• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

2 months ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

27 minutes ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

3 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

15 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

16 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

17 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

17 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

18 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

20 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

20 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

editor by editor
April 12, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?
0
SHARES
841
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ আজি দেহাৱসান ঘটে। ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। কিছুদিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল, যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। লতা মংগেশকাৰৰ কনিষ্ঠ ভগ্নী আশা ভোছলে কেৱল ভাৰততে নহয়, বহিঃৰাজ্যতো সুখ্যাতি অৰ্জন কৰিছিল।

তেওঁ কেৱল গায়িকা নাছিল, এগৰাকী তাৰকা ব্যৱসায়ীও আছিল, কেইবাখনো দেশত ব্যৱসায়িক কাৰ্য্যকলাপ সম্প্ৰসাৰণ কৰিছিল, যাৰ ফলত যথেষ্ট পৰিমাণৰ নেট ৱৰ্থ লাভ কৰিছিল। আজি জানো আহক আশা ভোছলে কিমান ধন-সম্পত্তি এৰি থৈ গৈছে।

১৯৫০-৬০ৰ দশকত “শ্বাৰাৰা”ৰ গায়িকা আশা ভোছলে প্ৰায়ে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল। তেওঁ বহুত কাম পাইছিল যদিও ধন আছিল বহুত কম! উদ্যোগৰ তথ্য অনুসৰি আশা ভোছলেক প্ৰায়ে লতা মংগেশকাৰৰ মাচুলৰ ২০ শতাংশহে দিয়া হৈছিল।

মুখ্য গীতৰ বাবে লতাজীক প্ৰায়ে পছন্দ কৰা হৈছিল যদিও, পৰীক্ষামূলক গীত আৰু আইটেম নম্বৰৰ বাবে আশাক প্ৰায়ে নিৰ্বাচিত কৰা হৈছিল। অৱশ্যে শেষত উদ্যোগটোত এক অনন্য পৰিচয় প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে লতা মংগেশকাৰক এটি গীতৰ বাবে ৫০০ টকা দিয়াৰ বিপৰীতে আশা ভোছলে ১০০ৰ পৰা ১৫০ টকাত সন্তুষ্ট হ’বলগীয়া হৈছিল।

আশা ভোছলে কিমান ধন-সম্পত্তি এৰি গ’ল?

ধন-সম্পত্তিৰ ক্ষেত্ৰত আশা ভোছলে আন সকলোতকৈ কম নাছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আশা ভোছলেৰ সম্পত্তিৰ পৰিমাণ ১০০ কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰ ফলত তেওঁ ভাৰতৰ শীৰ্ষ ১০ গৰাকী ধনী মহিলা গায়িকাৰ ভিতৰত স্থান লাভ কৰিছে। তেওঁৰ নেট ৱৰ্থৰ সমান হৈছে সুনিধি চৌহানৰ সৈতে। আনহাতে তেওঁ নেহা কক্কৰ, তুলসী কুমাৰ, আৰু শ্ৰেয়া ঘোষালক পিছ পেলাইছে। অৱশ্যে “সোণালী যুগ”ৰ একমাত্ৰ প্ৰবীণ শিল্পী হিচাপে তেওঁ এই তালিকাত স্থান দখল কৰিছিল!

তেওঁৰ আয়ৰ প্ৰধান উৎস হৈছে তেওঁৰ ৰেষ্টুৰেণ্ট। যাৰ ডুবাই, আবুধাবি, বাহৰেইন, কুৱেইট, আৰু ব্ৰিটেইনত আউটলেট আছে। এতিয়া এই ব্ৰেণ্ডটো প্ৰিমিয়াম ভাৰতীয় খাদ্যৰ সমাৰ্থক হৈ পৰিছে। তেওঁৰ আটাইতকৈ মূল্যৱান সম্পদ হ’ল পেদৰ ৰোডত অৱস্থিত এপাৰ্টমেণ্ট “প্ৰভু কুঞ্জ”। মুম্বাই আৰু পুনেতো তেওঁৰ সম্পত্তি আছে। অৱশ্যে এই আৰ্থিক সাফল্যৰ বাহিৰেও আশা ভোছলেৰ সৰ্ববৃহৎ উত্তৰাধিকাৰ হৈছে তেওঁৰ ১২ হাজাৰৰো অধিক গীত, বিভিন্ন ভাষাত গোৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!
ভাৰত

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

June 17, 2026
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী
অসম

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

June 17, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি
বিশ্ব

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
Next Post
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.