• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

3 hours ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

2 minutes ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

19 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

36 minutes ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

59 minutes ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

1 hour ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

2 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

2 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

3 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

4 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

4 hours ago
দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

5 hours ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

ঘৰত AC আছে? ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

editor by editor
April 20, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে প্ৰায়সংখ্যক লোকে ঘৰত এচি আৰু কুলাৰ অন কৰিবলৈ আৰম্ভ কৰে। গৰমৰ পৰা সকাহ পাবলৈ আৰু ঘৰখন ঠাণ্ডা কৰি ৰাখিবলৈ বেছিভাগ মানুহেই এচি ১৮ বা ১৯ ডিগ্ৰী চেলছিয়াছত ৰাখে৷ ধাৰণা যে ইয়াৰ দ্বাৰা ঘৰটো সোনকালে ঠাণ্ডা হ’ব আৰু গৰমৰ পৰা তৎক্ষণাত সকাহ পাব। কিন্তু আপুনি জানেনে বেছি ঠাণ্ডা কৰি ৰখাৰ এই অভ্যাসে আচলতে আপোনাৰ এচি আৰু পকেটৰ ধন দুয়োটাতে প্ৰভাৱ পেলায়৷

কেৱল সেয়াই নহয়, ভিতৰৰ তীব্ৰ ঠাণ্ডা আৰু বাহিৰৰ তীব্ৰ গৰমৰ মাজৰ এই বৈপৰীত্যই আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। এচি চলাবলৈ সঠিক উষ্ণতাৰ বিষয়ে জানি লওক, যিয়ে আপোনাৰ ঘৰটো ঠাণ্ডা কৰি ৰাখিব আৰু লগতে আপোনাৰ বিদ্যুতৰ বিলো নিয়ন্ত্ৰণত ৰাখিব।

 এচিৰ উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছৰ তলত ৰাখিলে কি কি সমস্যা হয়? 

বিদ্যুতৰ বিল দ্ৰুতগতিত বৃদ্ধি পায়ঃ যদি আপুনি এচিৰ উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছৰ তলত ৰাখে তেন্তে বিদ্যুতৰ বিল দ্ৰুতগতিত বৃদ্ধি পায়। ফলত ডিভাইচটোৱে অধিক কষ্ট কৰিবলগীয়া হয়। ইয়াৰ ফলত এচি সঘনাই অন আৰু অফ হৈ থাকে, যাৰ ফলত অধিক বিদ্যুৎ খৰচ হয় আৰু আপোনাৰ বিল বৃদ্ধি পায়।

এচি সোনকালে ক্ষয় হ’ব পাৰেঃ যেতিয়া এচি অতি কম উষ্ণতাত অবিৰতভাৱে চলি থাকে, তেতিয়া ইয়াৰ আভ্যন্তৰীণ উপাদানসমূহৰ ওপৰত অতিৰিক্ত চাপ পৰে। ইয়াৰ ফলত এচিৰ আয়ুস হ্ৰাস পায় আৰু সঘনাই চাৰ্ভিচিং বা মেৰামতিৰ প্ৰয়োজন হ’ব পাৰে।

অতি উত্তাপ আৰু বিপদৰ আশংকাঃ যদি বাহিৰৰ উষ্ণতা অতি বেছি হয়, তেন্তে এচি কম উষ্ণতাত দীৰ্ঘদিন ধৰি চলালে বাহিৰৰ ইউনিটটো অতিমাত্ৰা গৰম হ’ব পাৰে। ইয়াৰ ফলত শ্বৰ্ট চাৰ্কিট বা জুইৰ আশংকাও বৃদ্ধি পাব পাৰে।

স্বাস্থ্যজনিত প্ৰভাৱঃ যদি আপুনি এচিৰ উষ্ণতা ২০ ডিগ্ৰী চেলছিয়াছৰ তলত ৰাখে তেন্তে কোঠাটো অত্যধিক ঠাণ্ডা হৈ পৰে। অত্যধিক ঠাণ্ডা কোঠাত বেছি সময় থাকিলে চৰ্দি, কাহ, মূৰৰ বিষ, শৰীৰৰ বিষ আদি বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এচি চলোৱাৰ সঠিক উপায় কি?

সঠিক উষ্ণতা বজাই ৰাখকঃ এচিত সঠিক উষ্ণতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। ২৫ৰ পৰা ২৮ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত উষ্ণতা ৰাখিলে ভাল। ইয়াৰ ফলত আপোনাৰ ঘৰখন শীতল হৈ থাকিব আৰু লগতে বিদ্যুতৰ বিল ৰাহিও হ’ব।

ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখকঃ এচি চলাওঁতে ঘৰৰ দুৱাৰ-খিৰিকী নিশ্চিতভাৱে বন্ধ কৰি ৰাখিব লাগে। লগতে ঘৰত সূৰ্যৰ পোহৰ যাতে সোমাব নোৱাৰে তাৰ বাবে পৰ্দা আঁৰিব লাগে। ইয়াৰ ফলত ঘৰৰ ভিতৰৰ শীতল বতাহ ওলাই নাযায় আৰু ঘৰখন সোনকালে ঠাণ্ডা হোৱাত সহায়ক হয়৷

আপোনাৰ এচি পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়ঃ এচি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। প্ৰতি ২–৩ সপ্তাহৰ মূৰে মূৰে এচি ফিল্টাৰ পৰিষ্কাৰ কৰিব লাগে। এটা লেতেৰা ফিল্টাৰে ইউনিটটোত অতিৰিক্ত চাপ দিয়ে, যাৰ ফলত আপোনাৰ এচিয়ে সঠিকভাৱে কাম কৰা বন্ধ কৰিব পাৰে।

ফেন ব্যৱহাৰ কৰকঃ  আপোনাৰ এচিৰ কাষত ফেন চলালে গোটেই কোঠাটোত শীতল বতাহ চলাচল কৰাত সহায়ক হয়৷ গতিকে, এচিৰ কাষত ফেন চলালে আপুনি আৰু ঠাণ্ডা অনুভৱ কৰিব।

অবিৰতভাৱে চলোৱাৰ পৰা বিৰত থাককঃ যদি আপুনি আপোনাৰ ঘৰটো ঠাণ্ডা কৰি ৰাখিবলৈ ২৪ ঘণ্টাই এচি চলাই থাকে, তেন্তে আজিয়েই সেই অভ্যাস ত্যাগ কৰক। মাজে মাজে এচি বন্ধ কৰাটো ভাল। ইয়াৰ ফলত ডিভাইচটোৱে কিছু জিৰণি পায় আৰু ইয়াৰ আয়ুস বা স্থায়িত্ব বৃদ্ধি পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?
জীৱনশৈলী

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

April 20, 2026
Next Post
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.