• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

2 months ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

27 minutes ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

2 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

3 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

14 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

15 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

15 hours ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

16 hours ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

16 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

17 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

18 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

editor by editor
April 21, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিশ্ব
0
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ অন্যতম বৃহৎ কোম্পানী এপলৰ নেতৃত্ব সলনি হ’ল। দীৰ্ঘদিন ধৰি কোম্পানীটোৰ নেতৃত্ব দি অহা টিম কুকে মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰিছে। তেওঁৰ সলনি কোম্পানীটোৰ নতুন CEO হৈছে জন টাৰ্নাছ। 

জন টাৰ্নেছ কোন?

জন টাৰ্নাছ এপলতে কাম কৰা এজন অভিজ্ঞ অভিযন্তা, তেওঁ ২০০১ চনতে কোম্পানীটোত যোগদান কৰিছিল। তেওঁ প্ৰায় সমগ্ৰ কেৰিয়াৰে এপলত কটাইছে৷  কোম্পানীটোতো তেওঁৰ বহু গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লৈছে জন টাৰ্নেছে৷

কিয় পৰিবৰ্তন কৰা হ’ল CEO?

এপলৰ ঘোষণা অনুসৰি অহা ১ ছেপ্টেম্বৰত জন টাৰ্নাছে মুখ্য কাৰ্যবাহী বিষয়াৰ ভূমিকা গ্ৰহণ কৰিব। এক মসৃণ পৰিৱৰ্তনৰ বাবে টিম কুকে আগষ্ট মাহলৈ কোম্পানীটোৰ কাম চলাই নিব৷ তাৰপিছতেই কুকে কোম্পানীটোৰ ব’ৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

এপলত টাৰ্ণছৰ যাত্ৰা

২০১৩ চনত টাৰ্নাছে হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিঙৰ ভাইচ প্ৰেচিডেন্টৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ ২০২১ চনত সমগ্ৰ হাৰ্ডৱেৰ বিভাগৰ মুৰব্বী হয়। এই সময়ছোৱাত তেওঁ এপলৰ সকলোবোৰ হাৰ্ডৱেৰৰ কাম নিজেই দায়িত্ব লৈ আগুৱাই নিছিল৷ তেওঁৰ নেতৃত্বত কোম্পানীটোৱে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছিল যিসমূহে এপলক এক নিজস্ব ৰূপ দিছে৷ 

জন টাৰ্নাছৰ নেতৃত্বত এপলে এপল ৱাচ, এয়াৰপডছ, ভিজন প্ৰ’কে ধৰি কেইবাটাও উল্লেখযোগ্য সামগ্ৰী মুকলি কৰে। এপলে মেকৰ বাবে নিজাকৈ ছিলিকন চিপ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত বিশেষভাৱে সফল হৈছিল, ইণ্টেলৰ ওপৰত নিৰ্ভৰশীলতা নাইকিয়া কৰিছিল আৰু মেকৰ বিক্ৰী যথেষ্ট বৃদ্ধি কৰিছিল।

তেওঁৰ নেতৃত্বৰ শৈলী কি?

খবৰ অনুসৰি টাৰ্ণছৰ আচৰণ শান্ত আৰু সংযত। তেওঁৰ পৰিচালনা শৈলী টিম কুকৰ দৰেই বুলি গণ্য কৰা হয়,  স্থিৰতা আৰু স্পষ্ট চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ষ্টিভ জবছৰ দৰে আক্ৰমণাত্মক বুলি গণ্য নহ’লেও তেওঁৰ অভিযান্ত্ৰিক বুজাবুজি আৰু এটা দলক চলাই ৰাখিব পৰা ক্ষমতাই তেওঁক এজন শক্তিশালী নেতা কৰি তুলিছে।

টিম কুকে কিয় টাৰ্নাছক বাছি লৈছিল?

প্ৰায় এবছৰ ধৰি নিজৰ উত্তৰাধিকাৰীক বিচাৰি আছিল টিম কুকে৷ শেহতীয়াকৈ কোম্পানীটোৰ ব’ৰ্ডৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত নিজেই গ্ৰহণ কৰিছে টিম কুকে। তেওঁ টাৰ্ণছক প্ৰশংসা কৰি কয় যে তেওঁ এজন সুদক্ষ অভিযন্তা, উদ্ভাৱকৰ মানসিকতা থকা ব্যক্তিৰ লগতে সততাৰে নেতৃত্ব দিয়াৰ ক্ষমতা তেওঁৰ আছে৷

ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান

লাভ আৰু সামগ্ৰীৰ মানদণ্ডৰ ক্ষেত্ৰত এপলে আগবাঢ়ি আছে, তথাপিও কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত এপল বহু প্ৰতিযোগীতকৈ পিছপৰি আছে। চিইঅ’ হিচাপে জন টাৰ্নাৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব চিৰিৰ উন্নতি আৰু এআইত এপলৰ বাবে এক শক্তিশালী উপস্থিতি স্থাপন কৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে
অসম

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

June 22, 2026
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

June 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

June 21, 2026 - Updated on June 22, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Next Post
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.