• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

2 minutes ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

18 minutes ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

54 minutes ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

1 hour ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

2 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

2 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

2 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

3 hours ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

4 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

4 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

editor by editor
April 6, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিয়ালৰ বাকীসকল সদস্যৰ স্বাস্থ্যক লৈ প্ৰতিসময়তে সচেতন হৈ থাকে ঘৰৰ মহিলাসকল। কিন্তু নিজা স্বাস্থ্যক লৈ সিমানেই অৱহেলা প্ৰায়সংখ্যক মহিলাৰেই। ঘৰ, কাৰ্যালয় সকলো সামৰি শৰীৰৰ যত্ন ল’বলৈ বহুসংখ্যকেই সময়েই নাপায়। শৰীৰৰ প্ৰতি দীৰ্ঘদিন ধৰি অনিয়ম আৰু অযত্নৰ ফলতেই শৰীৰত নানান অসুখেও দেখা দিয়ে। বয়সে ৩০ ডেওনা পাৰ কৰিলে প্ৰত্যেকগৰাকী মহিলাই কেইটামান বিশেষ স্বাস্থ্যপৰীক্ষা কৰোৱাটো নিতান্তই প্ৰয়োজন। চিকিৎসেই পৰামৰ্শ দিয়ে যে ৩০ ৰ ডেওনা পাৰ হ’লে প্ৰত্যেকজন লোকেই স্বাস্থ্যক লৈ সচেতন হ’ব লাগে। কাৰণ শৰীৰত কোনো সমস্যা থাকিলে প্রাথমিক অৱস্থাতেই ধৰা পৰিলে দ্ৰুতভাৱে চিকিৎসা আৰম্ভ কৰিব পাৰি। ৩০ পাৰ হোৱাৰ লগে লগেই এইকেইটা পৰীক্ষা কৰোৱাটো অতি জৰুৰী।

ডায়াবেটিছ

বয়স বাঢ়িলেই ডায়াবেটিছৰ আশংকা বাঢ়ি যায় এই ধাৰণা ভুল। কমবয়সতো ডায়াবেটিছ হ’ব পাৰে। সেয়ে বয়স ৩০ পাৰ হ’লেই ৬ মাহৰ ব্যৱধানত এবাৰকৈ ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰোৱাটো জৰুৰী।

থাইৰয়েড আৰু কল’ষ্টেৰল

পৰিসংখ্যাই কয়, মহিলাসকলেই থাইৰয়েডত আক্ৰান্ত হোৱাৰ আশংকা বেছি। সেয়ে ৩০ পাৰ হ’লেই নিয়মিতভেৱ থাইৰয়েড পৰীক্ষা কৰোৱাটো অতি জৰুৰী। কেৱল থাইৰয়েডে নহয়, কল’ষ্টেৰলৰ মাত্ৰাও নিয়মিতভাৱে পৰীক্ষা কৰাব লাগে। এইক্ষেত্ৰত বছৰত এবাৰ লিপিড প্ৰফাইল পৰীক্ষা কৰোৱাটো জৰুৰী।

কৰ্কট স্ক্ৰিনিং

কৰ্কট স্ক্ৰিনিং অত্যন্ত জৰুৰী অক পৰীক্ষা। স্তন কৰ্কটৰ পৰা ডিম্বাশয়, জৰায়ুমুখৰ কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা মহিলাসকলৰ বেছিকৈ থাকে। সেয়ে এটা বয়সৰ অন্তত এই পৰীক্ষাসমূহ কৰাটো অতি জৰুৰী।

হাড়ৰ পৰীক্ষা

হাড় সংক্ৰান্তীয় নানান সমস্যা পুৰুষতকৈ মহিলাৰেই বেছি থাকে। আঁঠুৰ বিষ, আৰ্থৰাইটিছ, গাঁঠিৰ বিষ এইধৰণৰ সমস্যাসমূহ মহিলাসকলৰেই বেছিকৈ হয়। সেয়ে বয়স ৩০ পাৰ হ’লেই ভিটামিন ডি-৩ ৰ পৰীক্ষা কৰোৱাটো জৰুৰী। ইয়াৰোপৰি শৰীৰত কেলছিয়ামৰ মাত্ৰা পৰ্যাপ্ত নাথাকিলেও বহু ৰোগে দেখা দিয়ে। ইয়াৰোপৰি ইউৰিক এছিডৰো নিয়মিত পৰীক্ষা কৰোৱাটো অতি জৰুৰী।

চকুৰ পৰীক্ষা

যান্ত্ৰিক জীৱনত কমবয়সতে চকুৰ বিভিন্ন সমস্যাই দেখা দিয়াটো অস্বাভাৱিক কথা নহয়। এটা বয়সৰ অন্তত চকুক লৈ সচেতন হোৱাটো অতিকৈ প্ৰয়োজনীয়। বয়সে যদি ৩০ ৰ ঘৰ অতিক্ৰম কৰিছে তেন্তে চকুৰ পৰীক্ষা কৰোৱাটোও অত্যন্ত জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ
জীৱনশৈলী

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

April 6, 2026
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?
জীৱনশৈলী

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

April 6, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.