• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

4 months ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

9 minutes ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

30 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

1 hour ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

3 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

4 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

5 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

5 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

6 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

7 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

7 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

8 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

editor by editor
June 3, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ক্ৰিকেট বিশ্বত ইতিমধ্যেই আলোচনাৰ কেন্দ্ৰ হৈ উঠিছে ১৫ বছৰীয়া তৰুণ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীৰ নাম৷ কম বয়সতেই তেওঁৰ বেটিং প্ৰতিভাই নজৰ কাঢ়িছে দেশ বিদেশৰ ক্ৰিকেটপ্ৰেমীসকলৰ৷ আই পি এলৰ দুটা চিজনত তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ খেলাৰ সুযোগ পাইছে তেওঁ৷
চলিত বছৰত এক কোটিতকৈ বেছি টকাত দলে ক্ৰয় কৰিছে৷ ফলত স্বাভাৱিকভাৱেই প্ৰশ্ন উঠিছে, ১৮ বছৰতকৈ কম বয়সীয়া কোনো ক্ৰিকেটাৰ বিপুল পৰিমাণৰ অৰ্থ উপাৰ্জন কৰিলেও সেই অৰ্থৰ ওপৰত তেওঁৰ অধিকাৰ কিমান থাকিব আৰু কেনেকৈ সেই অৰ্থ পৰিচালিত কৰিব?
সেই বিষয়ত চাৰ্টাৰ্ড একাউণ্টে কয় যে ভাৰতত কোনো ক্ৰিকেটাৰেই আইপিএল, বিজ্ঞাপন বা অন্যান্য ক্ৰিকেট সংক্ৰান্তিয় চুক্তিৰ পৰা ডাঙৰ অংকৰ অৰ্থ উপাৰ্জন কৰিলে সেই অৰ্থৰ প্ৰকৃত মালিক তেওঁ নিজেই৷ আইনগতভাৱে অপ্ৰাপ্তবয়স্ক হোৱাত সেই টকা ব্যৱহাৰৰ ক্ষমতা তেওঁৰ হাতত নাই৷ সাধাৰণতে পিতৃ-মাতৃ বা আইনগত অভিভাৱকে সেই টকা পইছা কেনেকৈ খৰচ কৰিব বা বিনিয়োগ কৰিব সেয়া নিৰ্ধাৰণ কৰিব৷ চাৰ্টাৰ্ড একাউণ্টে লগতে জনাইছে যে এজন মাইনৰৰ নিজস্ব বেংক একাউণ্ট থাকিব পাৰে৷ তেওঁৰ ফিক্সড ডিপোজিট আৰু অন্যান্য নিৰাপদ পলিচিতো বিনিয়োগ কৰিব পাৰে৷
ভৱিষ্যতৰ কথা মূৰত ৰাখি মিউচুৱেল ফাণ্ড, চৰকাৰী বণ্ড, ইডুকেছন ফাণ্ড কিম্বা আইনগত চৰ্ত মানি সম্পত্তিতো বিনিয়োগ কৰিব পাৰে৷ কৰ সংক্ৰান্তিয় বিষয়তো আছে গুৰুত্বপূৰ্ণ নিয়ম৷ খেলুৱৈসকলে আয়কৰ ৰিটাৰ্ণ জমা দিয়া আৰু প্ৰয়োজনত চাৰ্টাৰ্ড একাউণ্টৰ পৰামৰ্শ লোৱা অত্যন্ত জৰুৰী৷ ইয়াৰোপৰি ভাৰতৰ আইনত কোনো মাইনৰে সাধাৰণতে নিজে কোনো বাধ্যতামূলক বাণিজ্যিক চুক্তি কৰিব নোৱাৰে৷ সেয়ে আইপিএল চুক্তি কিংবা বিজ্ঞাপনী চুক্তিৰ ক্ষেত্ৰত অভিভাৱকে তেওঁলোকৰ পক্ষৰ পৰা স্বাক্ষৰ কৰে৷
খেলুৱৈসকলৰ শিক্ষা, প্ৰশিক্ষণ, ক্ৰিকেট সৰঞ্জাম, ভ্ৰমণ আৰু অন্যান্য বৈধ প্ৰয়োজনত এই অৰ্থ ব্যৱহাৰ কৰা সম্ভৱ৷ ১৮ বছৰ বয়স পূৰ্ণ হোৱাৰ পূৰ্বে সম্পদৰ পূৰ্ণ নিয়ন্ত্ৰণ তেওঁৰ হাতত নাথাকে৷ প্ৰাপ্তবয়স্ক হোৱাৰ পাছত তেওঁ নিজৰ উপাৰ্জন আৰু সম্পদৰ ওপৰত সম্পূৰ্ণ আইনগত অধিকাৰ লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

October 3, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 3, 2026
Next Post
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.