• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

3 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 minutes ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

57 minutes ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

1 hour ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

2 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

3 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

4 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

5 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

6 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

editor by editor
March 23, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে
0
SHARES
364
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুক্ৰ গ্ৰহ ধনসম্পদ, বিলাসিতা, সুখ, সমৃদ্ধি আৰু প্ৰেমৰ দৰে জাগতিক সুখ প্ৰদান কৰে জাতকে৷ সেই শুক্ৰই মঙ্গলৰ অধীন ৰাশি মেষত গোচৰ কৰিব৷ আগন্তুক ২৬ মাৰ্চৰ পুৱা ৫ বাজি ১৩ মিনিটত মেষ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ১৯ এপ্ৰিল পৰ্যন্ত তাতেই অৱস্থান কৰিব৷ জ্যোতিষশাস্ত্ৰত শুক্ৰক শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ শুক্ৰৰ এই গোচৰত কিছু ৰাশিৰ জাতকৰ আৰ্থিক উন্নতি হব৷ প্ৰেম জীৱন উদ্ভাষিত হব৷ ভাগ্য খুলিব কাৰ কাৰ?

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ গোচৰত দাম্পত্য প্ৰেম আৰু গভীৰ হব৷ দম্পতিয়ে একেলগে সুন্দৰ সময় কটাব পাৰিব৷ তেওঁলোকৰ সম্পৰ্কক আৰু এঢাপ আগুৱাই নিব পাৰিব৷ চাকৰিয়ালে পদোন্নতি কৰিব পাৰে৷ বকেয়া অৰ্থ লাভ কৰাৰ সম্ভাৱনা আছে৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য পাব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক শুক্ৰৰ গোচৰত উপকৃত হব৷ ব্যৱসায়ীৰ বাবে অত্যন্ত ভাল সময়৷ মুনাফা বাঢ়িব৷ নতুন কোনো চুক্তিও চূড়ান্ত কৰিব পাৰে৷ আৱেগৰ পৰিবৰ্তে বুদ্ধিৰে সিদ্ধান্ত লওক৷ সমাজত সন্মান বাঢ়িব৷ যিসকলে কাম বা পঢ়াশুনাৰ বাবে বিদেশ যাব খোজে তেওঁলোক সফল হব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকত বাবেও শুক্ৰৰ এই গোচৰে কৰ্মক্ষেত্ৰত লাভ আনি দিব৷ কেৰিয়াৰত অগ্ৰগতিৰ নতুন সুযোগ আহিব পাৰে৷ এই সময়ত জীৱনত সহজে সাফল্যও পাব পাৰে৷ ঘৰত আনন্দৰ পৰিবেশ বৰ্তি থাকিব৷ আৰ্থিক অৱস্থা ভালে থাকিব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷ প্ৰেমৰ সম্পৰ্কত ভালপোৱা বাঢ়িব৷ সংগীৰ সৈতে সম্পৰ্ক আৰু গভীৰ হব৷

মকৰ ৰাশি

শুক্ৰৰ গোচৰ মকৰ ৰাশিৰ জাতকৰ বাবেও অনুকূল হব৷ এই সময়ত উল্লেখযোগ্য আৰ্থিক লাভ হব পাৰে৷ বকেয়া টকাৰ পৰাও লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ আৰ্থিক শক্তিও বৃদ্ধি পাব৷ ধনৰ অভাৱত যিসমূহ কাম ৰৈ আছিল সেইসমূহ এই সময়ত শেষ হব পাৰে৷ মাটি আৰু সম্পত্তি সংক্ৰান্তিয় বিবাদৰ সমাধান হব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ এই সময়ত শনিৰ চাৰে সাতিৰ অৱস্থা৷ সেয়ে অত্যন্ত কঠিন সময় চলিছে৷ শুক্ৰৰ এই গোচৰ মীন ৰাশিৰ বাবে উপকাৰী হব৷ আৰ্থিক সমস্যা দূৰ হব৷ ধনসম্পদ বৃদ্ধি পাব৷ সম্পত্তি সংক্ৰান্তিয় সমস্যাৰ অৱসান হব৷ জীৱনত সাময়িকভাৱে হলেও স্বস্তি আহিব৷ ইয়াৰোপৰি ঘৰত সুখ আৰু ভালপোৱাৰ পৰিবেশ বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

March 23, 2026
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম
জীৱনশৈলী

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
Next Post
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন