• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

2 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

8 minutes ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

46 minutes ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

2 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

3 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

4 hours ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

19 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

20 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

editor by editor
May 14, 2026
in জীৱনশৈলী, বাণিজ্য
0
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?
0
SHARES
912
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
চাকৰিৰ ওপৰিও ভৱিষ্যতক সুৰক্ষিত ৰখাৰ চিন্তা প্ৰায় সকলোৰেই থাকে৷ আমি বহুতেই সময় ভাৱি, অৱসৰৰ পাছত যেতিয়া নিয়মিত দৰমহা নাথাকিব তেতিয়া সংসাৰৰ খৰচ কেনেকৈ চলিব? এই সমস্যাৰ অন্যতম নিৰ্ভৰযোগ্য সমাধান এন পি এছ বা নেশ্বনেল পেঞ্চন চিষ্টেম৷ ই চৰকাৰ নিয়ন্ত্ৰিত এনে এক প্ৰকল্প, যি কেৱল নিৰাপদ বিনিয়োগেই নহয়, বাৰ্ধক্যত সন্মানজনক পেনছনৰো নিশ্চয়তা দিয়ে৷
এন পি এছৰ সকলোতকৈ ডাঙৰ সুবিধা হৈছে কম্পাউণ্ডিং শক্তি৷ ৩০ বছৰ বয়সত যদি কোনোৱে বিনিয়োগ আৰম্ভ কৰে তেন্তে হাতত প্ৰায় ৩০ বছৰৰ দীৰ্ঘ সময় থাকিব৷ যাৰ ফলত বিনিয়োগ কৰা ধন কেইবাগুণ বাঢ়ি যাব পাৰে৷ খুবেই বেছি টকা প্ৰতিমাহে বিনিয়োগ নকৰি কেনেকৈ ভৱিষ্যতৰ বৃহৎ ভৰসা হৈ উঠিব পাৰে NPS জানি থওক৷
ধৰা হ’ল বৰ্তমান ৩০ বছৰীয়া কোনো ব্যক্তি বা মহিলাই প্ৰতিমাহে ৫০০০ টকাকৈ NPS একাউণ্টত ধন জমা কৰিছে সেইক্ষেত্ৰত কিমান পেঞ্চন পাব? মাহিলী বিনিয়োগঃ ৫০০০ টকা, বিনিয়োগৰ সময়কালঃ৩০ বছৰ, মুঠ বিনিয়োগঃ ১৮ লাখ টকা, সম্ভাৱ্য বাৰ্ষিক ৰিটাৰ্ণঃ ১০ শতাংশ, ৬০ বছৰ বয়সত মুঠ কৰ্পাছঃ ১১৩,৯৬,৬২৭ টকা অৰ্থাৎ প্ৰায় ১.১৩ কোটি৷ ইয়াতেই লক্ষ্যণীয় বিষয় যে মুঠ ১৮লাখ টকা বিনিয়োগ কৰিও প্ৰায় ৯৫.৯৬ লাখ টকা কেৱল সুদ বা ৰিটাৰ্ণ হিচাপে পাব৷ ই দীৰ্ঘম্যাদি বিনিয়োগ আৰু সময়ৰ শক্তি৷
অৱসৰৰ সময়ত টকা তোলাৰ বিকল্প- ৬০ বছৰ বয়স পোৱাৰ পাছত আপোনাৰ সন্মুখত মূলত দুটা বিকল্প থাকিব৷ অৱসৰৰ সময়ত টকা তোলাৰ বিকল্পঃ ৬০ বছৰ বয়সৰ পাছত মূলত দুটা বিকল্প থাকিব৷
বিকল্প ১ঃ ৬০শতাংশ টকা তুলি লোৱা আৰু ৪০ শতাংশৰে পেঞ্চন লোৱা৷ আপুনি যদি ১.১৩ কোটি টকাৰ মাজৰ পৰা ৬৮.৩৭ লাখ টকা এককালীনভাৱে তুলি লয় তেতিয়া এই টকা সম্পূৰ্ণ কৰমুক্ত থাকিব৷ বাকী ৪৫.৫৮ লাখ টকা এনুইটি প্লেনত বিনিয়োগ কৰিব লাগিব৷ সম্ভাৱ্য মাহিলী পেঞ্চন প্ৰায় ২৬৫০০ টকাৰ পৰা ৩০,৪০০ টকা হ’ব৷
বিকল্প২ঃ সম্পূৰ্ণ টকাই পেঞ্চনৰ বাবে ব্যৱহাৰ কৰে যদি আপুনি সম্পূৰ্ণ ১.১৩ কোটি টকাই এনুইটি প্লেনত বিনিয়োগ কৰিব লাগিব৷ তেতিয়া ৭শতাংশৰ পৰা ৮শতাংশ সুদৰ হাৰত বছৰি ৭.৯৭ লাখ টকাৰ পৰা ৯.১১ লাখ টকা পৰ্যন্ত পেঞ্চন পাব পাৰে৷ সম্ভাৱ্য মাহিলী পেঞ্চন প্ৰায় ৬৬০০০ টকাৰ পৰা ৭৬০০০ টকা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?
জীৱনশৈলী

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

May 14, 2026
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?
জীৱনশৈলী

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

May 14, 2026
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?
জীৱনশৈলী

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

May 14, 2026
Next Post
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন