• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

4 months ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

37 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

13 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!

ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰ্থিক চাপ, বন্ধ হ'ব পাৰে Pension at 63

editor by editor
June 22, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধিৰ প্ৰস্তুতি এইখন চৰকাৰৰ!
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰীয়েই হওক বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানেই হওক, সুদীৰ্ঘ কাল কোনো এটা প‌্ৰতিষ্ঠানত কাম কৰি অহাৰ পিছত অৱসৰ ল’বলগীয়া দিনটোৱে সকলোকে আবেগিক কৰি তোলে।‌ অৱসৰ লোৱাৰ পিছত কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তাই মগজু ভৰ কৰে। এনে বহু লোক আছে ৬৮-৭০ বছৰ বয়সলৈকে সুন্দৰকৈ কাম কৰি যাব পাৰে। কিন্তু চৰকাৰৰ নিৰ্দিষ্ট এটা নিয়ম বা বয়সৰ সীমাৰ বাবে কাম কৰি থাকিব পৰা অৱস্থাতো কৰ্মসংস্থাপন এৰিবলগীয়া হয়। কিন্তু সম্প্ৰতি অৱসৰৰ এই সময়সীমা বৃদ্ধি কৰাৰ পৰিকল্পনা চলাই থকা হৈছে। অৱশ্যে জাৰ্মান চৰকাৰেহে এনে বৃহৎ সিদ্ধান্তৰ দিশে আগবাঢ়িছে। জাৰ্মানীত পেঞ্চন ব্যৱস্থাত বৃহৎ সংস্কাৰৰ প্ৰস্তুতি চলিছে। প্ৰস্তাৱিত সংস্কাৰৰ অধীনত অৱসৰৰ বয়স বৰ্তমানৰ ৬৭ বছৰৰ পৰা বৃদ্ধি কৰি ৭০ বছৰলৈ নিয়াৰ পৰিকল্পনা কৰিছে দেশখনৰ চৰকাৰে। অৱশ্যে এই পৰিকল্পনা কাৰ্যকৰী হ’লে দেশখনত ৪৫ বছৰ ধৰি পেঞ্চন তহবিলত অৱদান আগবঢ়োৱা কৰ্মচাৰীসকলে লাভ কৰি অহা আগতীয়া অৱসৰৰ সুবিধা বাতিল কৰা হ’ব পাৰে।

বন্ধ হ’ব পাৰে Pension at 63

জাৰ্মান সংবাদ মাধ্যমসমূহৰ তথ্য অনুসৰি, চ্যান্সেলৰ ফ্ৰিডৰিখ মাৰ্জ আৰু শ্ৰম মন্ত্ৰী বাৰ্বেল বাছৰ উদ্যোগত গঠন কৰা এক বিশেষ আয়োগে মঙলবাৰে নিজৰ পৰামৰ্শ দাখিল কৰিব। আয়োগে অৱসৰৰ বয়সক দেশখনৰ গড় আয়ুসৰ সৈতে সংযুক্ত কৰাৰ লগতে পৰ্যায়ক্ৰমে ইয়াক ৭০ বছৰলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
আয়োগে ‘pension at 63’ নামৰ জনপ্ৰিয় আঁচনিখনো বন্ধ কৰাৰ পৰামৰ্শ দিছে। এই আঁচনিৰ জৰিয়তে ৪৫ বছৰ ধৰি পেঞ্চন তহবিলত অৱদান আগবঢ়োৱা কৰ্মচাৰীসকলে কোনো ধৰণৰ পেঞ্চন কৰ্তনৰ সন্মুখীন নোহোৱাকৈ আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰিব পাৰে।

ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰ্থিক চাপ

নতুন প্ৰস্তাৱত কৰ্মচাৰী আৰু নিয়োগকৰ্তা—উভয় পক্ষৰ পৰা অতিৰিক্ত ২ শতাংশকৈ অৱদান সংগ্ৰহ কৰাৰ কথাও উল্লেখ কৰা হৈছে। এই ধন নতুনকৈ গঠন হ’বলগীয়া এখন চৰকাৰী বিনিয়োগ তহবিলত জমা ৰখা হ’ব। বৰ্তমান জাৰ্মানীত পেঞ্চন ব্যৱস্থাৰ বাবে মুঠ ১৮.৬ শতাংশ অৱদান সংগ্ৰহ কৰা হয়।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জাৰ্মান চৰকাৰে সংসদৰ জুলাই মাহৰ কাম আৰম্ভ হোৱাৰ পূৰ্বেই এই সংস্কাৰ পেকেজত অনুমোদন জনোৱাৰ চেষ্টা চলাই আছে।
উল্লেখযোগ্য যে, জাৰ্মানীত দ্ৰুতগতিত বৃদ্ধি পোৱা বৃদ্ধ লোকৰ সংখ্যা আৰু বৃহৎ সংখ্যক লোকৰ অৱসৰ গ্ৰহণৰ ফলত দেশখনৰ পেঞ্চন ব্যৱস্থাৰ ওপৰত ক্ৰমাগতভাৱে অধিক আৰ্থিক চাপ সৃষ্টি হৈছে। এই প্ৰেক্ষাপটতে চৰকাৰে দীৰ্ঘম্যাদীভাৱে পেঞ্চন ব্যৱস্থাক সুকলমে চলাই নিবলৈ বলৈ এই ধৰণৰ সংস্কাৰৰ পথ বাছি লোৱাৰ চিন্তা কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24pension plan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
Next Post
কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

কিদৰে শৰীৰৰ বৈষম্যৰ বলি হৈছিল ৰাধিকা আপ্টেই!

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈ ভাগ্যৰ দুৱাৰ মুকলি কৰিলে নেকি টীম ইণ্ডিয়াই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.