• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

2 weeks ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

56 seconds ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

33 minutes ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

1 hour ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

2 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

2 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

3 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

3 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

4 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

5 hours ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

6 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

7 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

editor by editor
May 13, 2026
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
0
SHARES
374
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনিয়মিত জীৱনযাপনৰ বাবেই ডায়বেটিছ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ অস্বাস্থ্যকৰ খোৱা বোৱা, মানসিক চাপ, অনিদ্ৰাৰ দৰে বিষয়সমূহেই ডায়বেটিছৰ আশংকা বঢ়াই তোলে৷ টাইপ-১ ডায়বেটিছত প্ৰতি পদে পদে ছুগাৰ টেষ্ট কৰাই থাকিব লাগে৷ টাইপ-২ ডায়বেটিছতো কিন্তু নিয়মিত ছুগাৰ টেষ্ট কৰি থকাটো জৰুৰী৷

কিন্তু ছুগাৰ পৰীক্ষা কৰাৰ সঠিক সময় বহুতেই নাজানে৷ সঠিক সময়ত ৰক্ত শৰ্কৰাৰ মাত্ৰা পৰীক্ষা নকৰিলে কিন্তু সঠিক ফলো আপুনি লাভ নকৰিব৷ নিয়মিত ছুগাৰ লেবেল পৰীক্ষা কৰিলে শাৰীৰিক জটিলতাৰ পৰা আপুনি ৰক্ষা পাব৷ ডায়বেটিছত যেনেকৈ লাইফষ্টাইলক লৈ  সচেতন থাকিব লাগে তেনেকৈ সঠিক সময়ত ছুগাৰ লেভেল পৰীক্ষা কৰাটো দৰকাৰ৷

দিনৰ কোন সময়ত ছুগাৰ লেবেল পৰীক্ষা কৰিব?

পুৱাই টোপনিৰ পৰা উঠি প্ৰথমে তেজ পৰীক্ষা কৰাওক৷ যদি ছুগাৰ পৰীক্ষা কৰে তেন্তে ১০ ঘণ্টা পূৰ্বে শেষবাৰ খাদ্য গ্ৰহণ কৰক৷ ইয়াক ফাষ্টিং ব্লাড ছুগাৰ বুলি কোৱা হয়৷

পুৱাই পানী খোৱাৰ ২ঘণ্টা পাছত আকৌ ছুগাৰ লেভেল টেষ্ট কৰক৷

লাঞ্চৰ পূৰ্বেও ছুগাৰ লেভেল পৰীক্ষা কৰা দৰকাৰ৷ দুপৰীয়া খাদ্য খোৱাৰ ৩০ মিনিট পূৰ্বে ছুগাৰ টেষ্ট কৰক৷

লাঞ্চৰ ১ ঘণ্টা পাছত আকৌ ছুগাৰ লেভেল পৰীক্ষা কৰক৷

ডিনাৰ কৰাৰ পূৰ্বে ছুগাৰ লেভেল পৰীক্ষা কৰা দৰকাৰ৷

টোপনী যোৱাৰ পূৰ্বে ছুগাৰ লেভেল পৰীক্ষা কৰক৷

এই ছুগাৰ টেষ্ট আপুনি ঘৰত বহি কৰিব পাৰে৷ খাদ্য খোৱাৰ পূৰ্বে আৰু খাদ্য খোৱাৰ পাছত ৰক্ত শৰ্কৰাৰ মাত্ৰা পৃথক হৈ পৰে৷  প্ৰতিবাৰে পৰীক্ষা কৰিলে ফল যে একেই হ’ব তেনে নহয়৷ এনেকৈয়ে ৱাৰ্কআউট কৰাৰ পূৰ্বে আৰু ৱাৰ্কআউট কৰাৰ পাছত দেহত ছুগাৰ লেভেল উঠানমা কৰে৷ এইক্ষেত্ৰত সচেতন থাকক আৰু শৰ্কৰাৰ মাত্ৰা পৰীক্ষা কৰি থাকক৷

Disclaimer: এই প্ৰতিবেদন আপুনি কেৱল তথ্যৰ বাবেহে পঢ়ক, কোনো ঔষধ সেৱনৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক৷  

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?
জীৱনশৈলী

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

May 26, 2026
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

May 26, 2026
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?
জীৱনশৈলী

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

May 26, 2026
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই
জীৱনশৈলী

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

May 26, 2026
Next Post
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.