• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

3 minutes ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

28 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

2 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

editor by editor
March 17, 2026
in জীৱনশৈলী
0
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?
0
SHARES
476
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিতৰ্কত সোমাই পৰিছে এইবাৰ বলীউড অভিনেতা বিকি কৌশল৷ নাৰীবিদ্বেষী বুলিও কটাক্ষ কৰা হৈছে তেওঁক৷ বিবাহৰ পাছতেই পুৰুষৰ ভিতৰত আৰু জোছ নাথাকে বুলি মন্তব্য কৰিছে তেওঁ৷ এই মন্তব্যৰ পাছতেই বিতৰ্কত সোমাই পৰিছে অভিনেতা বিকি৷ বিকিয়ে তেওঁৰ পত্নী কেটক লৈ এনে কৰিছে বুলি বহুজনেই মতপোষণো কৰিছে৷

২০২১ চনৰ ডিচেম্বৰ মাহত কেটৰিনাক বিবাহ কৰাইছিল বিকিয়ে৷ সম্প্ৰতি তেওঁলোকৰ জীৱনলৈ সন্তানৰো আগমন হৈছে৷ বলীউডত দুয়োকে পাৱাৰ কাপল বুলিও কোৱা হয়৷ কিন্তু সম্প্ৰতি নিজৰ পত্নী আৰু বিবাহক লৈ বিকিৰ মন্তব্যক মুঠেও যোগাত্মকভাৱে লোৱা নাই নেটনাগৰিকে৷ এই ভিডিঅ’ সামাজিকমাধ্যমত বিয়পি পৰিছে৷
উৰি ছবিত জনপ্ৰিয় হৈ বিকিৰ ‘হাউ ইজ দ্যা জোছ’ সংলাপ৷ সম্প্ৰতি এক অনুষ্ঠানত বিকিৰ সেই হাউ ইজ দ্যা জোছ আকৌ ক’বলৈ বহুজনে অনুৰোধ কৰিছিল৷ তাতেই এজনে তেওঁকো প্ৰশ্ন কৰিছিল হাউ ইজ দ্যা জোছ? প্ৰশ্নৰ উত্তৰত বিকিয়ে কয়, ‘মই দেখিছো অবিবাহিতসকলৰ জোছ সকলো সময়তে বেছি থাকে৷ আমাৰ দৰে বিবাহিতসকলৰ জোছ বছৰৰ পাছত বছৰ কমি গৈ থাকে৷ কিন্তু চিন্তা নকৰিব৷’ এই মন্তব্যক লৈয়েই বিতৰ্কৰ সূত্ৰপাত৷
নেটনাগৰিকে কৈছে, ২০২৬ চনতো এজন চেলিব্ৰিটিয়ে এনে ৰসিকতা কৰিব পাৰে? কি অদ্ভুত৷ পুৰুষৰ এই ধৰণৰ ৰসিকতাৰ পৰাই বুজা যায় পুৰুষ আচলতে এতিয়াও নাৰীবিদ্বেষীয়েই৷ এই ধৰণৰ মন্তব্যক কেতিয়াও ৰসিকতা হিচাপে ল’ব নোৱাৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

March 17, 2026
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
Next Post
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন