• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

54 minutes ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

5 minutes ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

14 minutes ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

2 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

2 hours ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

3 hours ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

4 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

4 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

5 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

5 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

6 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

6 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

editor by editor
May 26, 2026
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?
0
SHARES
591
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব ক্ৰিকেটত তেওঁপ নাম যেন আত্মবিশ্বাসৰ আৰু এক নাম৷ ২০ গজত নামিলেই বেটেৰে দেখুৱাই জাদু৷ আছে বিশ্বজোৰা খ্যাতি, ৰেকৰ্ডৰ পাহাৰ৷ কিন্তু সেই বিৰাট কোহলিয়েই ভিতৰি ভিতৰি যুঁজ দিছে ভয়, আত্মসন্দেহ আৰু মানসিক ক্লান্তিৰ সৈতে৷ কেৰিয়াৰৰ সোণালী সময়েও তেওঁক অনুপ্ৰাণিত কৰিব পৰা নাই৷ ইমপষ্টাৰ ছিনড্ৰোমত ভোগাৰ কথা এইবাৰ প্ৰকাশ্যে জনালে ভাৰতৰ প্ৰাক্তন অধিনায়ক কিং কোহলীয়ে৷

বাংগালুৰুৰ আৰচিবি ইনোভেছন লেব ইণ্ডিয়ান স্পৰ্টছ চামিটত কোহনিয়ে কয়, ‘দীৰ্ঘদিন দেশৰ অধিনায়কত্ব কৰি কৰি তেওঁ মানসিকভাৱে ক্লান্ত হৈ পৰিছিল৷ মেচত পাৰ্ফৰ্মেন্স থাকিলেও ভিতৰি ভিতৰি তেওঁ হেৰুৱাই পেলাইছিল খেলাৰ আনন্দ৷ অধিনায়কত্ব এৰাৰ পাছত সেই কঠিন সময়ত তেওঁৰ কাষত থিয় দিয়ে ৰাহুল দ্ৰাবিড় আৰু বিক্ৰম ৰাঠৌৰ৷ কোহলীয়ে কয় যে ৰাহুল দ্ৰাবিড় আৰু বিক্ৰম ৰাঠোৰে তেওঁৰ খেলকেই নহয় ব্যক্তিগত জীৱনটোকো সামৰি ৰাখিছে৷

মনোৰোগ বিশেষজ্ঞৰ মতে, ইমপষ্টাৰ ছিনড্ৰোম এনে এক মানসিক অৱস্থা, য’ত মানুহে নিজৰ সাফল্যকো বিশ্বাস কৰিব পৰা নাই৷ যিমানেই প্ৰশংসা, পুৰস্কাৰ বা স্বীকৃতি আহক ধাৰণা হয় সকলো ভাগ্যৰ জোৰত হৈছে৷ ভিতৰি ভিতৰি কাম কৰিও এক অদ্ভুত ভয়, এদিন সকলোৱে বুজি যাব যে তেওঁ প্ৰকৃততে যোগ্য নহয়, এই ধৰণৰ চিন্তাই কুটুৰি কুটুৰি খাইছিল বিৰাট কোহলীক৷

বিশেষজ্ঞই কয়, সাধাৰণ আত্মবিশ্বাসৰ অভাৱ আৰু ইমপষ্টাৰ চিনড্ৰোম একেই নহয়৷ আত্মবিশ্বাস কম থাকিলে মানুহে নিজৰ দক্ষতাক লৈ দ্বিধাত থাকে৷ কিন্তু ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত ব্যক্তিয়ে ডাঙৰ সাফল্যৰ পাছতো নিজকে অযোগ্য ভাৱে৷ নিজৰ অৰ্জনক সৰুকৈ চাই৷ সকলো সময়তে অন্যৰ সৈতে তুলনা কৰা আৰু ভিতৰি ভিতৰি অপৰাধবোধত ভোগা এই সমস্যাৰ সাধাৰণ লক্ষণ৷

চিকিৎসকৰসকলৰ মতে এই সমস্যা সাধাৰণ মানুহৰ নহয়৷ তাৰকা, ক্ৰীড়াবিদ, অভিনেতা, কৰ্পৰেট দুনীয়াৰ সফল ব্যক্তিসকলৰহে হয়৷ বহুতৰেই এই মানসিক চাপ আছে৷ কাৰণ সাফল্যৰ সৈতে বাঢ়ি থাকে প্ৰত্যাশা, সমালোচনাৰ ভয় আৰু সকলো সময়তে নিঁখুত থকাৰ অদৃশ্য চাপ৷ দীৰ্ঘদিন এই মানসিক অৱস্থা থাকিলে উদ্বেগ, অনিদ্ৰা, বাৰ্নআউট, আত্মবিশ্বাসৰ সমস্যা আনকি কামৰ দক্ষতা কমি যাব পাৰে৷ বহুতেই নতুন সুযোগ বা দায়িত্ব ল’বলৈ ভয় কৰে, কাৰণ ভিতৰি ভিতৰি তেওঁলোকে নিজকে যথেষ্ট বুলি ধাৰণা নকৰে৷

বিশেষজ্ঞসকলৰ পৰামৰ্শ, এই অনুভূতিক অস্বীকাৰ নকৰি স্বীকাৰ কৰাই প্ৰথম ধাপ৷ নিজৰ সাফল্যসমূহ মনত ৰখা, বাৰে বাৰে অন্যৰ সৈতে তুলনা নকৰা৷ কামৰ মানুহৰ সৈতে খোলামেলাকৈ কথা কোৱা আৰু ভুলক  শিকাৰ অংশ হিচাপে মানি লোৱাটোৱে মানসিক চাপ কমোৱাত সহায় কৰে৷ প্ৰয়োজন হ’লে অৱশ্যেই মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সহায় লোৱা উচিত৷ বিৰাট কোহলিৰ এই স্বীকাৰোক্তিয়েই যেন আকৌ অবাৰ বুজাই দিছে. সাফল্যৰ হাঁহিৰ আঁৰতো চলি থাকে গভীৰ মানসিক যুদ্ধ৷ সেই যুদ্ধৰ কথা প্ৰকাশ্যে কোৱাটো দুৰ্বলতা নহয়, বৰং সাহসহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?
জীৱনশৈলী

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

May 26, 2026
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?
জীৱনশৈলী

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

May 26, 2026
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?
জীৱনশৈলী

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

May 26, 2026
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো
জীৱনশৈলী

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

May 26, 2026
Next Post
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.