লকডাউনত বন্ধ কোঠাত কলি পেলোৱা ফুলবোৰ ফুলিছে! পহিলা জানুৱাৰীত ভাৰতবৰ্ষত অভিলেখসংখ্যক দেৱশিশুৰ জন্ম! শুৱনি হ’ল বহু দম্পতীৰ কোলা।