• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

5 minutes ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

53 minutes ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

1 hour ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

2 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

3 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

3 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

17 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

18 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

18 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

19 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

20 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

20 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

editor by editor
May 21, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক ফিক্সড ডিপোজিটত আকৰ্ষণীয় সুদৰ সুবিধা দিছে৷ SBIত গ্ৰাহকে মাত্ৰ ৭দিনৰ পৰা আৰম্ভ কৰি ১০ বছৰ পৰ্যন্ত ম্যদত FD কৰিব পাৰে৷ SBIৰ বিভিন্ন এফ ডি স্কিমত বিনিয়োগ কৰিলে নিশ্চিত ৰিটাৰ্ণ পোৱা যায়৷ কাৰণ এটা চৰকাৰী বেংক আৰু চৰকাৰৰ নিয়ন্ত্ৰণত পৰিচালিত হয়৷ যদি কোনো ব্যক্তিয়ে SBIৰ বিশেষ FD স্কিমত ৩লাখ টকা বিনিয়োগ কৰিলে, তেন্তে মেচিউৰিটিৰ সময়ত তেওঁ প্ৰায় ১,৫৮,৯৭৪ টকা পৰ্যন্ত নিৰ্দিষ্ট সুদ পাব পাৰে৷ নিৰাপদ বিনিয়োগ আৰু নিশ্চিত আয়ৰ বাবে বহুতেই SBIৰ এফ ডিক ভৰসাযোগ্য বিকল্প হিচাপে বাচি লয়৷
এফ ডিত কিমান সুদ দিছে এছ বি আইয়ে?
ভাৰতীয় ষ্টেট বেংকে তেওঁলোকৰ গ্ৰাহকৰ ফিক্সড ডিপজিটত আকৰ্ষণীয় সুদৰ হাৰ পাইছে৷ বেংকত বিভিন্ন ম্যাদৰ FD স্কিমত ন্যূনতম ৩.০৫ শতাংশৰ পৰা সৰ্বোচ্চ ৭.১৫ শতাংশ পৰ্যন্ত সুদ দিছে৷ SBIৰ সকলোতকৈ কম ম্যাদৰ অৰ্থাৎ ৭দিনৰ FD ত গ্ৰাহকে ৩.০৫ শতাংশৰ পৰা ৩.৬৫ শতাংশ পৰ্যন্ত সুদ পাইছে৷ অন্যহাতে ৪৬ দিনৰ পৰা ১৭৯ দিনৰ এফ ডি স্কিমত বেংকত ৪.৯০ শতাংশৰ পৰা ৫.৫০ শতাংশ পৰ্যন্ত ৰিটাৰ্ণ দিছে৷
ইয়াৰোপৰি ১৮০ দিনৰ পৰা ২১০ দিনৰ এফ ডিত ৫.৬৫ শতাংশৰ পৰা ৬.২৫ শতাংশ পৰ্যন্ত সুদৰ সুবিধা পাইছে৷ দীৰ্ঘম্যাদি বিনিয়োগ কৰিব খুজিলে এছ বি আইৰ ৫ বছৰৰ পৰা ১০ বছৰৰ এফ ডি স্কিমত এটা ভাল বিকল্প হ’ব পাৰে৷ এই ম্যাদৰ FDত বেংকে ৬.০৫ শতাংশৰ পৰা সৰ্বোচ্চ ৭.১৫ শতাংশ পৰ্যন্ত সুদ দিছে৷

৩লাখ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

যদি কোনো সাধাৰণ নাগৰিকে SBIৰ ৬ বছৰৰ এফ ডি স্কিমত ৩লাখ বিনিয়োগ কৰে তেন্তে মেচিউৰিটিৰ সময়ত সুদসহ মুঠ ৪৩০,১২০ টকা পাব৷ অৰ্থাৎ ৬ বছৰত প্ৰায় ১৩০,১২০ টকা সুদ হিচাপেই লাভ কৰিব৷ অন্যহাতে প্ৰবীণ নাগৰিকে যদি একেই স্কিমত ৩ লাখ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ সময়ত মুঠ ৪৫৬,২৭৬ টকা পাব৷ ইয়াৰ মাজত কেৱল সুদ হিচাপেই থাকিব ১৫৬,২৭৬ টকা৷ ইয়াৰোপৰি অতি প্ৰবীণ নাগৰিকৰ বাবে এই স্কিমত আৰু বেছি সুবিধা আছে৷ ৩লাখ টকা বিনিয়োগ কৰিলে ৬ বছৰৰ পাছত মুঠ ৪৫৮,৯৭৮ টকা পাব৷ যাৰমাজত ১৫৮,৯৭৮ টকা থাকিব কেৱল সুদ হিচাপেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

May 21, 2026
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?
জীৱনশৈলী

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

May 21, 2026
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ
জীৱনশৈলী

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

May 21, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.