• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

6 months ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

47 minutes ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

3 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

3 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

4 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

4 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

14 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

14 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

14 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

15 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

15 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

editor by editor
April 20, 2026
in জীৱনশৈলী
0
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰৰ আন অংগৰ তুলনাত মগজু প্ৰায় সম্পূৰ্ণৰূপে গ্লুক’জৰ ওপৰত নিৰ্ভৰশীল। কিন্তু সমস্যা হৈছে, মগজুৱে নিজেই গ্লুক’জ উৎপাদন বা সংৰক্ষণ কৰিব নোৱাৰে। গতিকে যেতিয়া তেজত চেনিৰ মাত্ৰা হঠাতে কমি যায় তেতিয়া মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘হাইপ’গ্লাইচেমিয়া’ বুলি কোৱা হয়। চিকিৎসকে কয় যে এনে পৰিস্থিতিত ব্ৰেইনে কাম কৰা বন্ধ কৰিব পাৰে আৰু স্নায়ুৰ ক্ষতিও অস্বাভাৱিক নহয়।

স্নায়ু বিশেষজ্ঞসকলে কয় যে যেতিয়া গ্লুক’জৰ যোগান বন্ধ হৈ যায় তেতিয়া মগজুৰ বৈদ্যুতিক সংকেত বিশৃংখল হৈ পৰে। ফলত ৰোগীৰ চেতনা হেৰুৱাব পাৰে। বিশেষকৈ নৱজাতক, ডায়েবেটিছ ৰোগী, আৰু যকৃত বা বৃক্কৰ সমস্যা থকা লোকৰ ক্ষেত্ৰত এই আশংকা বেছি।

বিপদৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

মগজু বিকল হোৱাৰ আগতে শৰীৰে কিছুমান বিশেষ সংকেত দিয়ে। যদি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে তৎক্ষণাত ব্যৱস্থা লোৱাটো গুৰুত্বপূৰ্ণ। উদাহৰণ স্বৰূপেঃ

  • অত্যধিক ঘাম আৰু কঁপনি।
  • হৃদস্পন্দন বৃদ্ধি আৰু মূৰ ঘূৰোৱা।
  • হঠাতে অতি ভোক বা উদ্বিগ্নতা অনুভৱ কৰা।
  • বিভ্ৰান্তি, খিংখিঙীয়া বা দৃষ্টিশক্তি ম্লান হোৱা।
  • শিশুৰ ক্ষেত্ৰত চকুৰ ছানিবোৰ অস্বাভাৱিকভাৱে গতি কৰে।

     

    হঠাৎ চেনীৰ পৰিমান কমি গ’লে কি কৰা উচিত?

    এণ্ডক্ৰাইন’লজিষ্টসকলে কয় যে এই সমস্যাৰ মূল কাৰণ হৈছে ঔষধ, খাদ্য, টোপনি আৰু শাৰীৰিক কাৰ্য্যকলাপৰ মাজত ভাৰসাম্যহীনতা।

    ১) ইনচুলিনৰ ভুল ব্যৱহাৰঃ ইনচুলিনৰ ভুল মাত্ৰা গ্ৰহণ কৰা বা ইনচুলিন লোৱাৰ সমান্তৰালকৈ খাদ্য গ্ৰহণ নকৰা।

    ২) সময়মতে খাদ্য নোখোৱাঃ বহু সময় খালী পেটত থাকিলে আপোনাৰ হৰম’নৰ উঠা-নমা হ’ব। ইয়াৰ ফলত চেনিৰ পৰিমান কমিব পাৰে৷

    ৩) অত্যধিক ব্যায়ামঃ অত্যধিক শাৰীৰিক পৰিশ্ৰমেও সমস্যাৰ সৃষ্টি কৰিব পাৰে।

    ৪) খালী পেটত মদ খোৱাঃ ই তেজত শৰ্কৰাৰ মাত্ৰা সোনকালে কমাই দিয়ে।

    তৎক্ষণাত কি কৰা উচিত?

    হঠাতে কোনো ব্যক্তিৰ ছুগাৰ কমি যায় তেতিয়া কি কৰিব?

    • ৩ চামুচ গ্লুক’জ পাউদাৰ পানীত দ্ৰৱীভূত কৰিব পান কৰিব৷ বা ফলৰ ৰসৰ লগতো তাৎক্ষণিকভাৱে সেৱন কৰিব পাৰে৷
    • গ্লুক’জ খোৱাৰ ১৫ মিনিটৰ পিছত পুনৰ  ছুগাৰ পৰীক্ষা কৰিব লাগে।
    • যদি ৰোগী অচেতন হৈ পৰে বা খাবলৈ অক্ষম হয় তেন্তে সময় নষ্ট নকৰাকৈ চিকিৎসকৰ ওচৰলৈ নিব লাগে। প্ৰয়োজন হ’লে চিকিৎসালয়ত ভৰ্তি কৰিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী
অসম

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি
জীৱনশৈলী

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

October 15, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
Next Post
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়..., সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.