• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

2 months ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

20 minutes ago
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

58 minutes ago
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

3 hours ago
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

4 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

5 hours ago
পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ

পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ

5 hours ago
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

6 hours ago
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

7 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

7 hours ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

9 hours ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

editor by editor
May 15, 2026
in জীৱনশৈলী
0
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক
0
SHARES
591
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰৰ কোনো কোনো অংশত তিল থাকিলে আমাৰ সৌন্দৰ্য বৃদ্ধি হয়৷ সমুদ্ৰ শাস্ত্ৰ অনুসৰি শৰীৰৰ কিছু অংশত তিল থকাটো ৰাজযোগৰ লক্ষণ৷ কেইটামান স্থানত তিল থকাটোৱে সৌভাগ্যৰ দুৱাৰ খুলি যোৱা বুজায়৷ শৰীৰৰ কোন ৬স্থানত তিল থাকিলে জাতকৰ কঁপালত ৰাজযোগ থাকে?

সোঁ গালত তিল

সোঁ গালত তিল থকাটো সৌভাগ্যৰ লক্ষণ বুলি কোৱা হয়৷ যিসকলৰ সোঁ গালত তিল থাকে তেওঁলোকে জীৱনত প্ৰচুৰ সাফল্য লাভ কৰে৷ অলপ শ্ৰমতেই বৃহৎ সাফল্য অৰ্জন কৰে এওঁলোকে৷ ৩৫ বছৰ বয়সৰ মাজত জীৱনৰ সকলো বিলাসিতা এওঁলোকে ভোগ কৰে৷

হাতৰ পতাত তিল

হাতৰ পতাৰ ঠিক মাজভাগত যিসকলৰ তিল থাকে তেওঁলোকে জীৱনত প্ৰচুৰ উন্নতি কৰিব পাৰে৷ বিশেষকৈ হাত মুঠি মাৰিলে আঙুলিসমূহে হাতৰ পতাৰ যিস্থানত স্পৰ্শ কৰে সেই স্থানত তিল থাকিলে সেই ব্যক্তিয়ে জীৱনত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰে৷

নাকত তিল

নাকৰ মাজভাগত যিসকলৰ তিল থাকে সমুদ্ৰশাস্ত্ৰ অনুসৰি তেওঁলোক অত্যন্ত সৌভাগ্যশালী৷ নাকৰ ওপৰত তিল থকাটো ৰাজযোগৰ লক্ষণ৷ এওঁলোকে প্ৰচুৰ আৰাম আৰু বিলাসিতাৰ জীৱন কটায়৷

হাতৰ মণিবন্ধনত তিল

যিসকলৰ হাতৰ মণিবন্ধনত তিল থাকে তেওঁলোকে সকলো সুখ সৌভাগ্য লাভ কৰে৷ বিশেষকৈ মহিলাসকলৰ বাওঁ হাতৰ মণিবন্ধনত তিল থাকিলে তেওঁলোক ধনী হোৱাৰ পথত৷ তেওঁলোকৰ ব্যক্তিত্বও আকৰ্ষণীয় হয়৷ অন্যহাতে পুৰুষৰ বাওঁ হাতৰ মণিবন্ধনত তিল থকাটো সৌভাগ্যৰ লক্ষণ৷

বুঢ়া আঙুলিত তিল

যদি আপোনাৰ বুঢ়া আঙুলিত তিল থাকে তেন্তে আনন্দ কৰক৷ কাৰণ এয়া সৌভাগ্যৰ ইংগিত৷ যিসকলৰ বুঢ়া আঙুলিৰ ঠিক মাজভাগত তিল থাকে তেওঁলোকে জীৱনত  সাফল্য অৰ্জন কৰেই৷

কঁপালত তিল

যিসকলৰ কঁপালৰ মাজভাগত তিল থাকে তেওঁলোকে জীৱনত প্ৰচুৰ সাফল্য অৰ্জন কৰে৷ ৩৫ বছৰ বয়সৰ ভিতৰতেই এওঁলোকৰ ভাগ্য সূৰ্যৰ দৰে জিলিকি উঠে৷ এওঁলোকে জীৱনত সুখ, বিলাসিতা আৰু সন্মান লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ
জীৱনশৈলী

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

June 29, 2026
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!
জীৱনশৈলী

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

June 29, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

June 29, 2026
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
জীৱনশৈলী

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

June 29, 2026
Next Post
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.