• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

2 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

28 minutes ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

59 minutes ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

1 hour ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

2 hours ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

3 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

4 hours ago
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

5 hours ago
১৬খন মেচ খেলি ১৫ বছৰতে কোটিপতি! ২০২৬ত মুঠ কিমান অৰ্থ আয় কৰিলে বৈভৱ সূৰ্যবংশীয়ে?

গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ’ব বাম্পাৰ লাভ!

6 hours ago
কিয় প্ৰথম প্ৰেম প্ৰায়ে ভুল ব্যক্তিৰ সৈতে হয়? আজিয়েই কৰক নিজক শুধৰণি

  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

editor by editor
June 1, 2026
in ক্ৰীড়া, খাদ্য, জীৱনশৈলী, বিবিধ
0
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱ সূৰ্যবংশীয়ে তেওঁৰ বিস্ফোৰক বেটিঙেৰে ক্ৰিকেট দুনীয়াত আলোড়ন সৃষ্টি কৰিছে৷ শচীন তেণ্ডুলকাৰৰ পৰা আৰম্ভ কৰি সুনীল গাভাস্কাৰ পৰ্যন্ত বহুজনেই তেওঁৰ অনুৰাগী হৈ পৰিছে৷ ইমান কম বয়সত আন্তৰ্জাতিক মানৰ বলাৰসকলৰ বিৰুদ্ধে যেনেকৈ তেওঁ আধিপত্য দেখুৱাইছে সেই কাৰ্যই সকলোকে অবাকো কৰিছে৷
এই কিশোৰ তাৰকাৰ বেটিঙৰ শক্তিৰ ৰহস্যক লৈয়ো কৌতূহল আছে৷ বহুতেই জানিব খোজে যে যেতিয়া তেওঁৰ সমবয়সীয়াসকলে স্কুলৰ বেগ লৈ পঢ়াশুনাত ব্যস্ত থাকে সেই সময়তে তেওঁ কেনেকৈ ইমান শক্তি আৰু উদ্যমেৰে খেলিব পাৰিছে? বৈভৱ সূৰ্যবংশীয়ে নিজেই জনাইছে যে ক্ৰিকেটৰ ওপৰিও তেওঁ বিভিন্ন খাদ্য খাবলৈ খুবেই পছন্দ কৰে৷ বিশেষকৈ তেওঁ ননভেজ খাদ্য খুবেই উপভোগ কৰে৷ এক সাক্ষাৎকাৰত তেওঁ কৈছে, ছাগলীৰ মাংস তেওঁৰ খুবেই প্ৰিয়৷ ইয়াৰোপৰি চিকেন আৰু মাছৰ বিভিন্ন ব্যঞ্জনো তেওঁ ভালপায়৷
মিঠাইৰ ভিতৰতো তেওঁৰ বিশেষ পছন্দ আছে৷ তেওঁৰ প্ৰিয় মিঠাই হৈছে হালধীয়া ৰাজভোগ৷ এই ৰাজভোগ সন্মুখত থাকিলে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলিও স্বীকাৰ কৰিছে৷ আইপিএল ২০২৬তৰ আইপিএলত ট্ৰফী জয় নকৰিও সৰ্বাধিক চৰ্চা পোৱা খেলুৱৈজনেই হৈছে বৈভৱ সূৰ্যবংশী৷ সূৰ্যবংশীৰ দখলতেই আছিল ২৬ৰ আইপিএল সেয়া অস্বীকাৰ কৰিব নোৱাৰি৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ দল ৰাজস্থান ৰয়েলছে ফাইনেল খেলিব নোৱাৰিলে৷ তথাপিও ব্যক্তিগত পাৰফৰ্মেন্সৰ বাবে তেওঁ সমগ্ৰ টুৰ্নামেণ্টৰে সকলোতকৈ উজ্জ্বল তাৰকা৷
বৈভৱে ৰাজস্থানৰ হৈ এই ছিজনত সৰ্বাধিক পান সংগ্ৰহ কৰিছে৷ তেওঁ ১৬খন মেচত মুঠ ৭৭৬ৰান কৰিছে আৰু ইয়াৰবাবে তেওঁ অৰেঞ্জ কেপো জয় কৰিছে৷ এই সময়ত তেওঁ ১টা শতৰান আৰু ৫টা অৰ্ধশতক কৰে৷ প্লে অফত তেওঁ দুবাৰ শতৰানৰ খুবেই কাষলৈ আহিছিল যদিও সেয়া পূৰণ কৰিব নোৱাৰিলে৷ অৱশ্যে তেওঁৰ ধাৰাবাহিক বেটিং সকলোৰে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ আই পি এল ২০২৬ত অৰেঞ্জ কেপ জয় কৰাৰ ওপৰিও সকলোতকৈ বেছি ছিক্স কোবোৱাৰ ৰেকৰ্ডতো তেওঁ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷
তেওঁ এই ছিজনত মুঠ ৭২টা ছিক্স মাৰে৷ যাৰ মাজত তেওঁ ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্ৰিছ গেইলৰ দৰে বেটছমেনসকলকো পাৰ কৰিছে৷ ছিক্সৰ সংখ্যাৰ দিশৰ পৰা সম্পূৰ্ণ টুৰ্নামেণ্টত তেওঁৰ কাষলৈ কোনো আহিব পৰা নাই৷ বৈভৱৰ পাছত দ্বিতীয় স্থানত আছিল গুজৰাট টাইটান্সৰ অধিনায়ক শুভমন গিল৷ তেওঁ মুঠ ৩৩টা ছিক্স কোবাইছে৷ ইয়াৰ পৰাই ক’ব পাৰি ছিক্সৰ তালিকাত বৈভৱ এইবাৰ একচেটীয়া সম্ৰাট৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
জীৱনশৈলী

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

June 1, 2026
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?
ক্ৰীড়া

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

June 1, 2026
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?
জীৱনশৈলী

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

June 1, 2026
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?
জীৱনশৈলী

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

June 1, 2026
Next Post
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন