• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

5 months ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

1 hour ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

2 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

5 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

6 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

7 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

7 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

8 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

8 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

9 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

editor by editor
May 19, 2026
in জীৱনশৈলী, ফেশ্বন, বিনোদন
0
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?
0
SHARES
798
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিনোদন জগতলৈ দুঃসংবাদ৷ লুধিয়ানাৰ পৰা অপহৰণ হোৱাৰ কেইটামান দিনৰ পাছতেই পঞ্জাৱৰ নীল হ্ৰদৰ পৰা উদ্ধাৰ হৈছে ২৯ বছৰ বয়সীয়া পাঞ্জাৱী গায়িকা আৰু মেকআপ শিল্পী ইন্দৰ কৌৰৰ নিথৰ দেহ৷ তেওঁৰ পৰিচিত নাম হৈছে যশিন্দৰ কৌৰ৷
পিটিছি পঞ্জাৱৰ তথ্য অনুসৰি বিগত ১৩ মেৰ পৰা নিখোঁজ হৈ আছিল যশিন্দৰ কৌৰ৷ ১৯ মে মঙ্গলবাৰে পুৱা প্ৰায় ১১ বজাত তেওঁৰ দেহ উদ্ধাৰ হয়৷ ইতিমধ্যে পৰিয়ালে দেহটো চিনাক্ত কৰিছে৷ গায়িকাৰ নিথৰ দেহ পোৱাৰ পাছতেই মৰোণোত্তৰ আৰু আইনী প্ৰক্ৰিয়াৰ বাবে ছামৰলাৰ ছিভিল হাস্পতাললৈ পঠিওৱা হৈছে৷
বিগত সপ্তাহত গায়িকাৰ ভাতৃ যতিন্দৰ সিঙে তেওঁ নিখোঁজ হোৱাৰ বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ তাৰপিছতেই আৰম্ভ হৈছিল তদন্ত৷ ভাতৃৰ ভাষ্যৰ ভিত্তিত কৰ্তৃপক্ষই ১৫ মে’ত মোগা নিৱাসী সুখবিন্দৰ সিং ওৰফে সুখা রু তেওঁৰ সহযোগী কৰমজিৎ সিঙৰ বিৰুদ্ধেও এখন এফ আই আৰ নথিভুক্ত কৰিছে৷
অভিযোগ অনুসৰি ইন্দৰ কৌৰ ওৰফে যশিন্দৰ কৌৰ ১৩ মে সন্ধিয়া তেওঁৰ ফৰ্ড বাহনেৰে কিছু সামগ্ৰী ক্ৰয় কৰাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল৷ কিন্তু তেওঁ আৰু ঘৰলৈ উভতি নাহিল৷ বাৰে বাৰে ফোন কৰা স্বত্ত্বেও ফোনো ৰিচিভ নকৰিলে৷ অৱশেষত উপায়হীন হৈ পৰিয়ালে আৰক্ষীৰ কাষ চাপে৷
তদন্ত চলি থকাৰ সময়তে পৰিয়ালে জনাইছিল যে গায়িকাই মোগা জিলাৰ ভালুৰ গাওঁৰ বাসিন্দা সুখবিন্দৰ সিঙৰ সৈতে পৰিচিত আছিল৷ যতিন্দৰ সিঙৰ মতে অভিযুক্তই তেওঁৰ ভনীয়েকক বিয়া কৰোৱাৰো ইচ্ছা প্ৰকাশ কৰিছিলষ কিন্তু তেওঁৰ ভগ্নীয়ে বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে৷
পৰিয়ালৰ অভিযোগ, বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ কাৰণেই ব্যক্তিগত শত্ৰুতাৰ কাৰণে অভিযুক্তই গায়িকাক অপহৰণ কৰি হত্যা কৰে৷ অভিযোগকাৰীয়ে আৰু দাবী কৰিছে যে ঘটনাৰ পাছত প্ৰধান অভিযুক্ত কানাডালৈ পলাই গৈছে৷ আৰক্ষী কৰ্মকৰ্তাই নিশ্চিত কৰিছে যে তদন্ত চলি আছে আৰু তদন্তৰ ফলাফলৰ ভিত্তিতহে পৰবৰ্তী আইনী ব্যৱস্থা লোৱা হ’ব৷
ইন্দৰ কৌৰ আছিল পঞ্জাৱৰ এগৰাকী গায়িকা আৰু মেকআপ শিল্পী৷ তেওঁৰ গীত, লাইভ কনছাৰ্ট আৰু ছচিয়েল মিডিয়া কাৰ্যকলাপৰ মাধ্যমেৰে পাঞ্জাৱী সংগীত জগতত নিজৰ এক স্থানো তৈয়াৰ কৰিছিল৷ বিগত বছৰসমূহত তেওঁ আফগান জট্টি, ছোহনা লাগদা, দেশি ছিৰৰে দে, ছোনে দি ৱাং আদি জনপ্ৰিয় পাঞ্জাৱী গীত ৰিলিজো কৰিছে৷ তেওঁৰ সংগীত আৰু লাইভ কনছাৰ্টসমূহে শ্ৰোতাৰ মাজত তেওঁৰ পৰিচয়ো গঢ়ি তুলিছিল৷ তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো আছে প্ৰায় ১ লাখ ২৪ হাজাৰ ফলোৱাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং
বিনোদন

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.