• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

3 months ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

20 minutes ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

54 minutes ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

1 hour ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

2 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

3 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

4 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

4 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

20 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

20 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

20 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

editor by editor
April 7, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মলাইকা আৰোৰা মানে চৰ্চা। কেতিয়াবা সৌন্দৰ্য-বয়স আৰু কেতিয়াবা ব্যক্তিগত জীৱনৰ বাবে। আৰবাজৰ সৈতে বিচ্ছেদ আৰু অৰ্জুন কাপুৰৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্কৰ পিছত মলাইকা অৰোৰাৰ জীৱনত নতুন প্ৰেমৰ আগমণ হৈছে। এই চৰ্চা বহুদিন ধৰি চলি আছে যদিও, এইবাৰ এই কথাত ইন্ধন যোগাইছে মালাইকাৰ একক পদক্ষেপে। চৰ্চিত প্ৰেমিক হীৰা ব্যৱসায়ী হৰ্ষ মেহতাক এতিয়া পৰিয়ালৰ সৈতে চিনাকি কৰাই দিছে মলাইকাই।

দেওবাৰ আছিল ইষ্টাৰ। সেই উপলক্ষে মলাইকাক পুত্ৰ আৰহান খান আৰু ভগ্নী অমৃতা অৰোৰাৰ সৈতে বাহিৰলৈ যোৱা দেখা গৈছিল। পিছে পেপৰাজীয়ে তেওঁলোকৰ পৰিয়ালৰ সমাৱেশত যোগদান কৰা হৰ্ষ মেহতাক কেমেৰাত ধৰা পেলালে। আনকি তেওঁক মলাইকাৰ গাড়ীত উঠাও দেখা গ’ল। যদিও মলাইকা আৰু হৰ্ষক কেমেৰাৰ পৰা আঁতৰি থাকিবলৈ একেলগে ফ্ৰেম কৰা দেখা নগ’ল, তথাপিও একেখন গাড়ীতে চলাই থকা আৰু আৰহানৰ উপস্থিতিত হৰ্ষৰ উপস্থিতিয়ে বহু সূত্ৰ দিয়ে।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলৰ মন্তব্যৰে ভৰি পৰিছে। বহুতৰ মতে হৰ্ষৰ খোজ আৰু চেহেৰা মলাইকাৰ প্ৰাক্তন প্ৰেমিক অৰ্জুন কাপুৰৰ সৈতে যথেষ্ট মিল আছে। আন কিছুমানে কৈছে যে বয়সৰ ব্যৱধান থকাৰ পিছতো দুয়োৰে মাজত যেন ভাল মিল আছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল – হৰ্ষৰ আৰহানৰ সৈতে হোৱা সাক্ষাৎ তেওঁলোকৰ সম্পৰ্কৰ পৰৱৰ্তী পৰ্যায়ৰ লক্ষণ নেকি?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা
বাণিজ্য

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

July 12, 2026
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

July 12, 2026
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক
জীৱনশৈলী

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

July 12, 2026
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

July 12, 2026
Next Post
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.