• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

3 months ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

16 minutes ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

13 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

13 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

14 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

14 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

14 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

15 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

16 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

16 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

17 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

17 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

editor by editor
May 19, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, লেখা
0
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইপিএলৰ পাছত আফগানিস্তানৰ বিৰুদ্ধে টেষ্ট মেচৰ বাবে সাজু হৈছে ভাৰত৷ এই মেচৰ বাবে ১৫জনীয়া দলত কোন কোন খেলুৱৈ থাকিব সেয়া নিৰ্ধাৰণো কৰিছে অজিত আগৰকাৰে৷ শুভমন গিলৰ সহ অধিনায়ক কৰা হৈছে লোকেশ ৰাহুলক৷ এইবাৰো অৱশ্যে ভাৰতীয় দলত সুযোগ নাপালে মহম্মদ ছামীয়ে৷

আফগানিস্তানৰ বিৰুদ্ধে মেচখন বিশ্ব টেষ্ট চেম্পিয়নচিপৰ অংশ অৱশ্যে নহয়৷ সেয়ে বিশ্ৰাম দিয়া হৈছে জছপ্ৰীত বুমৰাহকো৷ কিন্তু কিয় এই মেচত গুৰুত্ব দিয়া নহ’ল মহম্মদ ছামীক, সেই প্ৰশ্ন এতিয়া বহুজন ক্ৰিকেটপ্ৰেমীৰ মনতেই৷ মেচসমূহৰ পৰা ছামীক বাৰে বাৰে দূৰৈত ৰাখিছে গৌৰম গম্ভীৰ আৰু আগৰকাৰে৷

টেষ্ট দলত নতুন কেইবাজন খেলুৱৈক সুযোগ দিছে জাতীয় নিৰ্বাচকে৷ তেওঁলোক হৈছে হৰ্ষ ডুবে, মানৱ সুতাৰ আৰু গুৰনুৰ ব্ৰাৰ। ২৩ বছৰীয়া মানৱ বাওঁহতীৰ স্পিনাৰ আৰু বেটছমেন। বলিঙো অল-ৰাউণ্ডাৰ। ২৫ বছৰীয়া গুৰনুৰ এজন বেগী বলাৰ। তেওঁৰ বেটিঙো বেয়া নহয়। ২৩ বছৰীয়া হৰ্ষো এজন অল ৰাউণ্ডাৰ। বাওঁহাতৰ স্পিনাৰ আৰু বাওঁহাতৰ বেটছমেন।
গম্ভীৰ, আগৰকাৰে ভৱিষ্যতৰ দল গঢ়াৰ কাম আৰম্ভ কৰিছে। শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে তেওঁলোকে এই খেলুৱৈকেইজনৰ খেল চাব বিচাৰিছে তেওঁলোকে। আফগানিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত মানৱ, গুৰনুৰ বা হৰ্ষে সুযোগ নাপালেও শুভমনহঁতৰ ড্ৰেছিং ৰুমৰ পৰিবেশৰ সৈতে চিনাকি হোৱাৰ সুযোগ পাব। তিনিজন যুৱ বলাৰক সুযোগ দিয়াৰ উপৰিও আৰু এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে তেওঁলোকে এতিয়া ছামীৰ কথা ভৱা নাই৷ ছামীয়ে এতিয়া আই পি এলৰ লক্ষ্ণৌ ছুপাৰ জয়েণ্টচৰ হৈ ভাল পাৰফৰ্ম কৰক৷
ভাৰতীয় দলৰ ‘ডিলাৰশ্বিপ গ্ৰুপ’ত  পণ্টকো এতিয়া আৰু গণ্য কৰা নহয়। তেওঁৰ পাৰফৰমেন্স আৰু  মানসিকতাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। পন্তৰ ওপৰত নিৰ্বাচকসকলো হয়তো হতাশ হৈছে। আশা কৰা মতে ফল নাপায়ে তেওঁক উপ-অধিনায়কৰ পদৰ পৰা অপসাৰণ কৰা হৈছে। তেওঁৰ পৰিবৰ্তে ৰাহুলক দায়িত্ব দিয়া হৈছে। অনুমান কৰা হৈছে যে ৰাহুলৰ অভিজ্ঞতাই শুভমনকো অধিনায়ক হিচাপে নিজকে অধিক উন্নত কৰাত সহায় কৰিব।

ভাৰতীয় দলত কোন কোন আছে?

শুভমান গিল (অধিনায়ক), কে এল ৰাহুল (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, ছাই সুদৰ্শন, ঋষভ পন্ত (উইকেটকিপাৰ), দেৱদত্ত পাদিক্কাল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষ ডুবে, ধ্ৰুৱ জুৰেল (উইকেটকিপাৰ), মানৱ সুতাৰ আৰু গুৰনুৰ ব্ৰাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
Next Post
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.