• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰাঠী জাতীয়তাবাদৰ ওচৰত সেও আমেৰিকাৰ বহুজাতিক কোম্পানী

মাৰাঠী জাতীয়তাবাদৰ ওচৰত সেও আমেৰিকাৰ বহুজাতিক কোম্পানী

5 years ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

14 minutes ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

42 minutes ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

2 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

3 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

4 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

5 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

7 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

15 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

15 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

16 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মাৰাঠী জাতীয়তাবাদৰ ওচৰত সেও আমেৰিকাৰ বহুজাতিক কোম্পানী

এমাজনত মাৰাঠী ভাষা

editor by editor
December 26, 2020
in বিবিধ, ভাৰত
0
মাৰাঠী জাতীয়তাবাদৰ ওচৰত সেও আমেৰিকাৰ বহুজাতিক কোম্পানী
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ জাতীয়তাবাদী নেতা ৰাজ থাকৰেৰ হুংকাৰৰ ওচৰত সেও মানিবলৈ বাধ্য হ’ল আমেৰিকাৰ বহুজাতিক কোম্পানী । মহাৰাষ্ট্ৰ নৱ নির্মাণ সেনাৰ সৈতে কিছুদিন ধৰি ভাষাকেন্দ্ৰিক বিবাদ চলি আছিল এমাজনৰ অৱশেষত এমাজন নতশিৰ হ’ল।

ই কর্মাচ ৱেব ছাইট এমাজনত মাৰাঠী ভাষা সংযোজনৰ দাবী জনাইছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই। কিন্তু এমাজনৰ পৰা কোনো ইতিবাচক উত্তৰ পোৱা নাছিল ৰাজ থাকৰেৰ দলে। এমাজনৰ তৰফৰ পৰা আইনী ব্যৱস্থাহে গ্ৰহণ কৰে। কিন্তু শুকুৰবাৰে মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাই এমাজনৰ আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰে।

ইয়াৰ পাছত আজি এমাজন কৰ্তৃপক্ষই ৰাজ থাকৰেৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে। শনিবাৰে এমাজন কৰ্তৃপক্ষ আৰু মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ বিষয়ববীয়াৰ মাজত ভিডিঅ’ কনফাৰেন্সিংযোগে আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত এমাজনে ক্ষমা বিচৰাৰ লগতে ই কমাৰ্চ ৱেবছাইটটোত মাৰাঠী ভাষা সংযোজনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শীঘ্ৰে এমাজনৰ ৱেবছাইট আৰু এপ্লিকেচনত মাৰাঠী ভাষা উপলব্ধ হ’ব। অসম জাতীয়তাবাদীসকলে মন কৰা ভাল ইয়াকে বোলে জাতীয়তাবাদ, ভাষাপ্ৰেম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amazonasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!
জীৱনশৈলী

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

June 18, 2026
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী
বিনোদন

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

June 18, 2026
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?
বিনোদন

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

June 18, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
Next Post
স্নাতক মহলাৰ নামভৰ্তিৰ বাবে ‘কমন এপ্টিটিউড টেষ্ট’

স্নাতক মহলাৰ নামভৰ্তিৰ বাবে ‘কমন এপ্টিটিউড টেষ্ট’

অমিত শ্বাহৰ ভয়ত ক’ৰোনাৰ পলাই পত্ৰং

অমিত শ্বাহৰ ভয়ত ক’ৰোনাৰ পলাই পত্ৰং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.