• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

22 minutes ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

5 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

40 minutes ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

1 hour ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

2 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

3 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

4 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

দেশত আকৌ বিমান দুৰ্ঘটনা, পাহাৰত খুন্দা মাৰি নিমিষতে ছাই হৈ পৰিছে বিমান, কিমান যাত্ৰী আছিল বিমানখনত?

5 hours ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

editor by editor
April 20, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টুথপেষ্ট সলনি কৰা হয়, কিন্তু টুথব্ৰাছ এটাৰেই বহুদিন চলি থাকে। মাহৰ পিছত মাহ একেটা টুথব্ৰাছেৰে দাঁত ব্ৰাছ কৰাও বহুতৰে অভ্যাস। যেতিয়া ব্ৰাছ সম্পূৰ্ণ পুৰণি হৈ যায় তেতিয়াহে টুথব্ৰাছ সলনি কৰো। তাৰ আগতে  টুথব্ৰাছ সলনি কৰাৰ কথা নাভাৱো। অৱশ্যে টুথব্ৰাছৰো মেয়াদ উকলি যোৱাৰ তাৰিখ থাকে। মাহৰ পিছত মাহ একেটা টুথব্ৰাছ ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত কেৱল দাঁতৰ ক্ষতি নহয়, সামগ্ৰিক স্বাস্থ্যৰো ক্ষতি হ’ব পাৰে৷

টুথব্ৰাছ কিমান দিনৰ মূৰত সলনি কৰিব?

বিশেষজ্ঞসকলৰ মতে তিনিমাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিব লাগে। প্ৰতিমাহে টুথব্ৰাছ সলনি কৰিব পাৰিলে ভাল। বৈদ্যুতিক ব্ৰাছ ব্যৱহাৰ কৰিলেও একে নিয়ম মানি চলিব লাগে। ২-৩ মাহৰ মূৰে মূৰে বৈদ্যুতিক ব্ৰাছৰ মূৰ সলনি কৰিব লাগে।

টুথব্ৰাছ সলনি কৰাৰ সময় হৈছে কেতিয়া গম পাব?

টুথব্ৰাছৰ ব্ৰিষ্টলবোৰ সোনকালে নষ্ট হয়। পোনে পোনে নাথাকে। বেঁকা হৈ পৰে। ব্যৱহাৰযোগ্য হৈ নাথাকে। এনে টুথব্ৰাছেৰে দাঁত ব্ৰাছ কৰিলে কোনো লাভ নহয়। আপোনাৰ দাঁতো ভালদৰে চাফা নহয়। দুটা দাঁতৰ মাজৰ ফাঁকত যদি কিবা খাদ্য আবদ্ধ হৈ থাকে তেন্তে সেয়া পৰিষ্কাৰ নহ’ব। ব্ৰিষ্টল নষ্ট হোৱাৰ লগে লগে টুথব্ৰাছ সলনি কৰক। 

কিয় প্ৰতিমাহে টুথব্ৰাছ সলনি কৰিব?

দাঁতত অগণন বেক্টেৰিয়া থাকে। টুথব্ৰাছ সেই বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহে। ধোৱাৰ পিছতো টুথব্ৰাছত কিছুমান বেক্টেৰিয়া থাকে। লগতে টুথব্ৰাছ ধোৱাৰ পিছত কিছু সময় তিতি থাকে। সেয়ে তাত বেক্টেৰিয়াও বাঢ়ি যায়। আৰ্দ্ৰ পৰিৱেশত যদি টুথব্ৰাছ ৰাখে তেন্তে ই বেক্টেৰিয়াৰ প্ৰজনন স্থানত পৰিণত হয়। গতিকে প্ৰতিমাহে টুথব্ৰাছ সলনি নকৰিলে সেই বেক্টেৰিয়াবোৰো মুখত প্ৰৱেশ কৰিব। ইয়াৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

টুথব্ৰাছ কেতিয়া সলনি কৰিব লাগে?

প্ৰতি এমাহৰ পৰা তিনিমাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিব লাগে। লগতে চৰ্দি বা কাঁহ হ’লে সুস্থ হোৱাৰ লগে লগে টুথব্ৰাছ সলনি কৰিব লাগে। ইয়াৰ ফলত একেবোৰ বীজাণু পুনৰ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?
জীৱনশৈলী

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

April 20, 2026
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে
জীৱনশৈলী

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

April 20, 2026
Next Post
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ... ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন