• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

6 months ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

16 minutes ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

54 minutes ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

2 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

14 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

14 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

15 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

15 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

16 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

17 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

18 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

18 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম

editor by editor
April 23, 2026
in জীৱনশৈলী, বিবিধ
0
অনলাইন জুৱাৰ নিচা, টকাৰ বাবেই দিল্লীৰ মেধাৱী যুৱতীৰ সৈতে কৰিলে ভাৱিব নোৱৰা ঘটনা, জীৱন শেষ কৰাতেই শান্ত নাথাকি কৰিলে এই ঘৃণনীয় কাম
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত আই আৰ এছ অফিচাৰৰ মেধাৱী কন্যাক নৃশংসভাৱে ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ সমগ্ৰ দেশত চলিছে চৰ্চা৷ অভিযুক্ত যুৱক ৰাহুল মীনাক ইতিমধ্যেই দিল্লীৰ দ্বাৰকা এলেকাৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে ভয়ংকৰ পৰিকল্পনাৰ কথা৷ য’ত লালসা, অনলাইন গেমৰ নিচা আৰু প্ৰতিহিংসা মিলি একাকাৰ হৈ পৰিছে৷

ঘটনাৰ সূত্ৰপাত বিগত মঙ্গলবাৰৰ নিশাৰ৷ যেতিয়া ৰাহুলে ৰাজস্থানৰ আলৱাৰত এগৰাকী বন্ধুৰ পত্নীক ধৰ্ষণ কৰে বুলি অভিযোগ উঠিছিল৷ ইয়াৰ পাছতেই নিজৰ মোবাইল ফোন ১০ হাজাৰ টকাত বিক্ৰি কৰে আৰু সেই টকাৰ ৬ হাজাৰ টকা দি কেব ভাড়া কৰে আৰু সেই কেবেৰে দিল্লীৰ উদ্দেশ্যে ৰাওনা হয়৷ ৰাহুলে যেতিয়া প্ৰায় ৮ মাহ পৰিচাৰকৰ কাম কৰিছিল তেতিয়া তাতো ধাৰ লৈ শোধ নকৰাৰ অভ্যাসৰ কাৰণে তাক কামৰ পৰা বাহিৰ কৰিও দিয়া হৈছিল৷

বুধবাৰে পুৱা যেতিয়া সমগ্ৰ চহৰ সাৰ পাইছিল৷ তেতিয়া নিজৰ নাৰকীয় পৰিকল্পনা বাস্তবায়িত কৰিবলৈ উপস্থিত হয় ৰাহুল৷ পৰিয়ালটোৰ দৈনন্দিন ৰুটিন তাৰ নখদৰ্পণত আছিল যি জানিছিল যে পুৱা প্ৰায় ৬বাজি ৩০ মিনিটত ঘৰৰ সকলো ব্যক্তি জিমলৈ যায়৷ চিচিটিভি ফুটেজত দেখা গৈছে ঠিক সেই সময়তেই সি কলনিত প্ৰৱেশ কৰে৷ জোতা ৰখাৰ ৰেকত লুকাই ৰখা চাবিৰে সি ঘৰৰ দুৱাৰ খুলি অনায়াসে ঘৰত সোমায়৷ তেওঁৰ মূল লক্ষ্য আছিল ছাদত থকা বিশেষ ৰিডিং ৰুমত প্ৰৱেশ কৰাটো৷ য’ত ২২ বছৰীয়া তৰুণীগৰাকীয়ে UPSC পৰীক্ষাৰ প্ৰস্তুতি চলাই পঢ়াশুনা কৰে৷

IIT দিল্লীৰ স্নাতক আৰু দ্বাদশ শ্ৰেণীৰ অল ইণ্ডিয়া টপাৰ সেই মেধাৱী ছাত্ৰীয়ে যেতিয়া পঢ়াশুনাত মগ্ন হৈ আছিল তেতিয়াই ৰাহুলে ঘৰত সোমাই তেওঁক ধৰ্ষণৰ চেষ্টা কৰে৷ বাধা দিয়াত এটা লেম্প আৰু ৰুমত থকা ভাৰী সামগ্ৰীৰে মূৰত আঘাত কৰি তেওঁক সংজ্ঞাহীন কৰি দিয়ে৷ ইয়াৰপাছতেই অচেতন যুৱতীৰ ওপৰত জপিয়াই পৰে ধৃত ৰাহুল৷ অচেতন যুৱতীক ধৰ্ষণো কৰে ৰাহুলে৷ তদন্তকাৰীসকলৰ মতে ৰাহুলৰ মূৰত কেৱল পাশৱিকতাই নহয়, জেদ আছিল আলমাৰিৰ লকাৰ খোলাৰ৷ কিন্তু লকাৰটো আছিল বায়োমেট্ৰিক চিষ্টেমৰ৷

নিজৰ পৰিকল্পনা সফল কৰিবলৈ ৰাহুলে নিথৰ যুৱতীগৰাকীক টানি আঁজুৰি চিৰিৰে তললৈ নমাই আনে৷ লকাৰৰ ওচৰলৈকে লৈ যায়৷ তেজলগা আঙুলিৰে বায়োমেট্ৰিক স্কেনাৰ খোলাৰ চেষ্টা কৰিও সফল নহ’ল৷ আৰক্ষীৰ ধাৰণা যে তেতিয়ালৈকে যুৱতীগৰাকীৰ মৃত্যু ঘটিছিল৷ সেয়ে চেন্সৰে আঙুলিৰ চাপ গ্ৰহণ নকৰিলে৷ ইয়াৰপাছতেই স্ক্ৰু ড্ৰাইভাৰ দি লকাৰ ভাঙি নগদ টকা আৰু গহনা লুট কৰে ৰাহুলে৷ পলোৱাৰ পূৰ্বে তেজলগা কাপোৰ সলনি কৰি যুৱতীগৰাকীৰ ভায়েকৰ কাপোৰ পৰিধান কৰি তাৰপৰা ওলায় যায়৷

আৰক্ষীয়ে জনাইছে যে ৰাহুলৰ এই অপৰাধপ্ৰৱণতাৰ মূলতে আছে তিনপাত্তিৰ দৰে অনলাইন গেমিং এপৰ নিচা৷ এই নিচাৰ বাবে ধনৰ প্ৰয়োজন৷ সেয়ে ধাৰ ঋণ লৈছিল৷ কিন্তু তদন্তকাৰীৰ সন্দেহ হত্যাৰ কেইবাঘণ্টা পূৰ্বেই অন্য এগৰাকী মহিলাকো ধৰ্ষণৰ ইতিহাস আৰু পুৰণি আক্ৰোশৰ পৰা সেই নৃশংস কাণ্ড ঘটাইছিল৷ উজ্জ্বল ভৱিষ্যতৰ এগৰাকী তৰুণীৰ জীৱন এনেকৈ এক নিচাগ্ৰস্থ আৰু বিকৃত মস্তিষ্কৰ যুৱকৰ হাতত শেষ হৈ যোৱাটোৱে শোকৰ ছায়া নমাইছে দিল্লীৰ এই অভিজাত এলেকাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
Next Post
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.