• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

4 months ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

35 minutes ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

53 minutes ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

1 hour ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

2 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

3 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

5 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

5 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

5 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

6 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

7 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

9 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

editor by editor
June 1, 2026
in বিবিধ, ভাৰত, ৰাজনীতি
0
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ নায়ক৷ তামিলনাডুৰ এতিয়া তেওঁ মহানায়ক বুলিলেও বেছিকৈ কোৱা নহয়৷ পৰ্দাত যেনেকৈ ভিলেইনৰ তুলাধুনা কৰিছিল এতিয়া সেই কায়দাতেই তেওঁ সোমবাৰে তেওঁৰ ছ্যুট পিন্ধাক লৈ কৰা সমালোচনাৰ জবাব দিছে৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোছেফ বিজয় ওৰফে থালাপতি বিজয়ৰ ছ্যুট বিতৰ্কৰ জবাব শুনি সকলোৱে আকৌ এবাৰ হাতচাপৰি বজাবলৈ বাধ্য হৈছে৷ তিৰুচিৰাপল্লিৰ জনসভাৰ পৰা উদাত্ত ভাষণত তেওঁ দিছে জবাব৷ থালাপতি বিজয়ে কয়, ‘আমাৰ ৰাজনীতিও এই পোছাকৰ দৰেই বগা-ক’লা৷ ইয়াৰ সৈতে দল টিভিকেৰ ভৱিষ্যতৰ ৰূপৰেখাৰো তেওঁ বৰ্ণনা দিছে৷

জনতাৰ ভিৰৰ মাজত চেন্নাইৰ নেহৰু ষ্টেডিয়ামত বিজয়ে যেতিয়া কলা ছ্যুট পৰিধান কৰি মঞ্চত শপত লৈছিল তেতিয়াই চমকি উঠিছিল বহুজন৷ দশকৰ পাছত দশক ধৰি বগা ছাৰ্ট আৰু লুঙ্গিৰ দৰে বস্ত্ৰ পৰিধান কৰি আহিছিল তামিলনাডুৰ ৰাজনীতিবিদসকলে৷ কিন্তু ধাৰাবাহিকতা ৰক্ষা নকৰিলে থালাপতি বিজয়ে৷ সকলোকে আচৰিত কৰি তেওঁৰ ছ্যুট পৰিধান কৰিয়েই শপতগ্ৰহণ কৰিলে৷ এই ঘটনাই জন্ম দিয়ে ৰাজনৈতিক বিতৰ্কৰো৷ এইদিনটোত নিৰ্বাচনত বিপুল জয়ৰ পাছত সাধাৰণ মানুহক কৃতজ্ঞতা জনাবলৈ আয়োজন কৰা জনসভাৰ পৰাই এইবাৰ সেই বিতৰ্কৰ উত্তৰ দিছে বিজয়ে৷

কেৱল ক্ষমতাত থকা মানুহেই নহয়, ছ্যুট সকলোৱে পিন্ধে৷ এই বাৰ্তা দিয়েই বিজয়ে প্ৰশ্নও তোলে, বহুতেই কৈছে যে মই কিয় ছ্যুট পিন্ধিছো? মই কিয় ছ্যুট পিন্ধিব নোৱাৰো? ছ্যুট কি কেৱল ক্ষমতাত থকা মানুহেই পিন্ধে নেকি? বিজয়ে স্পষ্ট ভাষাৰে জনাই যে তেওঁৰ পোছাক কেৱল ফেশ্ব্যন নহয় তেওঁৰ পোছাকে বাৰ্তাও বহন কৰে৷ বিজয়ে কয়, ‘আপোনালোকে মন কৰিব৷ মই কেৱল দুটা ৰঙৰ পোছাকেই পিন্ধো৷ হয় বগা নহয় ক’লা৷ মই এই কথাই বুজাবলৈ যত্ন কৰো যে বিজয়ৰ সকলোতে ক’লা-বগা আছে৷’

পোছাকেই যে তেওঁৰ ৰাজনৈতিক পৰিচয় বহন কৰিব সেয়াও স্পষ্ট কৰি দিছে বিজয়ে৷ তেওঁ কয়, ‘মোৰ ৰাজনীতি মোক পোছাকৰ দৰেই৷ ক’লা-বগা৷ মই এমজিআৰ, আন্না আৰ পেৰিয়াৰে দেখুওৱা পথেৰে কাম কৰিবলৈ আহিছো৷ এম জি আৰ মানে এম জি ৰামচন্দ্ৰন৷ তেওঁৱো এজন নামী দামী অভিনেতা আছিল৷ পাছলৈ তেওঁ মুখ্যমন্ত্ৰী হয়৷ আৰু ছি এন আন্নাদুৰাইয়ো দ্ৰাবিড় আন্দোলনৰ নায়ক৷ মই নঅৱশ্যেই দুজনৰ প্ৰতি কৃতজ্ঞতা জনালেও কিছু দূৰত্ব বজায় ৰাখিছো৷ মই নিজকে কাৰো সৈতে তুলনা নকৰো৷ মই বিজয়৷ আপোনালোকৰ ভাতৃ, দাদা৷ যিয়ে আপোনালোকৰ কাম কৰিবলৈ আহিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!
ৰাজনীতি

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

October 10, 2026
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
Next Post
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ'ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.