• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

51 minutes ago
অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

6 minutes ago
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 hours ago
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

2 hours ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

2 hours ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

3 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

4 hours ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

4 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

4 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

5 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

5 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

6 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?

editor by editor
May 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
এইসমূহ সকলো হৰমনৰ দোষ, মহিলাই দৈনিক কি খালে দূৰ হ’ব PMOS?
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকলৰ জীৱনৰ অন্যতম সমস্যা হৈছে হৰমনেল ইমবেলেন্স৷ কোৱা হয় নাৰীদেহত যাৱতীয় সমস্যা আৰম্ভ হয় ইয়াৰ পৰাই৷ কৈশোৰত মুখত হালমইনা ওলোৱাই হওক বা পলি এণ্ডোক্ৰিন মেটাবলিক অভেৰিয়ান চিনড্ৰমেই হওক বা পিচিঅএছেই হওক৷ সকলোবোৰেই হৰমনৰ খেলিমেলিৰ বাবেই হয়৷ হৰমনৰ খেলিমেলিয়ে ঋতুচক্ৰ, টোপনি আৰু হজমস্বাস্থ্যতো প্ৰভাৱ পেলায়৷ মেজাজ খিঙখিঙীয়া হৈ পৰে৷ এই হৰমনৰ ভাৰসাম্যহীনতাৰ সমস্যাৰ দূৰ কৰিব পাৰি সাধাৰণ কিছু খাদ্যৰ পৰাই৷ দৈনিক খাদ্যৰ পাতত কি কি ৰাখিলে উপকাৰ পাব?

ফ্লেক্স ছিডচ

ফ্লেক্ট ছিডছ বা তিচি বীজ আকাৰত সৰু হ’লেও মহিলাৰ স্বাস্থ্যৰ বাবে উপকাৰী৷ অত্যন্ত পুষ্টিকৰ এই বীজত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ওমেগা-৩ ফেটি এছিড আৰু লিগনেন আছে৷ এইসমূহে দেহত ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা বজায় ৰখাত সহায় কৰে৷ ইয়াৰোপৰি অন্ত্ৰৰ স্বাস্থ্যও বজায় ৰাখে৷ কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে৷

সেউজীয়া শাকপাচলি

প্ৰতিদিনে খাদ্যৰ প্লেটত সেউজীয়া শাকপাচলি থকাটো অত্যন্ত জৰুৰী৷ এইসমূহত প্ৰচূৰ পৰিমাণে মেগনেছিয়াম, ফ’লেট, আয়ৰণ, এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰ থাকে৷ অতিৰিক্ত মানসিক চাপ, ক্লান্তি, টোপনিৰ সমস্যা আৰু PMS ৰ সমস্যা দূৰ কৰে শাকপাচলিয়ে৷ ইয়াৰোপৰি মেটাবলিজম উন্নত কৰে আৰু লাইফষ্টাইল ডিজিজৰ আশংকা কমায়৷

বাদাম

আলমণ্ড, আখৰোট, কাজুৰ দৰে বাদাৰত স্বাস্থ্যকৰ ফেট, মিনাৰেল আৰু প্ৰটিন ভৰপুৰ থাকে৷ এইসমূহে হৰমন উৎপাদনকাৰী গ্ৰন্থিসমূহৰ কাৰ্যকাৰিতা সচল ৰাখে৷ ইয়াৰোপৰি ক্ৰনিক অসুখৰ আশংকা কমায় দিয়ে৷

টেঙা দৈ

হৰমনৰ ভাৰসাম্য ঠিক ৰাখিবলৈ হ’লে পৰিপাকতন্ত্ৰৰ স্বাস্থ্যও বজায় ৰাখিব লাগিব৷ আৰু এইক্ষেত্ৰত টেঙা দৈ উপকাৰী৷ ইয়াত থকা প্ৰোবায়োটিক অন্ত্ৰৰ বাবে উপকাৰী আৰু সংক্ৰমণৰ আশংকা কমায়৷ প্ৰকৃততে এই খাদ্যই হৰমনৰ কাৰ্যকাৰিতা বজায় ৰাখে আৰু শৰীৰৰ পৰা টক্সিক পদাৰ্থ বাহিৰ কৰি দিয়ে৷

দাইল

বিভিন্ন ধৰণৰ দাইল, ৰাজমাহ, মগুমাহ আদিয়ে মহিলাৰ হৰমনৰ হেলথৰ বাবে ভীষণ উপকাৰী৷ এইসমূহত প্ৰটিন, ফাইবাৰ, আয়ৰণ আৰু কাৰ্বহাইড্ৰেট থাকে৷ এইসমূহে দীৰ্ঘক্ষণ পেট ভৰাই ৰাখে আৰু তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷

ফলমূল

বিভিন্ন ধৰণৰ ফল যেনে আপেন, নাচপতি, মধুৰিআম, কমলা আৰু আমলখিয়ে শৰীৰত এণ্টিঅক্সিডেণ্ট, ভিটামিন আৰু ফাইবাৰ প্ৰদান কৰে৷ এইসমূহে অক্সিডেটিভ ষ্ট্ৰেছ কমায় আৰু হজমশক্তি বঢ়ায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ
জীৱনশৈলী

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

May 18, 2026
ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাহুৰ নক্ষত্ৰলৈ আহিব সূৰ্য, বিৰাট আৰ্থিক লাভ, জুন মাহত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

May 18, 2026
ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড
অপৰাধ

ফৰচুনাৰ, নগদ ১ কোটি ধন যৌতুক দিয়াৰ পাছতো পেট নভৰিল শহুৰৰ পৰিয়ালৰ, শেষত তৰুণীৰ সৈতে কৰিলে ভাৱিব নোৱৰা কাণ্ড

May 18, 2026
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে
জীৱনশৈলী

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

May 18, 2026
Next Post
অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

অৱস্থান সলনি কৰিব দেৱগুৰু বৃহস্পতিয়ে! ২ জুনৰ পৰা ৪ ৰাশিৰ অৰ্থ লাভৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.