• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

4 months ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

4 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

5 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

5 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

6 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

7 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

7 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

9 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

9 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

10 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

10 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

11 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ তিলে দিব ভাগ্যৰ সংকেত! কোন অংশত তিল থাকিলে কি হয়?

editor by editor
March 15, 2026
in বিবিধ
0
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ শৰীৰৰ বিভিন্ন অংশত তিল থাকে। সময়ৰ লগে লগে কিছুমান বাঢ়ে আৰু কিছুমান কমিবলৈ ধৰে। সমুদ্ৰিকা শাস্ত্ৰৰ মতে, শৰীৰৰ তিলে বিশেষ তাৎপৰ্য বহন কৰে, কিয়নো এই তিলবোৰে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। শৰীৰৰ কিছুমান অংগত থকা তিলে ধন-সম্পত্তি উভৈনদী হোৱাৰ সংকেত দিয়ে। আজি জানো আহক শৰীৰৰ কোন কোন অংশত তিল থাকিলে আপোনাৰ কপাল ফুলিব…

  • সামুদ্ৰিক শাস্ত্ৰৰ মতে মানুহৰ সোঁ গালত থকা তিল অতি শুভ বুলি গণ্য কৰা হয়। ই কেৱল শুভ ইংগিত দিয়াই নহয়, আৰ্থিক লাভ অৰ্জনৰ ক্ষেত্ৰটো সহায় কৰে। আনহাতে বাওঁ গালত তিল থাকিলে অধিক খৰচী হোৱাৰ ইংগিত দিয়ে।
  • কপালৰ সোঁফালে তিল থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হ’ল আপোনাৰ ধন-সম্পত্তি বাঢ়িব আৰু আপুনি কেতিয়াও ধনৰ অভাৱৰ সন্মুখীন নহয়। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে প্ৰতিটো লক্ষ্যত উপনীত হ’ব। আপুনি সদায় পৰিয়ালৰ ঢাল হৈ থাকিব পাৰিব। কিন্তু কপালৰ বাওঁফালে যদি তিল থাকে, তেন্তে জীৱনত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে।
  • সোঁহাতত যদি তিল থাকে তেন্তে এয়া শুভ লক্ষণ। এই তিলে প্ৰতিটো ক্ষেত্ৰতে সফলতা আৰু লাভৰ ইংগিত প্ৰদান কৰে। ব্যৱসায়তেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, এনে ব্যক্তিসকলে সোনকালে ধনী হ’ব পাৰে।
  • এজন ব্যক্তিৰ বুকুৰ মাজত থকা তিলে সৌভাগ্যক সূচায়। ইয়াৰোপৰি এই তিলে ধন-সম্পত্তি আৰু সুখী জীৱনৰ ইংগিত দিয়ে। এনেলোকৰ ইচ্ছা শীঘ্ৰে পূৰণ হয়। তেওঁলোকে কেতিয়াও ধনৰ অভাৱ নাথাকে আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে লক্ষ্যত উপনীত হয়, ফলত এক নতুন পৰিচয় লাভ কৰে।
  • সমুদ্ৰিক শাস্ত্ৰৰ মতে, মানুহৰ সোঁহাতৰ তিলে আধিপত্যৰ সূচায়। যদিও প্ৰথম অৱস্থাত তেওঁলোকে কামবোৰ লাভ কৰিবলৈ সংগ্ৰাম কৰিব লাগে, কিন্তু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰি পৰিয়ালৰ সৈতে সুখী জীৱন যাপন কৰিব পাৰে।

Disclaimer: এই বাতৰিত প্ৰকাশিত তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24-এ ইয়াক সমৰ্থন নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #asomlive24astrologyMole
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক
বিশ্ব

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

July 6, 2026
Next Post
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.