• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

3 months ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

35 minutes ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

1 hour ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

13 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

13 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

13 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

14 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

14 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

15 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

16 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

17 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

17 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

editor by editor
March 11, 2026
in জীৱনশৈলী
0
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৫ মাৰ্চ ২০২৬ত গুৰুত্বপূৰ্ণ গ্ৰহই স্থান পৰিবৰ্তন কৰিব৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত সূৰ্যই ৰাশি পৰিবৰ্তন কৰি কুম্ভৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষীৰ মতে সূৰ্যক গ্ৰহৰ ৰজা বুলি কোৱা হয়৷ ই আত্মবিশ্বাস, সন্মান, পিতৃত্ব, স্বাস্থ্য, চৰকাৰী পদ আৰু নেতৃত্বৰ প্ৰতীক৷ ফলত সূৰ্যৰ অৱস্থান সলনিয়ে সাধাৰণ মানুহৰ জীৱনতো উল্লেখযোগ্য প্ৰভাৱ পেলাব পাৰে বুলি জ্যোতিষবীদে জনাইছে৷ পঞ্জিকা অনুসৰি ১৫ মাৰ্চৰ নিশা ১ বাজি ৮ মিনিটত সূৰ্যই মীন ৰাশিত প্ৰৱেশ কৰিব৷ তাতেই সূৰ্যৰ সৈতে একে সময়তে উপস্থিত থাকিব শনি আৰু শুক্ৰ৷ এই তিনি গ্ৰহৰ মিলনত তৈয়াৰ হ’ব বিশেষ ত্ৰিগ্ৰহী যোগ৷ ইয়াৰোপৰি শুক্ৰৰ সৈতে সূৰ্যৰ মিলনত তৈয়াৰ হ’ব শুক্ৰাদিত্য যোগ৷ জ্যোতিষমতে এই দুই যোগক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়৷ কাৰণ ইয়াৰ প্ৰভাৱ ১২টা ৰাশিৰ ওপৰতেই পৰিব পাৰে৷ কেইবাটাও ৰাশিৰ জাতক জাতিকাই বিশেষভাৱে উপকৃত হ’ব পাৰে বুলি ধাৰণা কৰিছে জ্যোতিষীয়ে৷

জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্যৰ এই গোচৰ ১৪ এপ্ৰিল ২০২৬ পৰ্যন্ত মীন ৰাশিতেই থাকিব৷ এই সময়ৰ ভিতৰত বিভিন্ন ৰাশিৰ জীৱনত নানান পৰিবৰ্তনৰ ইংগিতে দেখা দিব পাৰে৷ বিশেষকৈ ত্ৰিগ্ৰহী যোগ আৰু শুক্ৰাদিত্য যোগ তৈয়াৰ হোৱাৰ ফলত জ্যোতিষমহলত এই সময়ক বিশেষ গুৰুত্ব দিয়া হৈছে৷

মেষ ৰাশি

সূৰ্যৰ মীন ৰাশিত প্ৰৱেশে মেষ ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ এই ৰাশিৰ গোচৰ কুণ্ডলীৰ দ্বাদশ ঘৰত সূৰ্যই অৱস্থান কৰিব৷ ইয়াৰ সৈতে সেই ঘৰতেই থাকিব শনি আৰু শুক্ৰ৷ ফলত বহু দিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ আৰ্থিক ক্ষেত্ৰতো হঠাৎ লাভৰ সুযোগ তৈয়াৰ হব পাৰে৷ জীৱনত নতুন আনন্দ আৰু ইতিবাচক পৰিবৰ্তনৰ সম্ভাৱনাও তৈয়াৰ হব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবেও সূৰ্যৰ এই গোচৰ লাভজনক হব পাৰে৷ এই ৰাশিৰ একাদশ ঘৰত সূৰ্যৰ অৱস্থান তৈয়াৰ হব৷ জ্যোতিষমতে এই ঘৰক আয় আৰু লাভৰ ঘৰ হিচাপে ধৰা হয়৷ ফলত কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা তৈয়াৰ হৈছে৷ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে৷ সামাজিক সন্মান বৃদ্ধি পাব পাৰে৷ আৰ্থিক অৱস্থাও তুলনামূলকভাৱে স্থিতিশীল থাকিব পাৰে৷ ইয়াৰোপৰি বন্ধু বা সহকৰ্মীসকলৰ সহযোগিতা লাভৰ সম্ভাৱনা আছে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই ৰাশি পৰিবৰ্তনে কৰ্মজীৱনত ইতিবাচক প্রভাৱ পেলাব পাৰে৷ এই ৰাশিৰ দশম ঘৰত সূৰ্যৰ গোচৰ হব৷ জ্যোতিষমতে দশম ঘৰ কৰ্মজীৱন আৰু পেছাৰ সৈতে যুক্ত৷ ফলত নতুন কামৰ সুযোগ, আয় বৃদ্ধি বা পদোন্নতিৰ সম্ভাৱনা তৈয়াৰ হব পাৰে৷ কামৰ প্ৰয়োজনত ভ্ৰমণ কৰিব পাৰে৷ যিয়ে ভৱিষ্যতৰ লাভৰ পথ খুলি দিব৷ ব্যৱসায়ৰ ক্ষেত্ৰতো নতুন সুযোগ তৈয়াৰ হব পাৰে৷ প্ৰতিদ্বন্দ্বীসকলৰ সৈতে প্ৰতিযোগিতাত আগুৱাই থকাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবেও এই সময় অনুকূল হব পাৰে বুলি মত জ্যোতিষীৰ৷ বিশেষকৈ শুক্ৰৰ প্ৰভাৱত আৰ্থিক লাভৰ সম্ভাৱনা তৈয়াৰ হব পাৰে৷ অষ্টম ঘৰত সূৰ্য আৰু শুক্ৰৰ উপস্থিতিত হঠাৎ লাভৰ পৰিস্থিতি তৈয়াৰ হব৷ ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায় ক্ষেত্ৰতো ডাঙৰ কোনো চুক্তি বা প্ৰকল্প লাভৰ সম্ভাৱনাই দেখা দিব পাৰে৷ ইয়াৰোপৰি স্বাস্থ্যও ভালে থাকিব পাৰে৷ নতুন উদ্যম অনুভৱ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Next Post
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.