• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

1 hour ago
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

18 minutes ago
বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

58 minutes ago
মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

1 hour ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

১৫ নে ১৬ মে’ত শনি জয়ন্তী? শনিৰ কোপদৃষ্টিৰ পৰা থাকক আঁতৰত

2 hours ago
বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

2 hours ago
মহিলাৰ PMOS ৰোগ কি? PCOS আৰু PMOS একে নেকি জানক

মহিলাৰ PMOS ৰোগ কি? PCOS আৰু PMOS একে নেকি জানক

3 hours ago
১৫ মে’ৰ পূৰ্বে সাৱধান ৪ ৰাশিৰ লোক, ঘটিব স্বাস্থ্যৰ অৱনতি, বাঢ়িব শত্ৰু!

১৫ মে’ৰ পূৰ্বে সাৱধান ৪ ৰাশিৰ লোক, ঘটিব স্বাস্থ্যৰ অৱনতি, বাঢ়িব শত্ৰু!

3 hours ago
জন্ম তাৰিখৰ পৰা জানক আপোনাৰ শত্ৰু ক’ত? জানক কেনেকৈ দিব যুঁজ

জন্ম তাৰিখৰ পৰা জানক আপোনাৰ শত্ৰু ক’ত? জানক কেনেকৈ দিব যুঁজ

4 hours ago
ভাৰতত নিৰ্মাণ প্ৰথমখন সামৰিক বিমান, কঁপাই তুলিব শত্ৰুক

ভাৰতত নিৰ্মাণ প্ৰথমখন সামৰিক বিমান, কঁপাই তুলিব শত্ৰুক

5 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

জীৱনত এই ৫ ধৰণৰ মানুহৰ সন্মুখত মৌন থাকক, শেষ কৰিব পাৰে আপোনাৰ সপোন!

6 hours ago
শৰীৰৰ এই অংশত আছে নেকি তিল? তেন্তে হ’ব ধনবান, লাভ কৰিব সুখ্যাতি!

শৰীৰৰ এই অংশত আছে নেকি তিল? তেন্তে হ’ব ধনবান, লাভ কৰিব সুখ্যাতি!

6 hours ago
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

editor by editor
May 13, 2026
in বিবিধ, লেখা, শিক্ষা
0
CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

CBSE 12th Result 2026 Declared: প্ৰায় ১৮ লাখ চিবিএছই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অপেক্ষা এতিয়া শেষ। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে প্ৰকাশ কৰিছে দ্বাদশ শ্ৰেণীৰ ফলাফল। এই বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া অফিচিয়েল ৱেবছাইট results.cbse.nic.in আৰু cbseresults.nic.in, DigiLocker, আৰু Umang এপৰ জৰিয়তে নিজৰ ফলাফল সহজেই পৰীক্ষা কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অনলাইন মাৰ্কশ্বীট ডাউনলোডৰ ব্যৱস্থাও কৰিছে ব’ৰ্ডে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নম্বৰ আৰু অন্যান্য প্ৰয়োজনীয় তথ্য ব্যৱহাৰ কৰি যিকোনো ঠাইৰ পৰা নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব।

ফলাফল অফিচিয়েল ৱেবছাইটত উপলব্ধ

চিবিএছই ব’ৰ্ডে অনলাইনযোগে প্ৰকাশ কৰিছে দ্বাদশ শ্ৰেণীৰ ফলাফল। পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকলে এতিয়া result.cbse.nic.in আৰু cbseresults.nic.in ত গৈ ফলাফল পৰীক্ষা কৰিব পাৰিব। ফলাফলৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলে ডাউনলোড কৰিব পৰাকৈ ডিজিটেল মাৰ্ক শ্বীটও উপলব্ধ কৰা হৈছে।

DigiLocker ৰ পৰা marksheet কেনেকৈ চাব

ডিজিলকাৰৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ডিজিটেল মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে প্ৰথমে DigiLocker ৱেবছাইট বা এপ খুলি পঞ্জীয়নভুক্ত মোবাইল নম্বৰ বা আধাৰ ব্যৱহাৰ কৰি লগ ইন কৰক। তাৰ পিছত, CBSE অংশলৈ গৈ CBSE Class 12 Result 2026 বিকল্পটো নিৰ্বাচন কৰক। প্ৰয়োজনীয় তথ্য প্ৰৱেশ কৰি জমা দিব। তাৰ পিছত স্ক্ৰীণত ফলাফল ওলাব, যিটো ডাউনলোড কৰিব পাৰিব।

উমং এপতো উপলব্ধ এই ফলাফল

উমং এপৰ ​​জৰিয়তেও চিবিএছইয়ে ফলাফলৰ সুবিধা প্ৰদান কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে প্লে ষ্ট’ৰ বা এপ ষ্ট’ৰৰ পৰা UMANG এপ ডাউনলোড কৰিব পাৰিব। লগ ইন কৰাৰ পিছত CBSE অংশলৈ গৈ আপোনাৰ বিৱৰণ দিয়ক। জমা দিয়াৰ লগে লগে আপোনাৰ ফলাফল পৰ্দাত ওলাব।

উত্তীৰ্ণ হ’বলৈ কিমান নম্বৰ লাগে?

চিবিএছইৰ দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিটো বিষয়ত কমেও ৩৩ শতাংশ নম্বৰ লাভ কৰিব লাগিব। এই নম্বৰটো তত্ত্ব আৰু ব্যৱহাৰিক দুয়োটাকে একত্ৰিত কৰি নিৰ্ণয় কৰা হয়। যদি কোনো ছাত্ৰই এটা বিষয়তো নূন্যতম নম্বৰ লাভ কৰিব নোৱাৰে তেন্তে সামগ্ৰিকভাৱে ভাল নম্বৰ থাকিলেও সেই বিষয়ত তেওঁক ব্যৰ্থ বুলি গণ্য কৰা হ’ব।

পূৰ্বৰ বছৰৰ উত্তীৰ্ণৰ শতাংশ পৰীক্ষা কৰক

২০২৫- ৮৮.৩৯%
২০২৪- ৮৭.৯৮%
২০২৩ -৮৭.৩৩%
২০২২- ৯২.৭১%
২০২১- ৯৯.৩৭%
২০২০ -৮৮.৭৮%

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ
অসম

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

May 13, 2026
বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত
বাণিজ্য

বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

May 13, 2026
মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক
জীৱনশৈলী

মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

May 13, 2026
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!
জীৱনশৈলী

১৫ নে ১৬ মে’ত শনি জয়ন্তী? শনিৰ কোপদৃষ্টিৰ পৰা থাকক আঁতৰত

May 13, 2026
Next Post
মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

মহিলাৰ PCOS ৰ আটাইতকৈ ডাঙৰ কাৰণ কি? ই বন্ধ্যাত্বৰ কাৰণ নেকি জানক

বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

বাঢ়িব নেকি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য? RBI ৰ গৱৰ্ণৰে দিছে ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.