• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

4 months ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

27 minutes ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

47 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

1 hour ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

4 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

12 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

13 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

13 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

14 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

15 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

editor by editor
March 26, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
0
SHARES
482
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰেইনৰ  খাদ্যৰ মানক লৈ বহু সময়ত বহু অভিযোগ উঠি আহিছে৷ প্ৰায়েই অভিযোগ উঠে ট্ৰেইনৰ খাদ্যত পোক ওলায়৷ আনকি খাদ্যত মৰা জেঠীও পোৱা যায়৷ বিগত কেইবাবছৰ ধৰি IRCTCৰ বিৰুদ্ধে এনে একাধিক অভিযোগ উঠিছে৷ এইবাৰ IRCTCৰ বিৰুদ্ধে কাঢ়া পদক্ষেপ গ্ৰহণ কৰিছে ৰে’লে৷ ১০ লাখ টকা জৰিমনা বিহাৰ খবৰ ভাইৰেল হৈছে৷ সম্প্ৰতি ছচিয়েল মিডিয়াত এক ভিডিঅ’ ভাইৰেল হৈছে৷ ৰিতেশ কুমাৰ নামেৰে এগৰাকী যাত্ৰীয়ে ভিডিঅ’টো ৰেকৰ্ড কৰিছে৷ তেওঁৰ অভিযোগ, ট্ৰেইনত তেওঁক যি খাদ্য দিয়া হৈছে তাত পোক ওলাইছে৷ ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰো কৰিছে৷ ভিডিঅ’ত দেখা গৈছে যে তেওঁক যি খাদ্য দিয়া হৈছে তাৰ মাজত আছে এটা দৈৰ বাটি৷ দেখা গৈছে তাতেই পোকে কিলবিলাই আছে৷ লগে লগে ট্ৰেইনৰ মেনেজাৰক ফোন কৰি অভিযোগ জনায় তেওঁ৷

ছচিয়েল মিডিয়াচ আৰু এটা ভিডিঅ’ ভাইৰেল হৈছে৷ ভিডিঅ’ত দেখা গৈছে, দৈৰ ভিতৰত পোক আছেনে নাই সেয়া ভালধৰণে পৰীক্ষা কৰিলে ৰে’লৰ অধিকাৰীসকলে৷ টৰ্চ দি পৰীক্ষা কৰাৰ সময়তে দেখা যায় পোকৰ কিলবিলনি৷ কেৱল সেয়াই নহয় যি ট্ৰেত খাদ্য দিয়া হৈছে তাতো বগা পোক ভৰ্তি হৈ আছে৷

কাঢ়া পদক্ষেপ ৰে’ল বিভাগৰ

ঘটনাটো ঘটিছে পাটনা, টাটানগৰ বন্দেভাৰত এক্সপ্ৰেছত৷ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছৰে পৰা তীব্ৰ সমালোচনাত মুখত পৰিছে ৰে’ল কৰ্তৃপক্ষ৷ ইয়াৰ পাছতেই ৰে’ল মন্ত্ৰণালয়ৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰি জনোৱা হয় যে বিষয়টো গুৰুত্ব সহকাৰে চোৱা হৈছে৷ ৰে’ল মন্ত্ৰণালয়ৰ পৰা এক্স হেণ্ডেলত পোষ্ট কৰি জনোৱা হৈছে, ‘২০২৬ৰ ১৫ মাৰ্চত ২১৮৯৬ নম্বৰ ট্ৰেইন খাদ্যৰ মানক লৈ এজন যাত্ৰীৰ অভিযোগ আমি পাইছো৷ কাঢ়া পদক্ষেপো আমি গ্ৰহণ কৰিছো৷ IRCTCক ১০ লাখ টকা জৰিমনা বিহা হৈছে৷ ছাৰ্ভিছ প্ৰোভাইডাৰক ৫০ লাখ টকা জৰিমনা বিহা হৈছে৷ একেলগে চুক্তি বাতিলৰ নিৰ্দেশো দিয়া হৈছে৷ ৰে’ল মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, ‘যাত্ৰীসকলৰ নিৰাপত্তা আৰু খাদ্যৰ মানক আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগে৷’

ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে নেটিজেনে৷ ট্ৰেইনৰ খাদ্যক লৈ কিয় বাৰে বাৰে অভিযোগ উঠিছে সেই বিষয়েও প্ৰশ্ন তুলিছে তেওঁলোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
Next Post
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.