• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

5 months ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

5 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

6 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

6 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

7 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

8 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

8 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

9 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

9 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

10 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

11 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

11 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?

editor by editor
April 23, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুৰুষৰ বগা স্ৰাৱ কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি? জানক কি কি লক্ষণ দেখিলে সতৰ্ক হোৱা জৰুৰী?
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰস্ৰাৱৰ সৈতে বগা স্ৰাৱ বা হোৱাইট ডিচছাৰ্জৰ সমস্যা বহু সময়ত পুৰুষৰ বাবে উদ্বেগৰ কাৰণ হৈ থিয় দিয়ে৷ সাধাৰণতে মহিলাসকলে এই সমস্যাত বেছিকৈ ভূগিলেও পুৰুষৰ ক্ষেত্ৰতো এই সমস্যা আহে৷ যি শৰীৰৰ কোনো গুৰুতৰ সমস্যাৰ লক্ষণ হব পাৰে৷ সেয়ে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷ পুৰুষৰ ক্ষেত্ৰত এই সমস্যা সকলোসময়তে গুৰুতৰ নহলেও ইয়াৰ আঁৰত বেছ কিছু শাৰীৰিক কাৰণ থাকিব পাৰে৷ যেনে

STI বা যৌনবাহিত সংক্ৰমণঃ সকলোতকৈ সাধাৰণ কাৰণসমূহৰ মাজত এটা হৈছে ক্লেমাইডিয়া বা গনৰিয়াৰ দৰে সংক্ৰমণ৷ এই ধৰণৰ সংক্ৰমণৰ ফলত মূত্ৰনলীৰ পৰা বগা, হালধীয়া বা ঘোলা তৰল নিৰ্গত হব পাৰে৷ ইয়াৰ সৈতে প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা কৰাৰ আশংকাও থাকে৷

প্ৰষ্টাটাইটিছ

প্ৰষ্টেট গ্ৰন্থিৰ প্ৰদাহ বা ইনফেকশ্ব্যন হ’লে প্ৰস্ৰাৱৰ সৈতে বগা তৰল নিৰ্গত হ’ব পাৰে৷ প্ৰষ্টাইটিছৰ লক্ষণ হৈছে তলপেটৰ বিষ, বাৰে বাৰে প্ৰস্ৰাৱৰ বেগ পোৱা আৰু প্ৰস্ৰাৱৰ শেষত বগা স্ৰাৱ নিৰ্গত হোৱাৰ দৰে লক্ষণে দেখা দিয়ে৷

UTI বা মূত্ৰনলীৰ সংক্ৰমণ

যদিও পুৰুষৰ UTI কম হয় তেতিয়া সংক্ৰমণ হলে প্ৰস্ৰাৱ ঘোলা হব পাৰে৷ সংক্ৰমণৰ কাৰণে পুঁজ নিৰ্গত হলে তাক বগা স্ৰাৱ বুলি ভ্ৰমো হ’ব পাৰে৷

ৰেট্ৰোগ্ৰেড ইজাকুলেছন

ই এনে এক অৱস্থা য’ত বীৰ্য লিংগৰে বাহিৰ নহয় মূত্ৰথলিলৈ যায়৷ পৰবৰ্তীকালত প্ৰস্ৰাৱ কৰাৰ সময়ত সেই বীৰ্য বগা তৰল হিচাপে বাহিৰলৈ ওলাই আহে৷ ই সাধাৰণতে ক্ষতিকৰ নহয়, প্ৰজন্ন ক্ষমতাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে৷

কেতিয়া চিকিৎসকৰ কাষলৈ যাব?

সকলো বগা স্ৰাৱেই ভয়ৰ কাৰণ নহয়৷ কেইটামান লক্ষণ থাকিলে দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ যেনে প্ৰস্ৰাৱৰ সৈতে দুৰ্গন্ধ থাকিলে যদি স্ৰাৱৰ ৰঙৰ পৰিবৰ্তন আহে যেনে তেজ মিহলি হৈ থকা, সেউজীয়া ভাৱ, অণ্ডকোষত বিষ বা ফোলাভাৱে দেখা দিয়ে৷ ঘনে ঘনে জ্বৰ বা পিঠিৰ তলত বিষ হয়৷

স্বাস্থ্য বিশেষজ্ঞই এই ধৰণৰ সমস্যা এৰাবলৈ কিছু সাধাৰণ নিয়ম মানি চলাৰ পৰামৰ্শ দিয়ে৷ যেনে

পৰ্যাপ্ত পানী পানঃ শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি দিবলৈ প্ৰতিদিনে প্ৰচুৰ পানী পান কৰা জৰুৰী৷

সুৰক্ষিত যৌন মিলনঃ সংক্ৰমণ এৰাবলৈ সুৰক্ষামূলক মিলন কৰা উচিত৷

পৰিচ্ছন্নতাঃ যৌনাংগৰ পৰিচ্ছন্নতা বজায় ৰখা আৰু নিয়মিত পৰীক্ষা কৰা জৰুৰী৷

পুৰুষৰ প্ৰস্ৰাৱত বগা স্ৰাৱ ওলোৱা কোনো সাধাৰণ বিষয় নহয়৷ ই শৰীৰৰ আভ্যন্তৰীণ কোনো সমস্যাৰ সংকেত হব পাৰে৷ সেয়ে  লজ্জা বা দ্বিধা নকৰি সঠিক সময়ত চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু প্ৰয়োজনীয় পৰীক্ষা কৰোৱাটোৱেই বুদ্ধিমানৰ কাম৷ সঠিক সময়ত চিকিৎসা আৰম্ভ কৰিলে বহু জটিল সমস্যা দূৰ কৰা সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
Next Post
সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

সকলোতকৈ খঙাল, আগ্নেয়গিৰিৰ দৰে বিস্ফোৰিত হয় খং, জ্যোতিষমতে আটাইতকৈ খঙাল ৩ৰাশি কি কি?

মোৰ অলৌকিক ক্ষমতা আছে… মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

মোৰ অলৌকিক ক্ষমতা আছে... মহিলাক ল’জৰ কোঠালৈ নি ধৰ্মগুৰুৱে কৰিলে এই কাম, মুখ খুলিলেই শেষ কৰাৰ ভাবুকি, অৱশেষত ভণ্ড ধৰ্মগুৰুক কি কৰিলে মহিলাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.