• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

8 months ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

37 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

1 hour ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

2 hours ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

12 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

13 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

13 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

13 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

14 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

14 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ

editor by editor
January 24, 2026
in জীৱনশৈলী
0
অভিজিৎ নক্ষত্ৰত মঙ্গল, প্ৰচুৰ অৰ্থলাভ-কেৰিয়াৰত সাফল্য ৪ৰাশিৰ জাতকৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি অভিজিৎ নক্ষত্ৰ অত্যন্ত শুভ ফলদায়ী৷ ২৮ তম এই নক্ষত্ৰ জয়ৰ প্ৰতীক৷ এই গ্ৰহৰ অধিপতি দেৱ বিষ্ণু৷ সাহস আৰু শক্তিৰ কাৰক গ্ৰহ মঙ্গলে আজি ২৪ জানুৱাৰী সন্ধিয়া ৬ বাজি ১৭ মিনিটত অভিজিৎ নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ ৩০ জানুৱাৰী শুকুৰবাৰে পুৱা ৪বাজি ৩ মিনিট পৰ্যন্ত ইয়াতেই থাকিব ৰঙা গ্ৰহ মঙ্গল৷ জানি থওক অভিজিৎ নক্ষত্ৰত মঙ্গলৰ গোচৰৰ প্ৰভাৱত লাভৱান হব কোন কোন ৰাশি?

মেষ ৰাশি

মঙ্গল হৈছে মেষ ৰাশিৰ অধিপতি গ্ৰহ৷ ৰঙা গ্ৰহ অভিজিৎ নক্ষত্ৰলৈ গলে মেষ ৰাশিৰ জাতকৰ সৌভাগ্যত উন্নতিৰ জোৱাৰ উঠিব৷ আত্মবিশ্বাস বাঢ়িব৷ সম্পদ লাভ হব৷ বহুদিন ধৰি কোনো কাম বাকী থাকিলে সেয়া সম্পূৰ্ণ হব পাৰে৷ কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ নতুন মাটি কিনিব পাৰে৷

সিংহ ৰাশি

অভিজিৎ নক্ষত্ৰত মঙ্গলৰ গোচৰ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ অফিচত আপুনি আৰু চিৰিয়াছ হৈ কাম কৰিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পজিছন আৰু দায়িত্ব বাঢ়িব৷ আপুনি লোৱা আৰ্থিক সিদ্ধান্ত সঠিক প্ৰমাণিত হব৷

বৃশ্চিক ৰাশি

মঙ্গলৰ গোচৰৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতকৰ সন্মুখত উন্নতিৰ পথ খুলি যাব৷ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰ ফলত কঠিন পৰিস্থিতিটো আপুনি থিয় হব পাৰিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ সাহসী সিদ্ধান্ত লাভজনক হব৷ চিকিৎসাশাস্ত্ৰৰ সৈতে যুক্তসকলে উল্লেখযোগ্য সাফল্য পাব৷ আৰ্থিক উন্নতি কৰিব পাৰিব৷ মানসিক চাপ কমিব৷

মীন ৰাশি

অভিজিৎ নক্ষত্ৰত মঙ্গলৰ গোচৰে শুভ ফল কঢ়িয়াই আনিব মীন ৰাশিৰ জাতকৰ বাবে৷ কঠোৰ পৰিশ্ৰমে শুভ ফল দিব৷ কেৰিয়াৰত উন্নতিৰ শিখৰলৈ যাব পাৰে৷ অফিচত ডাঙৰ কামৰ দায়িত্ব পাব৷ নতুন প্ৰকল্পত কাম আৰম্ভ কৰিব পাৰে৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ পাবলগীয়া ধন হাতলৈ আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

September 28, 2026
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

September 28, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
Next Post
প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

প্ৰাক্তন পত্নীৰ বিৰুদ্ধে ৫০ কোটিৰ মানহানিৰ গোচৰৰ ৰায় কুমাৰ চানুৰ পক্ষত! প্ৰাক্তন পত্নীৰ অভিযোগক লৈ কি কৈছে গায়ক কুমাৰ চানুৱে?

সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?

সন্তানৰ সন্মুখতে পত্নী আৰু তিনি আত্মীয়ক শেষ কৰিলে আমেৰিকাবাসী ভাৰতীয়ই! চৰ্চাত সমগ্ৰ বিষয়, প্ৰকৃত কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.