• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

1 month ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

36 minutes ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

1 hour ago
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

2 hours ago
AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

3 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

14 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

15 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

15 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

16 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

17 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

18 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

editor by editor
May 19, 2026
in খাদ্য, জীৱনশৈলী
0
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক
0
SHARES
449
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰন্ধনৰ সময়ত অলপমান অসাৱধান হ’লেই বিপদ ঘটে৷ ৰান্ধি থাকোতে কেতিয়াবা ৰন্ধা খাদ্য বাচনৰ তলত লাগি ধৰে বা জ্বলি যায়৷ সম্পূৰ্ণ খাদ্যতেই লগে লগে পোৰা পোৰা গোন্ধ বিয়পি কৰে৷ সহজে ঘৰুৱা কিছু উপায় অৱলম্বন কৰি পোৰা তৰকাৰি ঠিক কৰিব পাৰি৷ পোৰা গোন্ধও সহজেই দূৰ কৰিব পাৰি৷

পোৰা তৰকাৰীৰ পাত্ৰ সলনি কৰক

যি কেৰাহী বা চৰুত আপুনি ৰান্ধি আছে তেই পাত্ৰ তৎক্ষণাৎ সলনি কৰক৷ খাদ্যবিধ অন্য কেৰাহী বা পাত্ৰত ঢালি দিয়ক৷ পোলাও-বিৰয়ানী আদি ৰান্ধোতে পাত্ৰৰ তলত লাগি গলে ওপৰৰ পৰা লাহে লাহে খাদ্যবিধ তুলি আনক৷ পোৰা পাত্ৰত খাদ্য ৰান্ধিলে সমগ্ৰ খাদ্যতেই পোৰা পোৰা গোন্ধ বিয়পি পৰে৷

ভিনেগাৰ মিহলাই লওক

এবাৰ খাদ্য পুৰি গলেই খাবলৈ বেয়া হৈ পৰে৷ পাত্ৰ সলনি কৰিলেও কেতিয়াবা কাঢ়া গোন্ধ নাযায়৷ তেতিয়া ৰন্ধন সামগ্ৰীবিধত ভিনেগাৰ মিহলাই দিয়ক৷ খাদ্য কম জুইত ৰাখি লাহে লাহে লৰাই থাকক৷ আৰু কম কমকৈ ভিনেগাৰ যোগ কৰি যাওক৷ ইয়াৰ ফলত পোৰা গোন্ধ গুচি যায়৷ ভিনেগাৰৰ সলনি নেমুৰ ৰস, টমেট চছো ব্যৱহাৰ কৰিব পাৰে৷

আলুও কামত আহে

পোৰা খাদ্যৰ স্বাদ সলনি কৰিব পাৰে আলুৱে৷ আলুৱে পোৰা গোন্ধ শুহি লয়৷ এটা আলু দুটুকুৰাকৈ এই পোৰা খাদ্যত মিহলাই দিয়ক৷ ১০-১৫মিনিট মৃদু জুইত ৰান্ধক৷ ৰন্ধনৰ শেষত আলু দুটুকুৰা তুলি আনক৷ দাইল পুৰি গলেও এই উপায় গ্ৰহণ কৰিব পাৰে৷

ৰঙালাও ব্যৱহাৰ কৰিব পাৰে

মাংস ৰান্ধিবলৈ গৈ পুৰি গৈছে? চিন্তা নকৰিব৷ মাংসৰ টুকুৰাসমূহ প্ৰথমে তুলি লওক৷ জোলৰ ভিতৰত ২-৩ টুকুৰা ৰঙালাও মিহলাই দিয়ক৷ ৰঙালাও সিজি যোৱা পৰ্যন্ত জোলখিনি উতলাই থাকক৷ তাৰপিছতেই ৰঙালাও টুকুৰাকেইটা তুলি লওক আৰু মাংসসমূহ সেই জোলত মিহলাই দিয়ক৷ দেখিব মাংসৰ জোলৰ পৰা পোৰা গোন্ধ আঁতৰি গৈছে৷

শুকান খাদ্য পুৰি গ’লে কি কৰিব?

পাউৰুটি সেঁকোতে পুৰি গৈছে বা ৰুটিও পুৰি গৈছে? এই অৱস্থাত পোৰা অংশটো কাটি পেলাওক৷ আৰু অলপ তেল বা মাখন পাউৰুটি বা ৰুটি টুকুৰাত মিহলি কৰি সেঁকক৷ তেতিয়া পাউৰুটি বা ৰুটিৰ স্বাদ বেয়া নহয় আৰু পোৰা গোন্ধও আঁতৰি যায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!
জীৱনশৈলী

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

June 29, 2026
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ
জীৱনশৈলী

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

June 29, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

June 29, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

June 28, 2026
Next Post
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.