ চনৰ বাবে আৰু এক উদ্বেগজনক ভৱিষ্যদ্বাণী হৈছে প্ৰাকৃতিক দুৰ্যোগ৷ ভয়াৱহ ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ বা চৰম কোনো প্ৰাকৃতিক দুৰ্যোগৰ আশংকা কৰিছে বাবা ভাঙ্গাই৷

এই বছৰত এলিয়েনসকলৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে বুলিও ধাৰণা কৰিছে বাবা ভাঙ্গাই৷ তেওঁৰ দাবী ২০২৬ চনত মানৱজাতি  বহিৰ্জাগতিক জীৱনৰ মুখামুখি হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ

অগ্নিগৰ্ভা কোকৰাঝাৰ! প্ৰতিবাদকাৰীয়ে জ্ব**লালে বীৰছা কামাণ্ডো ফৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়, আৰক্ষী থানাও লক্ষ্য প্ৰতিবাদকাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.