• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষকৰ নিৰন্তৰ প্ৰতিবাদ। আত্মসমৰ্পণৰ ভংগীত চৰকাৰৰ পত্ৰ

কৃষকৰ নিৰন্তৰ প্ৰতিবাদ। আত্মসমৰ্পণৰ ভংগীত চৰকাৰৰ পত্ৰ

5 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

55 minutes ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

1 hour ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

2 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

3 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

3 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

5 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

6 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

7 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

8 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

10 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৃষকৰ নিৰন্তৰ প্ৰতিবাদ। আত্মসমৰ্পণৰ ভংগীত চৰকাৰৰ পত্ৰ

‘আপোনালোকৰ সময় সুবিধা অনুসৰি আলোচনালৈ আহক’

editor by editor
December 24, 2020
in ভাৰত
0
কৃষকৰ নিৰন্তৰ প্ৰতিবাদ। আত্মসমৰ্পণৰ ভংগীত চৰকাৰৰ পত্ৰ
0
SHARES
8.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪:

কৃষকলৈ কেন্দ্ৰীয় চৰকাৰৰ পত্ৰ ‘আপোনালোকৰ পছন্দৰ তাৰিখ-সময় অনুসৰি আলোচনালৈ আহক।’ নিৰন্তৰ প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক সংগঠনসমূহলৈ এক প্ৰকাৰ আত্মসমৰ্পণৰ ভংগীত পত্ৰ লিখিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বৃহস্পতিবাৰে কৃষক সংগঠনসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰি পুনৰ ষষ্ঠলানি আলোচনালৈ আমন্ত্ৰণ জনায়।

পত্ৰখনত স্বাক্ষৰ কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ যুটীয়া সচিব বিবেক আগৰৱালাই।

চৰকাৰে কৃষকসকলক সকলো দাবীৰ ‘অৰ্থপূৰ্ণ সমাধান’ৰ আশ্বাস প্ৰদান কৰিছে। ইপিনে, আজি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এটা সঁজাতি দলে কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত ৰাষ্ট্ৰপতিক এখন স্মৰাকপত্ৰ প্ৰদান কৰে।

২ কোটি স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰখনৰ জৰিয়তে কৃষক বিৰোধী আইন বাতিলৰ দাবী জনায়। আনহাতে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং কুমাৰক আজি ৬০ জনীয়া কৃষকৰ প্ৰতিনিধি দল এটাই সাক্ষাৎ কৰে। কৃষকৰ এই প্ৰতিবাদৰ প্ৰতি এইবাৰ সমৰ্থন জনালে খেলুৱৈয়ে।

ভাৰতীয় বাস্কেটবল খেলুৱৈ সতনাম সিঙে সিংঘু সীমান্তত কৃষকৰ প্ৰতিবাদত অংশগ্ৰহণ কৰে। তিক্ৰী সীমান্ততো প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে। কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- যদি চৰকাৰে কৃষকসকলক দেশদ্ৰোহী আখ্যা দিয়ে তেন্তে এয়া চৰকাৰৰ পাপ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24delhi protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…
বাণিজ্য

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

June 10, 2026
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ
ভাৰত

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

June 10, 2026
Next Post
AJPৰ পৰা কোনে ক’ত বিচাৰিছে প্ৰাৰ্থিত্ব?

AJPৰ পৰা কোনে ক’ত বিচাৰিছে প্ৰাৰ্থিত্ব?

তৰাৰ মেলা, ছাণ্টা ক্লজৰ উপহাৰেৰে মহানগৰীৰ ৰাজপথ

তৰাৰ মেলা, ছাণ্টা ক্লজৰ উপহাৰেৰে মহানগৰীৰ ৰাজপথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.