• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

4 months ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

7 minutes ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

26 minutes ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

1 hour ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

4 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

5 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

5 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

6 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

7 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

editor by editor
April 23, 2026
in জীৱনশৈলী, বিবিধ
0
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত আই আৰ এছ অফিচাৰৰ মেধাৱী কন্যাক নৃশংসভাৱে ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ সমগ্ৰ দেশত চলিছে চৰ্চা৷ অভিযুক্ত যুৱক ৰাহুল মীনাক ইতিমধ্যেই দিল্লীৰ দ্বাৰকা এলেকাৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে ভয়ংকৰ পৰিকল্পনাৰ কথা৷ য’ত লালসা, অনলাইন গেমৰ নিচা আৰু প্ৰতিহিংসা মিলি একাকাৰ হৈ পৰিছে৷

ঘটনাৰ সূত্ৰপাত বিগত মঙ্গলবাৰৰ নিশাৰ৷ যেতিয়া ৰাহুলে ৰাজস্থানৰ আলৱাৰত এগৰাকী বন্ধুৰ পত্নীক ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছিল৷ ইয়াৰ পাছতেই নিজৰ মোবাইল ফোন ১০ হাজাৰ টকাত বিক্ৰি কৰে আৰু সেই টকাৰ ৬ হাজাৰ টকা দি কেব ভাড়া কৰে আৰু সেই কেবেৰে দিল্লীৰ উদ্দেশ্যে ৰাওনা হয়৷ ৰাহুলে যেতিয়া প্ৰায় ৮ মাহ পৰিচাৰকৰ কাম কৰিছিল তেতিয়া তাতো ধাৰ লৈ শোধ নকৰাৰ অভ্যাসৰ কাৰণে তাক কামৰ পৰা বাহিৰ কৰিও দিয়া হৈছিল৷

বুধবাৰে পুৱা যেতিয়া সমগ্ৰ চহৰ সাৰ পাইছিল৷ তেতিয়া নিজৰ নাৰকীয় পৰিকল্পনা বাস্তবায়িত কৰিবলৈ উপস্থিত হয় ৰাহুল৷ পৰিয়ালটোৰ দৈনন্দিন ৰুটিন তাৰ নখদৰ্পণত আছিল যি জানিছিল যে পুৱা প্ৰায় ৬বাজি ৩০ মিনিটত ঘৰৰ সকলো ব্যক্তি জিমলৈ যায়৷ চিচিটিভি ফুটেজত দেখা গৈছে ঠিক সেই সময়তেই সি কলনিত প্ৰৱেশ কৰে৷ জোতা ৰখাৰ ৰেকত লুকাই ৰখা চাবিৰে সি ঘৰৰ দুৱাৰ খুলি অনায়াসে ঘৰত সোমায়৷ তেওঁৰ মূল লক্ষ্য আছিল ছাদত থকা বিশেষ ৰিডিং ৰুমত প্ৰৱেশ কৰাটো৷ য’ত ২২ বছৰীয়া তৰুণীগৰাকীয়ে UPSC পৰীক্ষাৰ প্ৰস্তুতি চলাই পঢ়াশুনা কৰে৷

IIT দিল্লীৰ স্নাতক আৰু দ্বাদশ শ্ৰেণীৰ অল ইণ্ডিয়া টপাৰ সেই মেধাৱী ছাত্ৰীয়ে যেতিয়া পঢ়াশুনাত মগ্ন হৈ আছিল তেতিয়াই ৰাহুলে ঘৰত সোমাই তেওঁক ধৰ্ষণৰ চেষ্টা কৰে৷ বাধা দিয়াত এটা লেম্প আৰু ৰুমত থকা ভাৰী সামগ্ৰীৰে মূৰত আঘাত কৰি তেওঁক সংজ্ঞাহীন কৰি দিয়ে৷ ইয়াৰপাছতেই অচেতন যুৱতীৰ ওপৰত জপিয়াই পৰে ধৃত ৰাহুল৷ অচেতন যুৱতীক ধৰ্ষণো কৰে ৰাহুলে৷ তদন্তকাৰীসকলৰ মতে ৰাহুলৰ মূৰত কেৱল পাশৱিকতাই নহয়, জেদ আছিল আলমাৰিৰ লকাৰ খোলাৰ৷ কিন্তু লকাৰটো আছিল বায়োমেট্ৰিক চিষ্টেমৰ৷

নিজৰ পৰিকল্পনা সফল কৰিবলৈ ৰাহুলে নিথৰ যুৱতীগৰাকীক টানি আঁজুৰি চিৰিৰে তললৈ নমাই আনে৷ লকাৰৰ ওচৰলৈকে লৈ যায়৷ তেজলগা আঙুলিৰে বায়োমেট্ৰিক স্কেনাৰ খোলাৰ চেষ্টা কৰিও সফল নহ’ল৷ আৰক্ষীৰ ধাৰণা যে তেতিয়ালৈকে যুৱতীগৰাকীৰ মৃত্যু ঘটিছিল৷ সেয়ে চেন্সৰে আঙুলিৰ চাপ গ্ৰহণ নকৰিলে৷ ইয়াৰপাছতেই স্ক্ৰু ড্ৰাইভাৰ দি লকাৰ ভাঙি নগদ টকা আৰু গহনা লুট কৰে ৰাহুলে৷ পলোৱাৰ পূৰ্বে তেজলগা কাপোৰ সলনি কৰি যুৱতীগৰাকীৰ ভায়েকৰ কাপোৰ পৰিধান কৰি তাৰপৰা ওলায় যায়৷

আৰক্ষীয়ে জনাইছে যে ৰাহুলৰ এই অপৰাধপ্ৰৱণতাৰ মূলতে আছে তিনপাত্তিৰ দৰে অনলাইন গেমিং এপৰ নিচা৷ এই নিচাৰ বাবে ধনৰ প্ৰয়োজন৷ সেয়ে ধাৰ ঋণ লৈছিল৷ কিন্তু তদন্তকাৰীৰ সন্দেহ হত্যাৰ কেইবাঘণ্টা পূৰ্বেই অন্য এগৰাকী মহিলাকো ধৰ্ষণৰ ইতিহাস আৰু পুৰণি আক্ৰোশৰ পৰা সেই নৃশংস কাণ্ড ঘটাইছিল৷ উজ্জ্বল ভৱিষ্যতৰ এগৰাকী তৰুণীৰ জীৱন এনেকৈ এক নিচাগ্ৰস্থ আৰু বিকৃত মস্তিষ্কৰ যুৱকৰ হাতত শেষ হৈ যোৱাটোৱে শোকৰ ছায়া নমাইছে দিল্লীৰ এই অভিজাত এলেকাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
Next Post
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.