• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 months ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

26 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

45 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

1 hour ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

3 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
February 22, 2026
in জীৱনশৈলী
0
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহ কাইলৈৰ পৰা আৰম্ভ হ’ব৷ মাৰ্চ মাহ আৰম্ভ হ’বলৈ মাজত আৰু বেছি দিন নাই৷ এইবাৰৰ মাৰ্চ মাহ জ্যোতিষমতে কেইবাটাও গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ সাক্ষী হব৷ প্ৰেম, সৌন্দৰ্য, ভোগবিলাসৰ কাৰক গ্ৰহ শুক্ৰই একাধিক নক্ষত্ৰ আৰু ৰাশিত অৱস্থান পৰিবৰ্তন কৰিব৷ এই ডাবল গোচৰৰ প্ৰভাৱ চাৰিটা ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক লৈ আহিব৷

বৰ্তমান শুক্ৰই অৱস্থান কৰিছে মীন ৰাশিত৷ আগন্তুক ৪ মাৰ্চ পৰ্যন্ত শুক্ৰ থাকিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত৷ ইয়াৰপাছতেই উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ আৰু ২৬ মাৰ্চত শুক্ৰই মীন ত্যাগ কৰি মেষ ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ ধাৰাবাহিক পৰিবৰ্তনৰ ফলত চাৰি ৰাশিৰ ভাগ্য পৰিবৰ্তনৰ ইংগিত দিছে জ্যোতিষশাস্ত্ৰই৷ কোন ৪ৰাশিৰ ভাগ্য উজলিব?

বৃষ ৰাশি

শুক্ৰৰ এই বিশেষ গোচৰ বৃষ ৰাশিৰ জাতকৰ প্ৰেম আৰু দাম্পত্য জীৱনলৈ নতুন উচ্ছ্বাস আনি দিব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা পাব৷ আনকি পদোন্নতিৰো সম্ভাৱনা আছে৷ শিল্প, সাহিত্য বা সৃজনশীল পেছাৰ সৈতে যুক্তসকলে বিশেষ সাফল্য পাব পাৰে৷ বিনিয়োগৰ পৰা লাভ আহিব পাৰে৷ মানসিক দৃঢ়তা বাঢ়িব আৰু সম্পৰ্ক অধিক গভীৰ হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ ক্ষেত্ৰত এই গোচৰে কেৰিয়াৰত উন্নতিৰ ইংগিত দিছে৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে৷ নতুন চাকৰিৰ অফাৰ বা পদোন্নতিৰ সুযোগ পাব পাৰে৷ বিদেশযাত্ৰাৰ সম্ভাৱনাও আছে৷ মিডিয়া, গ্লেমাৰ, ডিজাইনিং বা শিল্পকলাৰ সৈতে যুক্তসকলে এই সময়ত বিশেষভাৱে লাভৱান হব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে এই সময় শুভ বুলি ধাৰণা কৰা হৈছে৷ ৰৈ থকা কাম সম্পূৰ্ণ হব পাৰে৷ নতুন সুযোগৰ দুৱাৰ খুলিব৷ আৰ্থিক দিশৰ পৰা লাভৰ সম্ভাৱনা আছে৷ সঞ্চয়ৰ দিশত নজৰ দিয়ক৷ সঠিক পৰিকল্পনাৰে বিনিয়োগ কৰিলে ভাল ফল পাব পাৰে৷ গুৰুত্বপূৰ্ণ কামত সাফল্য পাব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ পেছাগত আৰু ব্যক্তিগত জীৱনত ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ সমাজত সন্মান বাঢ়িব৷ প্ৰেমৰ সম্পৰ্কত ৰোমান্স আৰু বুজাপৰা বাঢ়িব৷ আৰ্থিক ক্ষেত্ৰতো উন্নতিৰ ইংগিত আছে৷ নতুন উদ্যোগ আৰম্ভ কৰিলে সাফল্যৰ সম্ভাৱনা প্ৰৱল৷

জ্যোতিষমতে শুক্ৰৰ এই নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তন প্ৰেম, অৰ্থ আৰু সৃজনশীলতাৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়৷ ব্যক্তিগত জন্মছক অনুসৰি ফল ভিন্ন হব পাৰে৷ কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
Next Post
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.