• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

2 months ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

20 minutes ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

42 minutes ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

1 hour ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

6 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

6 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

7 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

9 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

9 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

10 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে

editor by editor
May 6, 2026
in জীৱনশৈলী
0
শুক্ৰৰ সকলোতকৈ প্ৰিয় এই ৩ৰাশি! তেওঁলোকৰ জীৱনত সুখ, বিলাসিতা সদায়ে থাকে
0
SHARES
699
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত শুক্ৰক বৃহস্পতিৰ পাছতেই সকলোতকৈ শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ বৈবাহিক জীৱনত পুৰুষ আৰু নাৰীৰ সম্পৰ্ক আৰু সুখৰ বাবেও শুক্ৰ দায়ী৷ জ্যোতিষশাস্ত্ৰত শুক্ৰক সুখ, সম্পদ, মহিমা আৰু সমৃদ্ধি ইত্যাদিৰ কাৰণ হিচাপে বিবেচনা কৰা হয়৷ এই গ্ৰহক বৈবাহিক সুখ, সমৃদ্ধি, প্ৰেম, ভোগবিলাস, খ্যাতি, শিল্প, প্ৰতিভা, সৌন্দৰ্য আৰু আনন্দৰ প্ৰতীক হিচাপে ধাৰণা কৰা হয়৷

শুক্ৰৰ গতি বা অৱস্থানৰ পৰিবৰ্তন, ৰাশিচক্ৰৰ পৰিবৰ্তনে মেষৰ পৰা মীন ৰাশিক প্ৰভাৱিত কৰে৷ ৰাশিফলত শুক্ৰৰ অৱস্থানে, সেই জাতক জাতিকাৰ জীৱনক ব্যাপকভাৱে প্ৰভাৱিত কৰে৷ জ্যোতিষীৰমতে, শুক্ৰৰ শুভতাই এজন ব্যক্তিৰ জীৱনত ইমানেই সম্পদ আৰু আৰাম কঢ়িয়াই আনে যি কেতিয়াও কল্পনা কৰিব নোৱাৰি৷

সিংহ ৰাশি

জ্যোতিষীৰ মতে শুক্ৰ ৰাশিৰ পৰিবৰ্তন সিংহ ৰাশিৰ জাতকৰ বাবে খুবেই ভাগ্যবান হ’ব৷ আয় বৃদ্ধিৰ সম্ভাৱনা আছে৷ কেৰিয়াৰ আৰু ব্যৱসায়ত সাফল্য অৰ্জন কৰিব পাৰে৷ ব্যক্তিগত সম্পৰ্ক দৃঢ় হব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপুনি অৰ্থলাভ কৰিব পাৰে৷ ব্যৱসায়ত নতুন চুক্তি পাব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থা ভালে থাকিব৷ সংগীত, শিল্প, লেখামেলা বা অন্য কোনো সৃজনশীল ক্ষেত্ৰত আগ্ৰহ থাকিব৷ তেওঁলোক ভাল ব্যৱসায়ী আৰু অৰ্থলোভীও৷ পদোন্নতি আৰু সহায়তা থাকিব সকলো সময়তে৷ সম্পৰ্কৰ ভাৰসাম্য বৰ্তাই ৰখা এই ব্যক্তি প্ৰতিটো কামতে বিশেষজ্ঞ৷

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি শুক্ৰ৷ এই ৰাশি সৌন্দৰ্য আৰু সুন্দৰ চেহেৰাৰ অধিকাৰী৷ কোৱা হয় যে এই ৰাশিৰ জাতক অত্যন্ত বুদ্ধিমান আৰু পৰিশ্ৰমী৷ তেওঁলোকে শিক্ষা আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত অগ্ৰগতি অৰ্জন কৰে৷ সাধাৰণতে এই ৰাশিৰ জাতকে৩০ বছৰৰ পাছত সাফল্য অৰ্জন কৰে৷ এই জাতকে চুম্বকৰ দৰে মানুহক তেওঁলোকৰ দিশত আকৰ্ষণ কৰাৰ ক্ষমতা ৰাখে৷ কৰ্মজীৱনত পৃথক পৰিচয় তৈয়াৰ কৰে৷ শুক্ৰৰ প্ৰভাৱ আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ পায় ধনী হয় এনে লোক৷ কৰ্মক্ষেত্ৰত নতুন সুযোগ পায় আৰু প্ৰচেষ্টাৰ প্ৰশংসাও লাভ কৰে৷ সৃজনশীল ক্ষেত্ৰত তেওঁলোক সফল হয়৷

তুলা ৰাশি

শুক্ৰ হৈছে তুলা ৰাশিৰ শাসক গ্ৰহ৷ ইয়াৰ কাৰণে তুলাৰ জাতকৰ ওপৰত শুক্ৰৰ প্ৰভাৱ গভীৰ থাকে৷ যাৰ কাৰণে এই জাতকে আৰাম আৰু বিলাসিতা লাভ কৰে৷ বস্তুগত সুখ স্বাচ্ছন্দ্য বৃদ্ধি পাব৷ আপোনাৰ পুৰণি অমীমাংসিত কামসমূহ সম্পন্ন হব৷ আপোনাৰ জীৱনত সুখ আহিব৷ হঠাৎ আৰ্থিক লাভ হব পাৰে৷ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে৷ আপুনি আয়ৰ নতুন উৎস পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ জীৱনত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
Next Post
২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

২৫ বছৰৰ বাবে ৫০লাখৰ গৃহঋণ ল’বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.