• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

6 months ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

16 minutes ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

52 minutes ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

2 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

2 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

3 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

5 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

5 hours ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

6 hours ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

7 hours ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

7 hours ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

7 hours ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

editor by editor
January 28, 2026
in জীৱনশৈলী
0
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে পুৱা ৮ বাজি ১০ মিনিটত নগদ মুম্বাই বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান৷ লিয়াৰজেট-৪৫ সংস্থাৰ সৰু আকাৰৰ ব্যক্তিগত সেই বিমানখনে ৮ৰ পৰা ৯ জন বহাৰ স্থান আছিল৷ বিমানখন ভাঙি পৰে ৮ বাজি ৪৩ মিনিটত৷ উৰাৰ ঠিক ৩৩ মিনিটৰ পাছতেই এই ঘটনা৷ দুৰ্ঘটনাত অজিতসহ বিমানত থকা পাঁচ জনৰেই মৃত্যু হৈছে৷ বিমানৰ গতিবিধিত নজৰদাৰী চলাত এনে কিছু সংস্থাৰ তথ্যই কৈছে, উৰাৰ  ২৪ মিনিটৰ পাছতেই অজিত পাৱাৰৰ বিমানখনে হঠাৎ সংকেত পঠিওৱা বন্ধ কৰি দিয়ে৷

নিজৰ চহৰ বাৰামতীত বুধবাৰে ৰাজনৈতিক কৰ্মসূচী আছিল অজিত পাৱাৰৰ৷ একাধিক ৰিপৰ্টে দাবী কৰে যে বিমানখনে ৮বাজি ৩৪ মিনিটৰ পৰা নজৰদাৰী সংকেত পঠিওৱা বন্ধ কৰি দিয়ে৷ কেইবামিনিটৰ ভিতৰতেই অৱশ্যে সংকেত পঠিওৱা আৰম্ভ কৰে বিমানখনে৷ অজিত পাৱাৰৰ বিমানখনে প্ৰথমবাৰৰ চেষ্টাত বাৰামতীৰ ৰানৱেত নামিব নোৱাৰিলে৷ ইয়াৰপাছতেই এবাৰ চক্কৰ মাৰি আকৌ অৱতৰণৰ চেষ্টা কৰিছিল৷ ৮ বাজি ৪৩ মিনিটৰ পৰা সেই বিমান সম্পূৰ্ণৰূপে নিশ্চূপ হৈ যায়৷ আৰু কোনো সংকেত তাৰ পৰা অহা নাছিল৷ এই সময়ত বিমানখন ভাঙি পৰিছে বুলি ধাৰণা কৰা হৈছে৷ জনা গৈছে যে য’ত বিমানখনে এডিএছ বি সংকেত পঠিওৱা বন্ধ কৰিছিল সেই স্থানতেই মূল অৱতৰণস্থল বাৰামতী বিমানবন্দৰৰ পৰা ২০ কিঃমিঃ দূৰৈত৷

প্রাথমিকভাৱে বিমানৰ উৰণত কোনো খেলিমেলি চিনাক্ত কৰিব নোৱাৰিলে৷ পৰিসংখ্যাই কৈছে উৰাৰ ১০ মিনিটৰ মূৰত অজিতৰ বিমান সমুদ্ৰপৃষ্ঠৰ পৰা ৬ কিঃমিঃ উচ্চতাত আছিল৷ গতি আছিল ঘণ্টাত ১০৩৬ কিঃমিঃ প্ৰতিঘণ্টা৷ এই গতিবেগতেই উৰিছে বিমানখন৷ ভাঙি পৰাৰ ঠিক পূৰ্বৰ মুহূৰ্তত বিমানখনৰ উচ্চতা কমি আহিছিল ১০৩৫ কিঃমিঃ প্ৰতিঘণ্টা৷  এই গতিবেগতেই উৰিছিল বিমানখন৷ ভাঙি পৰাৰ ঠিক পূৰ্বৰ মুহূৰ্তত বিমানখনৰ উচ্চতা কমি আহিছিল ১০১৬ মিটাৰ৷ গতিবেগ আছিল ২৩৭ কিঃমিঃ প্ৰতি ঘণ্টা৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে জনাইছে যে ভাঙি পৰাৰ পূৰ্বৰ মুহূৰ্তত এয়াৰ ট্ৰেফিক কন্ট্ৰোলৰ সৈতে যোগাযোগ কৰিছিল পাইলটে৷ জনাইছিল যে ৰানৱে তেওঁ দেখা পোৱা নাছিল৷ তাৰপিছতেই বিমানখনে এবাৰ ঘূৰি আকৌ অৱতৰণৰ চেষ্টা কৰে৷ এই সময়ত পাইলটে জনাইছিল যে তেওঁ ৰানৱে দেখা পাইছে৷ কিন্তু তাৰপিছতেই বিমানখন ভাঙি পৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা
জীৱনশৈলী

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

August 5, 2026
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?
জীৱনশৈলী

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

August 5, 2026
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
জীৱনশৈলী

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

August 5, 2026
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ
জীৱনশৈলী

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

August 5, 2026
Next Post
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.