দিল্লীত চৰকাৰৰ ‘নিমখ’ নাখায় পঞ্জাৱৰ কৃষকে। কৃষকে ওলোটাই চৰকাৰক ৰুটীহে খুৱালে। নিজৰ স্থিতিত অটল স্বাভিমানী কৃষক।