• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

1 hour ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

10 minutes ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

50 minutes ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

2 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

4 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

15 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

15 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

16 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

16 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

17 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

18 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

19 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

আপোনাৰ ঘৰত Dream Catcher কেনেকৈ ওলোমাব

editor by editor
July 1, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ
0
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি শোৱনি কোঠা, ড্ৰয়িং ৰূম বা শিশুসকলৰ কোঠাত ৰঙীন আৰু আকৰ্ষণীয় Dream Catcherৰ সহজে দেখা যায়। বহুতে ইয়াক কেৱল ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰা সামগ্ৰী বুলি গণ্য কৰে। আনহাতে, বহু লোকৰ বিশ্বাস কৰে যে Dream Catcherৰ ইতিবাচক শক্তি, শুভ চিন্তা আৰু ভাল সপোনৰ প্ৰতীক। বাস্তুশাস্ত্ৰতো Dream Catcherৰ সম্পৰ্কে কিছুমান বিশেষ কথা উল্লেখ কৰা হৈছে।

Dream Catcher কি?

উপৰি উক্ত ছবিত দেখাৰ দৰে Dream Catcher হৈছে ঘূৰণীয়া আকৃতিৰ এটা সজ্জা সামগ্ৰী, যাৰ মাজভাগত জালৰ দৰে বুননি থাকে আৰু তলফালে পাখি, মণি বা ৰঙীন সূতা ওলমি থাকে। পৰম্পৰাগত বিশ্বাস অনুসৰি, ই নেতিবাচক শক্তি আৰু বেয়া সপোন আঁতৰাই ইতিবাচক শক্তি, শুভ চিন্তা আৰু ভাল সপোনক আকৰ্ষণ কৰে বুলি ধৰা হয়।

বাস্তুশাস্ত্ৰ অনুসৰি Dream Catcherৰ লগোৱাৰ সঠিক দিশ

বাস্তুশাস্ত্ৰ অনুসৰি Dream Catcher লগাওঁতে ইয়াৰ দিশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। ইয়াক পূব, উত্তৰ অথবা উত্তৰ-পূব (ঈশান কোণ) দিশত লগোৱাটো শুভ বুলি ধৰা হয়। এই দিশসমূহ ইতিবাচক শক্তিৰ প্ৰৱেশ দ্বাৰ বুলি বিশ্বাস কৰা হয়। সঠিক দিশত লগোৱা Dream Catcher ঘৰত শান্তি, সু-সমন্বয় আৰু ইতিবাচক পৰিৱেশ বজাই ৰাখিবলৈ সহায় কৰে বুলি ধৰা হয়।

শোৱনি কোঠাৰ ক’ত লগাব Dream Catcher?

যদি আপুনি Dream Catcher শোৱনি কোঠাত লগাব বিচাৰে, তেন্তে ইয়াক বিচনাৰ মূৰৰ ওপৰত অথবা খিৰিকীৰ ওচৰত লগোৱাটো উপযুক্ত বুলি কোৱা হয়। এনে কৰিলে শুই থকাৰ সময়ত মন শান্ত থাকে, ইতিবাচক চিন্তাধাৰা বৃদ্ধি পায় আৰু সুখনিদ্ৰা লাভ হয় বুলি বহুতে বিশ্বাস কৰে। অৱশ্যে, Dream Catcherৰ মজিয়াৰ একেবাৰে ওচৰত বা ধূলি-মলিন সহজে জমা হোৱা ঠাইত লগোৱাৰ পৰা বিৰত থাকিব লাগে।

কোনবোৰ ঠাইত Dream Catcher লগাব নালাগে?

বাস্তুশাস্ত্ৰীয় বিশ্বাস অনুসৰি Dream Catcher বাথৰুম, পাকঘৰ, ষ্ট’ৰ ৰুম অথবা ঘৰৰ অন্ধকাৰ আৰু সেমেকা ঠাইত লগোৱা উচিত নহয়। তদুপৰি, যদি Dream Catcher ফাটি যায়, ভাঙি যায় বা অতি পুৰণি হৈ পৰে, তেন্তে তাক ঘৰত নাৰাখি নতুনকৈ সলনি কৰাটো অধিক শুভ বুলি গণ্য কৰা হয়।

Dream Catcher লগোৱাৰ সম্ভাৱ্য উপকাৰিতা

বাস্তুশাস্ত্ৰীয় আৰু পৰম্পৰাগত বিশ্বাস অনুসৰি, সঠিক দিশত লগোৱা ড্ৰিমকেচাৰে ঘৰত ইতিবাচক শক্তিৰ পৰিৱেশ সৃষ্টি কৰে। মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে বুলি ধৰা হয়। মনত শান্তি আৰু স্থিৰতা আনিবলৈ সহায় কৰে। ঘৰৰ পৰিৱেশ অধিক সুখদায়ক আৰু সৌহাৰ্দ্যপূৰ্ণ কৰি তোলে। সুখনিদ্ৰা, ইতিবাচক চিন্তাধাৰা আৰু মানসিক ভাৰসাম্য বজাই ৰখাত সহায় কৰে বুলি বহুতে বিশ্বাস কৰে।
ওপৰত উল্লেখ কৰা সকলো উপকাৰিতা আৰু দিশ-নিৰ্দেশনা মূলতঃ বাস্তুশাস্ত্ৰ, ফেং শ্বুই আৰু পৰম্পৰাগত বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইয়াৰ বৈজ্ঞানিক প্ৰমাণ নিশ্চিতভাৱে প্ৰতিষ্ঠিত হোৱা নাই। সেয়েহে ইয়াক মূলতঃ সাংস্কৃতিক আৰু আধ্যাত্মিক বিশ্বাস হিচাপে গ্ৰহণ কৰা উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Astrology Bastu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?
জীৱনশৈলী

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

July 1, 2026
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ
জীৱনশৈলী

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

July 1, 2026
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ
ভাৰত

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

July 1, 2026
জুলাই মাহটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

জুলাই মাহটো আপোনাৰ কেনে যাব?

June 30, 2026
Next Post
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ'ব পাৰে এই ৰোগৰ লক্ষণ

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.