• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব

ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব

7 months ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

14 minutes ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

36 minutes ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

1 hour ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

2 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

2 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

3 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

4 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

4 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

5 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

6 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

6 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব

ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব

editor by editor
January 20, 2026
in জীৱনশৈলী
0
ফেব্ৰুৱাৰীৰ পৰাই এই ৩ৰাশি মালামাল হ’ব, শুক্ৰৰ উদয়ত গোল্ডেন টাইম আৰম্ভ হ’ব
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধন সম্পদ আৰু সুখ প্ৰদান কৰে শুক্ৰই৷ আৰু এই গ্ৰহই ৩১ ডিচেম্বৰত অস্ত গৈছিল৷ ভাল খবৰ হৈছে ১ ফেব্ৰুৱাৰীৰ পৰা মকৰ ৰাশিত উদয় হ’ব শুক্ৰৰ৷ আৰু জ্যোতিষমতে শুক্ৰ উদয় হলে কিছু ৰাশিৰ জীৱনত ভাল সময় আৰম্ভ হয়৷ আৰু সেই ট্ৰেণ্ড এইবাৰো অব্যাহত আছে৷ শুক্ৰ জাগি উঠাৰ ফলত তিনি ৰাশিৰ আৰ্থিক লাভ হব৷ কেৰিয়াৰত আগুৱাই যোৱা সম্ভৱ৷ ইয়াৰোপৰি পাৰিবাৰিক জীৱনলৈ আহিব শান্তি৷ সেয়ে সময় নষ্ট নকৰি এই ৩ৰাশিৰ সম্পৰ্কে জানি থওক৷

মিথুন ৰাশি

মিথুন ৰাশিৰ বাবে শুক্ৰ উদয় অনুকূল হব পাৰে৷ আপোনাৰ আত্মবিশ্বাস এই সময় বেছি থাকিব৷ ইয়াৰোপৰি সমাজত আপোনাৰ ছবি মজবুত হৈ পৰিব৷ ইয়াৰোপৰি নতুন সম্পৰ্কতো সোমাই পৰিব পাৰে৷ যাৰ ফলত জীৱনৰ সমস্যাসমূহ দূৰ হ’ব৷ বহুদিন ধৰি যিসকলে প্ৰপাৰ্টি, দোকান আদি আৰম্ভ কৰিব খুজিছিল তেওঁলোকৰ বাবে ভাল সময়৷ ঘৰ সংসাৰলৈ ভাল সময় আহিব৷ বিবাহিত জীৱনৰ সকলো সমস্যা দূৰ হব৷

তুলা ৰাশি

এই সময় শুভ হব তুলা ৰাশিৰ বাবে৷ আপুনি জীৱন যুদ্ধত আগুৱাই যাব পাৰে৷ সুখ আৰু সমৃদ্ধি আহিব৷ সম্পত্তি ক্ৰয়ৰো যোগ আছে৷ ইয়াৰোপৰি কিনিব পাৰে নতুন বাহন৷ ব্যৱসায়ৰ সৈতে যিসকল যুক্ত তেওঁলোকো এই সময়ত আগুৱাই যাব৷ আপোনাৰ ভাল লাভ হব পাৰে৷ মাটি বা প্ৰপাৰ্টিৰ সমস্যা নিষ্পত্তি হব৷ ইয়াৰোপৰি পিতৃ-মাতৃৰ সৈতে সম্পৰ্ক ভাল হব৷ পৰিয়ালৰ সকলোৱে আপোনাৰ নিৰ্ণায়ক ভূমিকাৰ ওপৰত ভৰসা কৰিব৷ কেৱল সেয়াই নহয় এই সময়ত আপুনি ধৈৰ্যবান আৰু সহনশীল হৈ উঠিব৷এই সময়ত মান সন্মান বৃদ্ধি পাব৷

মকৰ ৰাশি

শুক্ৰই আপোনাৰ ৰাশিতে উদয় হৈছে৷ এই সময়ত আত্মবিশ্বাস থাকিব সপ্তমত৷ ইয়াৰোপৰি কেৰিয়াৰত আগুৱাই যাব পাৰে৷ ডাঙৰ কোনো অফাৰো আহিব পাৰে৷ এই সুয়োগত অৰ্থভাগ্য উজলিব৷ হাতলৈ আহিব পাৰে বহু পৰিমাণে ধন৷ পৈতৃক সম্পত্তিও পাব পাৰে৷ ইয়াৰোপৰি পুৰণি কোনো বিনিয়োগৰ পৰাও এই সময়ত ৰিটাৰ্ণ আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ
জীৱনশৈলী

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

August 8, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ
জীৱনশৈলী

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

August 8, 2026
Next Post
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.