• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

2 minutes ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

39 minutes ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

1 hour ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

2 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

3 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

4 hours ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

5 hours ago
মহম্মদ ছামী, বুমৰাহে নাপালে টেষ্টৰ ১৫জনীয়া দলত স্থান, আফগানিস্তান টেষ্টৰ বাবে ১৫ জনীয়া দলত কোন কোন?

6 hours ago
গৰম দিনত প্ৰায় প্ৰতিঘৰ অসমীয়াৰ ঘৰতেই পোৱা যায় এই বীজ, বিজ্ঞানীয়ে কিয় ছুপাৰফুডৰ স্বীকৃতি দিছে এই বীজক?

চন্দ্ৰ-বৃহস্পতিৰ মিলনত সক্ৰিয় গজকেশৰী ৰাজযোগ, আজিয়েই প্ৰমোছন, অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

editor by editor
May 19, 2026
in জীৱনশৈলী
0
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জীৱনৰ সমস্যা দূৰ কৰিবলৈ বাস্তুশাস্ত্ৰই বহু সমাধান দিয়ে। বাস্তুৱে আমাক অন্তৰ্দৃষ্টিও দিয়ে৷ কোনবোৰ কাম আমাৰ বাবে নেতিবাচক প্ৰমাণিত হ’ব পাৰে সেয়া আগতীয়াকৈ সোঁৱৰাই দিয়ে৷ কি কি সামগ্ৰী আপোনাৰ ঘৰত ৰাখিলে দৰিদ্ৰতা আৰু দুৰ্ভাগ্যই লগ নেৰিব?

আঙঠি আৰু ৰত্ন ঘৰত নাৰাখিব

অব্যৱহৃত আঙঠি কেতিয়াও ঘৰত ৰাখিব নালাগে। তদুপৰি অব্যৱহৃত ৰত্নও ঘৰত ৰাখিব নালাগে। এই অব্যৱহৃত সামগ্ৰী ঘৰত ৰাখিলে নেতিবাচকতা আহিব পাৰে। লগতে মনত ৰাখিব যে ভুলতো আনৰ ৰত্ন বা আঙঠি কেতিয়াও ব্যৱহাৰ নকৰিব৷

ঘৰত মকৰাজাল

আপুনি হয়তো বহুতৰে ঘৰত মকৰাজাল লক্ষ্য কৰিছে। বাস্তুৰ মতে এয়া অতি অশুভ লক্ষণ। ঘৰত মকৰাজাল থকাটোৱে দুৰ্ভাগ্য আৰু দৰিদ্ৰতা কঢ়িয়াই আনে। গতিকে মকৰা জাল কেতিয়াও ঘৰত হ’বলৈ নিদিব৷

ঘৰত কাঁইটীয়া গছ 

ঘৰত বিশেষকৈ ঘৰৰ ভিতৰত কেতিয়াও কাঁইটীয়া গছ ৰাখিব নালাগে। কাঁইটীয়া উদ্ভিদে আপোনাৰ মানসিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত আৰ্থিক লোকচানও হ’ব পাৰে। 

দেৱ-দেৱীৰ ভঙা মূৰ্তি

বাস্তুমতে দেৱ-দেৱীৰ ভঙা মূৰ্তিও ঘৰত ৰখাৰ পৰা বিৰত থাকিব লাগে। নদী বা পুখুৰীত বিসৰ্জন দিব লাগে। আপোনাৰ ঘৰত ভঙা দেৱ-দেৱীৰ মূৰ্তিয়ে দুৰ্ভাগ্য আনিব পাৰে। 

বন্ধ ঘড়ী নাৰাখিব

বাস্তুমতে তেনে কৰাটো ভুল বুলি গণ্য কৰা হয়। বন্ধ ঘড়ীয়ে আপোনাৰ জীৱনত সফলতাত বাধাৰ সৃষ্টি কৰিব পাৰে আৰু আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে এটা বেটেৰী পুনৰ স্থাপন কৰি বা ঘৰৰ পৰা সেই বন্ধ ঘড়ী আঁতৰাই দিয়াটোৱেই উত্তম৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?
জীৱনশৈলী

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

May 19, 2026
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা
অপৰাধ

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

May 19, 2026
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?
জীৱনশৈলী

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

May 19, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন