• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

4 months ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

6 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

6 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

7 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

7 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

8 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

9 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

10 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

10 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

11 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

12 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

12 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

editor by editor
April 9, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিক কথা ঘোষণা কৰাৰ পাছতেই হৰমুজ প্ৰণালী খুলিছিল ইৰানে৷ কিন্তু সেই প্ৰণালী খুলি দিয়াৰ কেইঘণ্টাৰ ভিতৰতেই আকৌ বন্ধ কৰি দিলে তেহৰানে৷ যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতো লেবাননত আক্ৰমণ চলাইছে ইজৰায়েলে৷ সেই অভিযোগতেই আকৌ হৰমুজ প্ৰণালী বন্ধ কৰিলে ইৰানে৷ ইয়াৰ সৈতে আমেৰিকাৰ বিৰুদ্ধেও যুদ্ধবিৰতি লঙ্ঘনৰ অভিযোগ তুলিছে তেহৰানে৷

দু’সপ্তাহৰ বাবে যুদ্ধবিৰতিৰ কথা কৈছিল আমেৰিকাৰ প্ৰেচিডেণ্টে৷ যদিও ইজৰায়েলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ দাবী, যুদ্ধবিৰতিৰ আওঁতাত কেতিয়াও নপৰে লেবানন৷ বুধবাৰে লেবাননত আক্ৰমণ চলাইছে ইজৰায়েলে৷ এই আক্ৰমণত মৃত্যু হৈছে কমেও ২০০ জন লোকৰ৷ লেবাননত এই আক্ৰমণ আৰু ধ্বংসযজ্ঞৰ নিন্দা কৰি উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰপুঞ্জৰ মানৱাধিকাৰবিষয়ক হাইকমিছনাৰ ফলকাৰ টুৰ্কই৷ ইৰানৰ সৈতে যুদ্ধবিৰতিত সন্মত হোৱাৰ মাত্ৰ কেইঘণ্টাৰ ভিতৰত এনে আক্ৰমণ অবিশ্বাস্য বুলি মন্তব্য কৰিছে তেওঁ৷ লেবাননত ইজৰায়েলৰ আক্ৰমণ অব্যাহত ৰখাৰো ইংগিত দিছে নেতানিয়াহুৱে৷

এই ঘটনাৰ পাছতেই আকৌ হৰমুজ প্ৰণালী বন্ধ কৰি দিছে ইৰানে৷ সংবাদমাধ্যম সূত্ৰৰ খবৰ অনুসৰি লেবাননত আক্ৰমণ কৰাৰ পাছতেই আমেৰিকাৰ বিৰুদ্ধে যুদ্ধবিৰতি লংঘনৰ অভিযোগ তুলিছে ইৰানে৷ তেহৰানে জনাইছে যুদ্ধ আৰু যুদ্ধবিৰতি দুটা একেলগে চলিব নোৱাৰে৷ যিকোনো এটা ৱাছিংটনে বাচি লওক৷ ইৰানৰ অভিযোগ যে ১০ দফাৰ চৰ্তৰ ভিত্তিত যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হৈছিল৷ তাৰমাজত তিনি দফা লঙ্ঘিত হৈছে৷ ইয়াৰোপৰি ইৰানত ড্ৰোণ আক্ৰমণ কৰা বুলিও অভিযোগ দিছে ইৰানে৷

ইৰানৰ এক সংবাদমাধ্যমৰ উদ্ধৃতি দি ৰয়টাৰ্ছে জনাইছে যে ইৰানে আকৌ হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কাৰণে বিভিন্ন দেশৰ তেলবাহী জাহাজসমূহ আকৌ উভতি যাবলৈ বাধ্য হৈছে৷ ইৰানৰ বিদেশমন্ত্ৰী আব্বাছ আৰঘচিয়ে কৈছে, ইৰান আৰু আমেৰিকাৰ যুদ্ধবিৰতিৰ চৰ্ত স্পষ্ট৷ কিন্তু সেয়া মনা হোৱা নাই৷ লেবাননত কৰা আক্ৰমণৰ কথাও উল্লেখ কৰিছে তেওঁ৷

হৰমুজ বন্ধ কৰাৰ লগে লগেই আকৌ ইৰানক কটু সমালোচনা কৰিছে হোৱাইট হাউছে৷ হোৱাইট হাউছৰ মুখপাত্ৰ কেৰোলাইন লেভিটে জনাইছে যে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াটো কোনমতেই গ্ৰহণযোগ্য নহয়৷ আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে এই প্ৰণালী অবিলম্বে খুলি দিব লাগিব বুলিও জনাইছে৷ ইয়াৰ মাজতেই বৈঠকত বহাৰ সিদ্ধান্তও লৈছে ইৰান আৰু আমেৰিকাই৷ আগন্তুক শনিবাৰে ইছলামাবাদত এই বৈঠক হব বুলি বুধবাৰে জনাইছে হোৱাইট হাউছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.