• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

4 weeks ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

41 minutes ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

1 hour ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

2 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

editor by editor
March 31, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, বিবিধ, ভাৰত
0
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
0
SHARES
978
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল পেমেণ্টৰ নিয়ম সলনি হৈছে সমগ্ৰ দেশত৷ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰ হ’ব নতুন নিয়ম৷ সম্প্ৰতি এই নতুন নিয়ম আনিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আৰ বি আই৷ মূলত অনলাইন পেমেণ্টত ডিজিটেল জালিয়াতি দূৰ কৰিবলৈ এই সিদ্ধান্ত লৈছে আৰ বি আইয়ে৷ ডিজিটেল লেনদেন চলাৰ সময়ত ফ্ৰড ফিছিং বা এছ এম এছ বা ভিডিঅ’ কলৰ দ্বাৰা হোৱা জালিয়াতি ৰখাবলৈ বদ্ধপৰিকৰ আৰ বি আই৷ ইয়াৰ বাবেই নতুন পদক্ষেপ লৈছে আৰ বি আইয়ে৷

কি কি নিয়ম কৰা হৈছে?

এইবাৰৰ পৰা সকলো লেনদেনতেই টু ফেক্টৰ অথোৰাইজেছনৰ দ্বাৰা সুৰক্ষিত থাকিব৷ অনলাইন লেনদেনত এই নিয়ম বাধ্যতামূলক৷

১ এপ্ৰিলৰ পৰা লেনদেন কৰাৰ বাবে কেৱল অটিপি বা পিন দিলেই কাম নহ’ব৷

এইবাৰৰ পৰা এটা নিৰ্দিষ্ট লেনদেনৰ বাবে কেৱল এটাই কোড বা অটিপি ব্যৱহাৰ কৰিব পাৰিব৷ এই কোড বা অটিপি এক নিৰ্দিষ্ট সময় পৰ্যন্তই ব্যৱহাৰ কৰিব পাৰিব৷ অৰ্থাৎ কৰোবাত যদি ১০০ টকাৰ পেমেণ্টত এই কোড ব্যৱহাৰ কৰে তেতিয়া পাছত আকৌ আপুনি যদি ২০০ টকা দিবৰ বাবে পূৰ্বৰ কোড ব্যৱহাৰ কৰিব নোৱাৰিব৷

এইবাৰৰ পৰা বেংকিং এপসমূহৰ হাতত থাকিব বহু বিকল্প৷ কেৱল পিন, অটিপিয়েই নহয়, এইবাৰৰ পৰা বায়োমেট্ৰিক বা টোকেনে বেংকৰ এপত গ্ৰাহকক আৰু সুৰক্ষিতভাৱে পৰিসেৱা প্ৰদান কৰা সম্ভৱ হ’ব৷

১ এপ্ৰিলৰ পৰা গ্ৰাহকৰ নিৰাপত্তাৰ স্তৰ আৰু বাঢ়িব৷ ইয়াৰ ফলত যদি কোনো আৰ্থিক জালিয়াতি বা ক্ষতি হয়, তাৰ দায় বেংকৰ ওপৰত পৰিব৷ লেনদেন সম্পৰ্কিত কোনো আৰ্থিক ক্ষতি হলে তাৰ বাবে জগৰীয়া হ’ব বেংকো৷

ইয়াৰ ফলক সুবিধা হ’ব গ্ৰাহকৰ৷ কেৱল অটিপি পালেই আৰু টকা লুটিব নোৱাৰিব প্ৰতাৰকে৷ তাৰ সৈতে পাৰ কৰিব লাগিব বহু সুৰক্ষাৰ স্তৰ৷ পূৰ্বে কেৱল অটিপি দিলেই অনলাইন পেমেণ্ট কৰিব পাৰে কিন্তু এইবাৰ তাৰ সৈতে ডিজিটেল কোড, ফিঙ্গাৰপ্ৰিণ্ট ছিকিউৰিটিসহ কেইবাটাও স্তৰ পাৰ কৰিব লাগিব৷ সকলোতকৈ বেছি লাভ হ’ব বেছি পৰিমাণৰ ধন লেনদেনৰ সময়ত৷ কাৰণ বেছি পৰিমাণে টকা তোলাৰ সময়ত কেৱল অটিপি দিলেই নহ’ব, দিব লাগিব আৰু কিছু প্ৰমাণ, যেনে টু ফেক্টৰ অথোৰাইজেছন৷

এই নতুন নিয়মৰ ফলত বেংকসমূহৰ দায়িত্ব আৰু বাঢ়ি গৈছে৷ এই নতুন নিয়মসমূহৰ ফলত গ্ৰাহকৰ সমস্যাৰ সমাধান হব আৰু নিৰাপত্তা আৰু বাঢ়িব৷ আৰ বি আইয়ে জনাইছে যে দেশৰ বাহিৰলৈ টকা পঠিওৱাৰ সময়তো এই ব্যৱস্থা থাকিব৷ ডিজিটেল লেনদেন আৰু সুৰক্ষিত কৰিব বিচাৰিছে আৰ বি আইয়ে৷ দেশত এই চিষ্টেম এইবছৰৰ অক্টোবৰ মাহৰ ভিতৰতেই আৰম্ভ হব৷ এক কথাত আধুনিক প্ৰযুক্তিৰ লগতে দেশৰ আৰ্থিক সুৰক্ষাক আৰু শক্তিশালী কৰিব এই নতুন নিয়মে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 27, 2026
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

April 27, 2026
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
Next Post
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.